• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বৰ্ষৰ শেষলৈকে লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

এই বৰ্ষৰ শেষলৈকে লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

2 years ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

42 minutes ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

52 minutes ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

1 hour ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

2 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

2 hours ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

3 hours ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

4 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

4 hours ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

5 hours ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

6 hours ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

6 hours ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই বৰ্ষৰ শেষলৈকে লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

এই বৰ্ষৰ শেষলৈ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

editor by editor
October 16, 2024
in জীৱনশৈলী
0
এই বৰ্ষৰ শেষলৈকে লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে
0
SHARES
10.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত লক্ষ্মীক ধনৰ দেৱী আখ্যা দিয়া হয়৷ যি ব্যক্তিৰ ওপৰত লক্ষ্মীৰ আশীৰ্বাদ আছে, তেওঁলোকৰ জীৱনত কেতিয়াও সুখ-সমৃদ্ধিৰ অভাৱ নাথাকে৷ গ্ৰহগতিৰ স্থান সালসলনিৰ বাবে এই বছৰৰ শেষ ৬ মাহ কেইটামান ৰাশিৰ জাতকৰ বাবে শুভ৷ লক্ষ্মীৰ আশীৰ্বাদত ধন লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷ এই বৰ্ষত বৃহস্পতি আৰু শনিয়ে ৰাশিৰ পৰিবৰ্তন নকৰে৷ বৃহস্পতি বৃষত আৰু শনিয়ে কুম্ভ ৰাশিত বিৰাজমান হৈ আছে৷ ৰাহু-কেতুয়ে এই বছপ কোনো ৰাশি পৰিবৰ্তন নকৰে৷ ইয়াৰোপৰি অন্যান্য সমস্ত গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তন কৰি সমস্ত ৰাশিৰ জাতকৰ জীৱনক প্ৰভাৱিত কৰিব৷ ২০২৪ চনৰ শেষৰ ছমাহ একাধিক শুভ যোগ আৰু ৰাজযোগ গঠিত হ’ব৷ যাৰ প্ৰভাৱ পৰিব কেইটামান ৰাশিৰ জাতকৰ ওপৰত৷ এই বছৰৰ শেষ ছমাহ কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ হ’ব জানক সবিশেষ৷

কৰ্কট ৰাশি

২০২৪ চনৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে কৰ্কট ৰাশিৰ জাতকৰ ভাগ্যবৃদ্ধি হ’ব৷ কেৰিয়াৰত উন্নতিৰ একাধিক সুযোগ পাব এই ৰাশিৰ জাতকে৷ পাবলগীয়া ধন লাভ কৰিব৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ স্বাস্থ্যৰ দিশৰ পৰা ভাল৷ চিংগল জাতকে জীৱনত নতুন কোনো সংগী পাব পাৰে৷ আনকি প্ৰেমো আৰম্ভ হ’ব পাৰে৷

সিংহ ৰাশি

লক্ষ্মীৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতকে আগন্তুক ৬মাহ লাভজনক ফলাফল পাব৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ৷ লক্ষ্মীৰ আশীৰ্বাদত ব্যৱসায়ত মুনাফা হ’ব এই ৰাশিৰ জাতকৰ৷ ধন আগমনৰ যোগ আছে৷ কিন্তু ব্যয় নিয়ন্ত্ৰণত ৰাখিব পাৰে৷ মনৰ মাজত আনন্দ থাকিব৷ ইয়াৰোপৰি সুস্থ থাকিব এই ৰাশিৰ জাতক৷ সন্তান সংক্ৰান্তীয় কোনো সু সংবাদ পাব পাৰে এই ৰাশিৰ জাতকে৷

ধনু ৰাশি

জ্যোতিষ গণনা অনুসৰি বছৰৰ শেষ ৬মাহ ধনু ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ৷ লক্ষ্মীৰ আশীৰ্বাদত আয় বৃদ্ধি পাব পাৰে এই ৰাশিৰ জাতকৰ৷ আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ পৰিয়ালত পৰিবেশ অনুকূল থাকিব৷ আত্মীয়সকলৰ মাজত সহযোগিত আৰু সৌভাতৃত্ববোধ বৰ্তি থাকিব৷ অন্যহাতে ব্যৱসায়ীসকলৰ বাবেও এই সময় শুভ৷ ব্যৱসায়ত ভাল লাভৰ যোগ আছে৷

কুম্ভ ৰাশি

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ থাকিব এই ৰাশিৰ জাতকৰ ওপৰত৷ কেৰিয়াৰ আৰু ব্যৱসায়িক কাৰণত যাত্ৰা কৰিব পাৰে৷ নতুন কোনো ব্যক্তিৰ সৈতে যোগাযোগ গঢ়ি উঠিব৷ আইনী বিবাদৰ সমাধান হ’ব৷ কুম্ভ ৰাশিৰ জাতকৰ পাৰিবাৰিক সমস্যা সমাধান হ’ব৷ চাকৰিয়াল জাতকৰ বাবে এই ৬মাহ অত্যন্ত শুভ৷ একাধিক উৎসৰ পৰা ধন লাভ কৰিব পাৰে৷ কেৰিয়াৰ সংক্ৰান্তিয় কোনো ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷ কেৰিয়াৰত অনুকূল পৰিণাম লাভ কৰিব৷ আৰ্থিক জীৱনত উন্নতি হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম
জীৱনশৈলী

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

October 24, 2026
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ
জীৱনশৈলী

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

October 24, 2026
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত
জীৱনশৈলী

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

October 24, 2026
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ
জীৱনশৈলী

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

October 24, 2026
Next Post
BSNLৰ বিশেষ অফাৰ…মাত্ৰ ৫ টকাত আনলিমিটেড কলিং, ডাটা আৰু SMSৰ সুবিধা

BSNLৰ বিশেষ অফাৰ...মাত্ৰ ৫ টকাত আনলিমিটেড কলিং, ডাটা আৰু SMSৰ সুবিধা

আপুনি ৫কোটিৰ মালিক হ’বঃ এইদৰে বিনিয়োগ কৰক, কোটিপতি সাধাৰণ কথা

আপুনি ৫কোটিৰ মালিক হ’বঃ এইদৰে বিনিয়োগ কৰক, কোটিপতি সাধাৰণ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.