• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপেক্ষা মাত্ৰ ৩-৪ বছৰৰ, ভাৰতৰ আকাশত আক্ৰমণ কৰিলেই মুহূৰ্তত ধ্বংস হ’ব শত্ৰুৰ মিছাইল

অপেক্ষা মাত্ৰ ৩-৪ বছৰৰ, ভাৰতৰ আকাশত আক্ৰমণ কৰিলেই মুহূৰ্তত ধ্বংস হ’ব শত্ৰুৰ মিছাইল

1 year ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

13 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

13 hours ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

14 hours ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

15 hours ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

16 hours ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

17 hours ago
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

18 hours ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

2 days ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

2 days ago
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

2 days ago
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

2 days ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 9, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অপেক্ষা মাত্ৰ ৩-৪ বছৰৰ, ভাৰতৰ আকাশত আক্ৰমণ কৰিলেই মুহূৰ্তত ধ্বংস হ’ব শত্ৰুৰ মিছাইল

অপেক্ষা মাত্ৰ ৩-৪ বছৰৰ, ভাৰতৰ আকাশত আক্ৰমণ কৰিলেই মুহূৰ্তত ধ্বংস হ’ব শত্ৰুৰ মিছাইল

editor by editor
October 6, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
অপেক্ষা মাত্ৰ ৩-৪ বছৰৰ, ভাৰতৰ আকাশত আক্ৰমণ কৰিলেই মুহূৰ্তত ধ্বংস হ’ব শত্ৰুৰ মিছাইল
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাস্তাৰে গৈ থাকোতে হঠাৎ বৰষুণ আহিলে আপুনি কি কৰে? আশেপাশে কোনো ছাদ বা চেল্টাৰ দেখিলে তাৰ তলত আশ্ৰয় লয়৷ দেশৰ ডিফেন্স চিষ্টেমেও ভাৰতৰ আকাশৰ ওপৰত এখন বিশেষ ছাদ দিয়াৰেই পৰিকল্পনা কৰিছে৷ এই ছাদৰ নাম হৈছে এল ইউটিলিটি অল ৱে ৱেপন ডিফেন্স চিষ্টেম৷ আকাশ , পানী আৰু মাটিৰ পৰা যি কোনো মিছাইল আক্ৰমণ ৰোধ কৰিব পাৰিব এই ছাদে৷ ইতিমধ্যেই এই ছাদ নিৰ্মাণৰ কাম আৰম্ভ হৈছে৷

এই ডিফেন্স চিষ্টেম কেৱল মিছাইলেই নহয়৷ ড্ৰোন, যুদ্ধবিমানৰ ওপৰিও সৰু আক্ৰমণকো চিহ্নিত কৰিব পাৰিব৷ মিছাইল আক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা কৰিব এই কবচে? আয়ৰণ ডোমে ইজৰাইলৰ আকাশৰ দৰেই কাম কৰিবনে ভাৰতত? সূত্ৰৰ খবৰ অনুসৰি ২০২৮-২৯ ৰ মাজতেই ভাৰতে এই আয়ৰণ ডোম পৰীক্ষা কৰিব।

আয়ৰণ ডোমে কেনেকৈ কাম কৰে?

আয়ৰণ ডোম হৈছে বিশ্বৰ অন্যতম শক্তিধৰ আকাশী প্ৰতিৰোধ ব্যৱস্থা। আক্ৰমণ প্ৰতিৰোধৰ এই অস্ত্ৰৰ জন্ম ইজৰাইলতেই। সেই একেই অস্ত্ৰ ভাৰতেই অচিৰেই নিৰ্মাণ কৰি উলিয়াব। বিভিন্ন প্ৰতিবেদন অনুসৰি ভাৰতৰ নিজস্ব এই আকাশী প্ৰতিৰক্ষা ব্যৱস্থা প্ৰকল্পৰ নাম দিয়া হৈছে ‘প্ৰজেক্ট কুশ’। প্ৰজেক্ট কুশৰ দায়িত্বত আছে ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ‘ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্ব্যনক। এই আয়ৰণ ডোমে শত্ৰুপক্ষৰ পৰা অহা ক্ৰুজ ক্ষেপনাস্ত্ৰ, ষ্টিলথ যুদ্ধবিমানৰ পৰা আৰম্ভ কৰি ড্ৰোণ আক্ৰমণৰ পৰা দেশক ৰক্ষা কৰিব। বিশেষজ্ঞৰ দাবী যে, প্ৰজেক্ট কুশ সম্পূৰ্ণ হ’লে কেৱল ইজৰাইলৰ আয়ৰণ ডোমেই নহয়, ৰাছিয়াৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থা এছ-৪০০ চিষ্টেম আৰু আমেৰিকাৰ পেট্ৰিয়টকৈয়ো বেছি কাৰ্যক্ষম হ’ব এই প্ৰজেক্ট কুশ।

কেনেকৈ কাম কৰিব ভাৰতীয় আকাশী প্ৰতিৰোধ ব্যৱস্থাই?

