• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় চিনেমাৰ ইতিহাস সৃষ্টিকাৰী অভিনেতা, ৮৫ নায়িকাৰ সৈতে কাম কৰিছে ৯০০ খন ছবিত

ভাৰতীয় চিনেমাৰ ইতিহাস সৃষ্টিকাৰী অভিনেতা, ৮৫ নায়িকাৰ সৈতে কাম কৰিছে ৯০০ খন ছবিত

2 years ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

12 minutes ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

1 hour ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

3 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

3 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

4 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

4 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

5 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

6 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

6 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

8 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

9 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ভাৰতীয় চিনেমাৰ ইতিহাস সৃষ্টিকাৰী অভিনেতা, ৮৫ নায়িকাৰ সৈতে কাম কৰিছে ৯০০ খন ছবিত

editor by editor
October 16, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতীয় চিনেমাৰ ইতিহাস সৃষ্টিকাৰী অভিনেতা, ৮৫ নায়িকাৰ সৈতে কাম কৰিছে ৯০০ খন ছবিত
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় চিনেমাৰ ইতিহাস সৃষ্টিকাৰী অভিনেতা, ৮৫ নায়িকাৰ সৈতে কাম কৰিছে ৯০০ খন ছবিত

মনোৰঞ্জন জগতৰ প্ৰতিজন তাৰকাই নিজকে প্ৰমাণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে। বলীউডৰ তাৰকা হওক বা দক্ষিণৰ ছুপাৰষ্টাৰ হওক। তাৰেই মাজত ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন এনে তাৰকা, যিয়ে নিজৰ কেৰিয়াৰত প্ৰায় ৯০০খন ছবিত কাম কৰিছিল।

এইগৰাকী ছুপাৰষ্টাৰে নিজৰ অভিনয় কেৰিয়াৰত ৭০০খন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু তাৰে ভিতৰত ৪০খন ছবিত দৈত চৰিত্ৰত অভিনয় কৰি মানুহৰ হৃদয় জয় কৰিছিল।

সেই অভিনেতাগৰাকী হৈছে- ছুপাৰষ্টাৰ ‘প্ৰেম নাজিৰ’। দক্ষিণৰ ছবিৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু এবছৰত সৰ্বাধিক ছবি মুক্তিৰ অভিলেখ গঢ়িছিল। নাজিৰে এবছৰত ৩৯খন ছবিত অভিনয় কৰিছিল। মালয়ালম চলচ্চিত্ৰ উদ্যোগক বিশ্বব্যাপী স্বীকৃতি প্ৰদানৰ কৃতিত্বও তেওঁৰ।

প্ৰেম নাজিৰে ১৯৫২ চনত ‘মাৰুমকাল’ ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ ‘ভিছাপিণ্টে উইলি’ ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিয়ে তেওঁক বহুত জনপ্ৰিয়তা প্ৰদান কৰে, আৰু প্ৰেম নাজিৰৰ নাম জনপ্ৰিয় হৈ পৰে।

প্ৰেম নাজিৰৰ প্ৰকৃত নাম আছিল ‘আব্দুল খাদৰ’, কিন্তু উদ্যোগটোত নিজৰ প্ৰভাৱ প্ৰতিষ্ঠা কৰিবলৈ তেওঁ নিজৰ নাম সলনি কৰি ‘প্ৰেম নাজিৰ’ কৰি লৈছিল, যিটো নাম পিছলৈ মালয়ালম চলচ্চিত্ৰ জগতৰ লগতে ভাৰত তথা বিশ্বতে বিখ্যাত নাম হৈ পৰিছিল।

ইয়াৰ লগতে যদি নাজিৰৰ ব্যক্তিগত জীৱনৰ কথা কওঁ, তেন্তে তেওঁৰ বিয়া হৈছিল হবিবা বিৱিৰ সৈতে। দম্পতীহালৰ এজন পুত্ৰ, আৰু তিনিগৰাকী কন্যা সন্তান আছে। ১৯৮৩ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয় প্ৰেম নাজিৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian ActorMalayalam ActorMalayalam MovieMalayalam Movie IndustryPrem Nazir
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?
বিনোদন

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

June 20, 2026
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা
বাণিজ্য

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

June 20, 2026
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!
বিশ্ব

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

June 20, 2026
Next Post
মণিপুৰৰ পাছত এইবাৰ ত্ৰিপুৰাত দুটা সম্প্ৰদায়ৰ মাজত….ইণ্টাৰনেট সেৱা বন্ধ

মণিপুৰৰ পাছত এইবাৰ ত্ৰিপুৰাত দুটা সম্প্ৰদায়ৰ মাজত....ইণ্টাৰনেট সেৱা বন্ধ

উৎকণ্ঠাৰ অন্ত, নায়ৱ সিং ছাইনীয়ে হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

উৎকণ্ঠাৰ অন্ত, নায়ৱ সিং ছাইনীয়ে হ'ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.