• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাণৰ সংক্ৰমণ হৈছে নেকি, ঘৰুৱা চিকিৎসাৰে মিনিটৰ ভিতৰতে থিক কৰক সকলো

কাণৰ সংক্ৰমণ হৈছে নেকি, ঘৰুৱা চিকিৎসাৰে মিনিটৰ ভিতৰতে থিক কৰক সকলো

2 years ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

26 minutes ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

50 minutes ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

2 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

2 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

5 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

5 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

5 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

7 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাণৰ সংক্ৰমণ হৈছে নেকি, ঘৰুৱা চিকিৎসাৰে মিনিটৰ ভিতৰতে থিক কৰক সকলো

editor by editor
October 13, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কাণৰ সংক্ৰমণ হৈছে নেকি, ঘৰুৱা চিকিৎসাৰে মিনিটৰ ভিতৰতে থিক কৰক সকলো
0
SHARES
603
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাণৰ সংক্ৰমণ হৈছে নেকি, ঘৰুৱা চিকিৎসাৰে মিনিটৰ ভিতৰতে থিক কৰক সকলো

কাণৰ সংক্ৰমণ অতি বেদনাদায়ক, এই সংক্ৰমণ যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰতো হ’ব পাৰে। কিন্তু এই সমস্যা শিশুৰ ক্ষেত্ৰত যথেষ্ট সাধাৰণ। এনে হয় যেতিয়া বেক্টেৰিয়া বা ভাইৰাছে ভিতৰৰ কাণত সংক্ৰমিত কৰে, যাৰ ফলত বিষ, অস্বস্তি, আনকি জ্বৰ আদি লক্ষণে দেখা দিয়ে।

আনহাতে স্থায়ী বা গুৰুতৰ সংক্ৰমণৰ বাবে চিকিৎসকৰ প্ৰয়োজন হ’ব পাৰে। যদিও, এই বিষৰ পৰা মুক্তি পাবলৈ বহুতো ঘৰুৱা উপায় উপলব্ধ, কিন্তু আজি আমি আপোনালোকক এটা ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জনাম।

কাণৰ সংক্ৰমণ কিয় হয়?
বহু কাৰণত কাণৰ সংক্ৰমণ হব পাৰে। কাণৰ মাজৰ অংশটো ডিঙিৰ লগত সংযুক্ত হৈ থাকে। চৰ্দি, এলাৰ্জী বা চাইনাছৰ সংক্ৰমণৰ বাবে মধ্য কাণত তৰল পদাৰ্থ জমা হ’ব পাৰে, যাৰ ফলত তাত বেক্টেৰিয়া বা ভাইৰাছ বাঢ়ি সংক্ৰমণ হ’ব পাৰে। ইয়াৰ উপৰিও শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকো কাণৰ সংক্ৰমণৰ প্ৰৱণতা থাকে। ঋতুৰ পৰিৱৰ্তনেও কাণৰ সংক্ৰমণৰ কাৰণ। ইয়াৰ ভিতৰত এলাৰ্জী আৰু চৰ্দিও অন্তৰ্ভুক্ত, যিয়ে প্ৰতি বছৰে ঋতু সলনি হোৱাৰ লগে লগে কিছুমান মানুহক আমনি কৰে।

কাণৰ সংক্ৰমণৰ ঘৰুৱা উপায় কি?
কাণৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ পাকঘৰৰ ২টা বস্তু ব্যৱহাৰ কৰিব পাৰে। এই দুটা বস্তু হ’ল- নহৰু আৰু সৰিয়হৰ তেল। কাণৰ সংক্ৰমণক আওকাণ কৰিলেও আপোনাৰ শ্ৰৱণ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। গতিকে গুৰুতৰ সমস্যাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।

নহৰু তেল কিদৰে ব্যৱহাৰ কৰিব-
নহৰুৰ প্ৰাকৃতিক এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। এই তেল বনাবলৈ প্ৰথমে নহৰুৰ কেইটামান কলি পিহি সৰিয়হৰ তেলত দি গৰম কৰিব লাগিব। তেল ঠাণ্ডা হোৱাৰ পিছত চেকি লৈ তাৰে কেইটোপালমান কাণত দিব। কিছু সময় থাকি পাছত চাফা কৰি দিব। নিতৌ দুবাৰকৈ এনেদৰে কৰিলে অতি সোনকালে সমস্যাৰ পৰা পৰিত্ৰাণ পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ear InfectionHome RemedyHome Tratmentinfection
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

April 14, 2026
Next Post
অহাবৰ্ষত ছেপ্টেম্বৰতেই ধৰালৈ আহিব দেৱী দুৰ্গা, জানক ২০২৫ৰ দুৰ্গা পূজাৰ তাৰিখ

অহাবৰ্ষত ছেপ্টেম্বৰতেই ধৰালৈ আহিব দেৱী দুৰ্গা, জানক ২০২৫ৰ দুৰ্গা পূজাৰ তাৰিখ

সৰ্বকালৰ অভিলেখ ভংগ কৰি এইবাৰৰ দুৰ্গা পূজাত ৩০ কোটিৰ সু.. বিক্ৰী

সৰ্বকালৰ অভিলেখ ভংগ কৰি এইবাৰৰ দুৰ্গা পূজাত ৩০ কোটিৰ সু.. বিক্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.