কুশ প্ৰকল্পৰ অধীনত তৈয়াৰ হোৱা এই দেশীয় প্ৰযুক্তিৰ প্ৰতিৰক্ষা ব্যৱস্থাত লং ৰেঞ্জ ছাৰফেছ টু এয়াৰ ডিফেন্স চিষ্টেমৰ মাজত আছে আকাশৰ বহু দূৰ দীগন্ত পৰ্যন্ত নজৰ ৰাখিব পৰা ক্ষমতা। বিভিন্ন প্ৰতিবেদন অনুসৰি, ১৫০ৰ পৰা ৩৫০ কিঃমিঃ দূৰত থকা ক্ষেপণাস্ত্ৰক চিহ্নিত কৰিব আৰু ধ্বংস কৰিবলৈ সক্ষম হ’ব এলআৰএছএএম। এল আৰ এছ এ এমত আছে ফায়াৰ কণ্ট্ৰল ৰাডাৰো। কৌশলগতভাৱে কাম কৰিবলৈ সক্ষম হ’ব ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে। বিভিন্ন সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি দুটা ক্ষেপনাস্ত্ৰ ওপৰাওপৰিকৈ আহিলেও এই এয়াৰ ডিফেন্স চিষ্টেমে প্ৰতিৰোধ কৰিব পাৰিব। এই প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিব পৰা ক্ষমতা প্ৰায় ৯০ শতাংশ। আকাশী পৰিসীমাত কাঢ়া নজৰ প্ৰতিসময়তে থাকিব এই আয়ৰণ ডোমৰ। ৰকেট আক্ৰমণেই হওক বা ক্ষেপণাস্ত্ৰ বা ড্ৰোণ আক্ৰমণ সকলোবোৰৰ ওপৰতেই এই চিষ্টেমে নজৰ ৰাখিব।

দেশৰ মাটিত আক্ৰমণ চলাৰ পূৰ্বে আকাশতেই সেই লক্ষ্যবস্তুক নিশ্চিহ্ন কৰিব এল আৰ এছ এ এমে। মাটিৰ পৰা আকাশী আক্ৰমণক প্ৰতিৰোধ কৰিব পৰা এই প্ৰতিৰক্ষা ব্যৱস্থাই মূলত তিনিটা কাম কৰিব। ৰাডাৰৰ মাধ্যমেৰে লক্ষ্যবস্তুক চিহ্নিত কৰা, দ্ৰুতভাৱে সেই লক্ষ্যবস্তুক আঘাত কৰি ক্ষেপণাস্ত্ৰ আক্ৰমণ ৰোধ কৰা। এই ব্যৱস্থাই ভাৰতীয় বায়ুসেনাক আকাশীপথেৰে শত্ৰুৱে আক্ৰমণ কৰিলে শত্ৰুৰ আক্ৰমণৰ পৰা বায়ুসেনাকো ৰক্ষা কৰিব। শত্ৰুৰ আক্ৰমণৰ সময়ত এল আৰ এছ এ এম ভাৰতীয় বায়ুসেনাৰ সৈতে যৌথভাৱে কাম কৰিবলৈ সক্ষম বুলিও জনাইছে নিৰ্মাতাই। সামগ্ৰিকভাৱে আয়ৰণ ডোমৰ এই দেশীয় সংস্কৰণ আকাশীপথেৰে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা বহুগুণ শক্তিশালী হ’ব। শত্ৰুবাহিনীৰ ক্ষেপণাস্ত্ৰক দূৰতেই ধ্বংস কৰিব ভাৰতীয় আকাশী নিৰাপত্তা ব্যৱস্থাই।

উল্লেখ্য যে, ভাৰতৰ হাতত ইতিমধ্যেই ৰাছিয়াৰ পৰা ক্ৰয় কৰা তিনিটা এছ-৪০০ বিমান প্ৰতিৰক্ষা ব্যৱস্থা আছে। বৰ্তমানলৈকে অৱশ্যে এই দুই প্ৰতিৰক্ষা ব্যৱস্তা এতিয়াও ৰাছিয়াৰ পৰা ভাৰতলৈ আহি পোৱা নাই। ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ বাবে তৈয়াৰ হোৱা জটিলতাৰ কাৰণে বৰ্তমানলৈকে ভাৰতলৈ আনিব পৰা হোৱা নাই এই দুই আকাশী প্ৰতিৰক্ষকক।

প্ৰজেক্ট কুশৰ বাবে ২১,৭০০ কোটি টকাৰ অনুমোদন পাইছে ডিআৰডিওয়ে। চৰকাৰী আৰু বেচৰকাৰী অংশীদাৰীসকলৰ সহায়ত তৈয়াৰ হ’ব এই প্ৰকল্প। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰৰ খবৰ অনুসৰি পাকিস্তান আৰু চীনৰ দৰে প্ৰতিবেশী দেশসমূহৰ পৰা আহি থকা ধমকিৰ কাৰণে ভাৰতৰ হাতত এয়াৰ ডিফেন্স চিষ্টেম থকাটো খুবেই জৰুৰীও। পাকিস্তানৰ হাতত এই ধৰণৰ প্ৰতিৰক্ষা ব্যৱস্থা বৰ্তমানলৈকে নাই যদিও চীনৰ হাতত এয়াৰ ডিফেন্স চিষ্টেম আছে। চীনৰ হাতত থকা এয়াৰ ডিফেন্স চিষ্টেমৰ ক্ষমতা ৰাছিয়াৰ হাতত থকা এছ-৪০০ চিষ্টেমতকৈ কম পৰিমানে শক্তিশালী। ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেম তৈয়াৰ হ’লে এয়া চীনতকৈয়ো শক্তিশালী হ’ব বুলি জনাইছে নিৰ্মাতাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

November 8, 2025
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

November 8, 2025
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?
জীৱনশৈলী

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

November 8, 2025
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?
জীৱনশৈলী

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

November 8, 2025
Next Post
ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?

ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?

ৰবিবাৰে ৰবিযোগত এই ৫ৰাশিয়ে ধনৰ পাহাৰ গঢ়িব

ৰবিবাৰে ৰবিযোগত এই ৫ৰাশিয়ে ধনৰ পাহাৰ গঢ়িব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.