• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰান্ধনীৰ কুকৰ্ম! ৮ বছৰে ধৰি ৰুটিৰ বাবে আটা মাৰোতে মিলাই আহিছিল প্ৰস্ৰাৱ, অৱশেষত লিভাৰ-কিডনীৰ বেমাৰ সম্পূৰ্ণ পৰিয়ালৰ

ৰান্ধনীৰ কুকৰ্ম! ৮ বছৰে ধৰি ৰুটিৰ বাবে আটা মাৰোতে মিলাই আহিছিল প্ৰস্ৰাৱ, অৱশেষত লিভাৰ-কিডনীৰ বেমাৰ সম্পূৰ্ণ পৰিয়ালৰ

2 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

12 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

13 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

13 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

14 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

14 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

15 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

15 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

16 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

17 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

18 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

19 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰান্ধনীৰ কুকৰ্ম! ৮ বছৰে ধৰি ৰুটিৰ বাবে আটা মাৰোতে মিলাই আহিছিল প্ৰস্ৰাৱ, অৱশেষত লিভাৰ-কিডনীৰ বেমাৰ সম্পূৰ্ণ পৰিয়ালৰ

editor by editor
October 16, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ৰান্ধনীৰ কুকৰ্ম! ৮ বছৰে ধৰি ৰুটিৰ বাবে আটা মাৰোতে মিলাই আহিছিল প্ৰস্ৰাৱ, অৱশেষত লিভাৰ-কিডনীৰ বেমাৰ সম্পূৰ্ণ পৰিয়ালৰ
0
SHARES
11.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰান্ধনীৰ কুকৰ্ম! ৮ বছৰে ধৰি ৰুটিৰ বাবে আটা মাৰোতে মিলাই আহিছিল প্ৰস্ৰাৱ, অৱশেষত লিভাৰ-কিডনীৰ বেমাৰ সম্পূৰ্ণ পৰিয়ালৰ

এটা অতিকে আচৰিত কৰি তোলা ঘটনা পোহৰলৈ আহিছে, এগৰাকী ৰান্ধনীৰ কুকৰ্মৰ বাবে স্বাস্থ্যজনিত সমস্যাত সম্পূৰ্ণ পৰিয়াল। বিগত ৮ বছৰে ধৰি এটা পৰিয়ালৰ ৰান্ধনী হিচাপে কাম কৰা এগৰাকী মহিলাই ৰুটিৰ বাবে আটা মাৰোতে মিলাই আহিছিল প্ৰস্ৰাৱ। সেই প্ৰস্ৰাৱ মিহলোৱা খাদ্য খাই এতিয়া লিভাৰ আৰু কিডনীৰ গভীৰ সমস্যাত পৰিয়ালটো।

এই আচৰিত তথা চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে এইখন ভাৰততে। উত্তৰপ্ৰদেশৰ গাজিয়াবাদৰ এই ঘটনা। গাজিয়াবাদৰ ক্ৰছিং ৰিপাব্লিক অঞ্চলত বাস কৰা এটা পৰিয়ালৰ ৰান্ধনীয়ে কৰিছে এই কুকৰ্ম। যি কুকৰ্ম ৮ বছৰ পাছত হে পোহৰলৈ আহে।

সঘনাই পেটৰ সমস্যাত ভোগা পৰিয়ালটোৱে চিকিৎসকৰ কাষ চপাতহে জানিব পাৰে লিভাৰ আৰু কিডনী জনিত সমস্যা আৰম্ভ হোৱাৰ কথা। তেতিয়া ঘৰৰ খাদ্য প্ৰস্তুতৰ ক্ষেত্ৰত কোনো সমস্যা হোৱা বুলি সন্দেহ হৈ চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰে পৰিয়ালটোৱে। তেতিয়াহে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য।

যাক বিশ্বাস কৰি ৮ বছৰে ধৰি সমস্ত পাকঘৰৰ দায়িত্ব অৰ্পন কৰি থৈছিল , সেই ৰান্ধনী মহিলাই ৮ বছৰে পৰিয়ালটোক খুৱাই আছিল নিজৰ প্ৰস্ৰাৱ।

আৰক্ষীক দিয়া এজাহাৰত ভুক্তভোগী পৰিয়ালটোৱে কয় যে ঘৰুৱা সহায়ক ৰীনাই আঠ বছৰ ধৰি তেওঁলোকৰ বাবে খাদ্য ৰান্ধি আহিছে। কিন্তু ১৪ অক্টোবৰৰ দিনাহে চিচি টিভি কেমেৰাৰ ৰেকৰ্ডিঙত ধৰা পৰে যে ৰীনাই পাকঘৰৰ পাত্ৰত প্ৰস্ৰাৱ কৰি আছে। ইয়াৰ পিছত ৰীনাই সেই প্ৰস্ৰাৱ ৰটি বনোৱাত ব্যৱহাৰ কৰিছিল।

পৰিয়ালটো বহু মাহ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল। বহু চিকিৎসা কৰিও সুফল লাভ কৰা নাছিল। তেতিয়াহে নিজৰ ঘৰৰ পাকঘৰৰ খাদ্যৰ ওপৰত সন্দেহ হয়, আৰু চিচি টিভি কেমেৰা লগাই আৰু শেষত সকলো পোহৰলৈ আহে।

সমস্ত ঘটনা পোহৰলৈ অহাৰ লগে লগে পৰিয়াল আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালটোৰ গোচৰৰ ভিত্তিতে অভিযুক্ত ৰীনাক আটক কৰি সোধ পোছৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gaziabaadmaid use Urine in CockingUrineuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
Next Post
অতি শোকাৱহ, নিষ্ঠুৰতাৰে বহুবাৰ আঘাট, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে কঁপাই তুলিব আপোনাকো

অতি শোকাৱহ, নিষ্ঠুৰতাৰে বহুবাৰ আঘাট, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে কঁপাই তুলিব আপোনাকো

ভাৰতীয় চিনেমাৰ ইতিহাস সৃষ্টিকাৰী অভিনেতা, ৮৫ নায়িকাৰ সৈতে কাম কৰিছে ৯০০ খন ছবিত

ভাৰতীয় চিনেমাৰ ইতিহাস সৃষ্টিকাৰী অভিনেতা, ৮৫ নায়িকাৰ সৈতে কাম কৰিছে ৯০০ খন ছবিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.