• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৎকণ্ঠাৰ অন্ত, নায়ৱ সিং ছাইনীয়ে হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

উৎকণ্ঠাৰ অন্ত, নায়ৱ সিং ছাইনীয়ে হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

2 years ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

1 minute ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

23 minutes ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

3 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

4 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

5 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

22 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

22 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

22 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

23 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উৎকণ্ঠাৰ অন্ত, নায়ৱ সিং ছাইনীয়ে হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

editor by editor
October 16, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
উৎকণ্ঠাৰ অন্ত, নায়ৱ সিং ছাইনীয়ে হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উৎকণ্ঠাৰ অন্ত, নায়ৱ সিং ছাইনীয়ে হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

২০২৪ চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত সকলোৰে দৃষ্টি ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হব তাৰেই ওপৰত। মুখ্যমন্ত্ৰী পদৰ বাবে আগবাঢ়ি আছিল তিনিটা ডাঙৰ নাম। এই মুখবোৰৰ মাজত পুনৰ এবাৰ বিজেপিয়ে নায়ৱ সি ছাইনীক গুৰুত্ব দি মুখ্যমন্ত্ৰী পদৰ বাবে নাম উত্থাপিত কৰিছে।

বিজেপিৰ বৈঠকত নায়ৱ সিং ছাইনীক বিধায়িনী দলৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। এতিয়া সম্ভৱতঃ কাইলৈ ১৭ অক্টোবৰ তাৰিখে ছাইনীয়ে দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব পাৰে।

গৃহমন্ত্ৰী অমিত শ্বাহে আজি চণ্ডীগড়ত হাৰিয়ানা বিধানসভা দলৰ এখন বৈঠক আহ্বান কৰিছিল। এই বৈঠকতে হাৰিয়ানৰ পৰৱৰ্তী মুখ্যমন্ত্রীৰ নাম চূড়ান্ত কৰে৷ পুৱাৰে পৰা খবৰ ওলাই আহিছিল যে এইবাৰ বিজেপিয়ে নৈব ছাইনীৰ সলনি অনিল বিজ বা ৰাও ইন্দৰজিতক মুখ্যমন্ত্ৰী কৰি তুলিব পাৰে।

কিন্তু অৱশেষত এনে নহয় আৰু নায়ৱ সিং সৈনীয়ে পুনৰ এবাৰ মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত হয়। বিজেপি হাইকমাণ্ডে পুনৰবাৰ অনুমোদন জনাইছে নায়ৱ সি ছাইনীৰ নাম। একে সময়তে হাৰিয়ানাৰ সকলো বিধায়কেও সৰ্বসন্মতিক্ৰমে ছাইনীক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে।

এতিয়া মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত ছাইনীয়ে সংখ্যাগৰিষ্ঠতাৰ দাবী উত্থাপন কৰিবলৈ ৰাজ ভৱনৰ কাষ চাপিব। কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে ছাইনীক তেওঁৰ সমগ্ৰ মন্ত্ৰীসভাৰ সৈতে শপত গ্ৰহণ কৰা দেখা যাব পাৰে। পুৱা ১১ বজাত হাৰিয়ানাৰ পঞ্চকুলাৰ শলিমাৰ খেলপথাৰত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে।

মুখ্যমন্ত্ৰী ছাইনীৰ শপতগ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শলিমাৰ খেলপথাৰত এক বৃহৎ মঞ্চ প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিজেপিৰ বহু জ্যেষ্ঠ নেতাই এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নামো এই তালিকাত সন্নিবিষ্ট কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: by electionBy Election 2024Hariyana CMHariyana New CMNayab Sing Saini
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?
জীৱনশৈলী

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

September 9, 2026
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
Next Post
এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

এই বৰ্ষৰ শেষলৈকে লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

এই বৰ্ষৰ শেষলৈকে লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.