• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰবিবাৰে ৰবিযোগত এই ৫ৰাশিয়ে ধনৰ পাহাৰ গঢ়িব

ৰবিবাৰে ৰবিযোগত এই ৫ৰাশিয়ে ধনৰ পাহাৰ গঢ়িব

2 years ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

46 minutes ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

1 hour ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

2 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

3 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

3 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

4 hours ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

6 hours ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

18 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

18 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

19 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰবিবাৰে ৰবিযোগত এই ৫ৰাশিয়ে ধনৰ পাহাৰ গঢ়িব

ৰবিবাৰে ৰবিযোগত এই ৫ৰাশিয়ে ধনৰ পাহাৰ গঢ়িব

editor by editor
October 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰবিবাৰে ৰবিযোগত এই ৫ৰাশিয়ে ধনৰ পাহাৰ গঢ়িব
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দেওবাৰ, ৬ অক্টোবৰ তুলা ৰাশিৰ পাছতেই চন্দ্ৰই বৃশ্চিক ৰাশিত গমন কৰিব৷ ইয়াৰোপৰি আজি আহিন মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি আৰু এই দিনটোত দেৱী দুৰ্গাৰ চতুৰ্থ ৰূপ কুষ্মাণ্ডা দেৱীৰ পূজা কৰা হয়৷ নৱৰাত্ৰিৰ চতুৰ্থ দিনত প্ৰীতি যোগ, ৰবি যোগ আৰু বিশাখা নক্ষত্ৰৰ এই শুভ প্ৰভাৱত আজিৰ দিনটোৰ গুৰুত্ব বাঢ়িছে৷ নৱৰাত্ৰিৰ চতুৰ্থ দিনটোত ৫ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব৷ এই ৰাশিৰ জাতক-জাতিকাসকলে ধৰ্মীয় কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ সামাজিক জীৱনো প্ৰসাৰিত হ’ব৷ সূৰ্য দেৱতাৰ অৱস্থান মজবুত হ’ব৷ লগতে মা ভগৱতীৰ সৈতে সূৰ্য দেৱতাৰো আশীৰ্বাদ লাভ কৰিব৷

৫ভাগ্যৱান ৰাশি কি কি?

কৰ্কট ৰাশিঃ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ৷ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি তেওঁলোকৰ কামত সন্তুষ্টি পাব৷ স্বাস্থ্যও ভালে থাকিব৷ পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ কথা আলোচনা হ’ব পাৰে৷ নৱৰাত্ৰিৰ বাবে ঘৰত এক ধৰ্মীয় পৰিবেশ থাকিব আৰু আপুনি পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব পাৰে৷

কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ৷ কুম্ভৰ জাতকে মা দুৰ্গাৰ কৃপাত আৰ্থিক লাভ কৰিব৷ তেওঁলোকৰ সম্পত্তি বৃদ্ধি পাব৷ যিসকলে বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰি আছে তেওঁলোকৰ সেই ইচ্ছা আজি পূৰণ হ’ব৷ নৱৰাত্ৰিৰ কাৰণে আজি আপুনি ধৰ্মীয় কামত সহযোগিতা কৰিব আৰু পূজা অৰ্চনাই আপোনাক মানসিক শান্তি দিব৷

বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাল দিন আহিছে৷ বৃষ ৰাশিৰ জাতক জাতিকাই আজি বিভিন্ন উৎসৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰব৷ দেওবাৰ ছুটিৰ দিন বাবে বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে৷ কাষৰ ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব৷ ব্যৱসায়ীসকলে ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷

কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতকৰ বাবেও আজিৰ দিনটো শুভ৷ কন্যা ৰাশিৰ লোকে আজি তেওঁলোকৰ জীৱনযাত্ৰাত উন্নতি কৰিব পাৰিব৷ পুৰণি কোনো বন্ধুৰ সৈতে হঠাৎ দেখা হ’ব আপোনাৰ৷ নিজক লৈ গৰ্ববোধ কৰিব৷ ব্যৱসায়ীসকলে কঠিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগা হ’ব পাৰে৷

মকৰ ৰাশিঃ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আনন্দৰ দিন৷ মকৰ ৰাশিৰ জাতকে আজিৰ দিনটো পৰিয়ালৰ সৈতে কটাব পাৰে৷ আপোনাৰ কোনো কাম যদি বহুদিন ধৰি অমীমাংসিত হৈ থাকে তেন্তে আজি আপুনি সেই কাম সম্পূৰ্ণ কৰিব পাৰিব৷ শ্বপিং কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?
জীৱনশৈলী

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

July 24, 2026
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ
অপৰাধ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

July 24, 2026
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ
ভাৰত

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

July 24, 2026
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য
জীৱনশৈলী

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

July 24, 2026
Next Post
আৰু ৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি

আৰু ৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি

আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.