• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মণিপুৰৰ পাছত এইবাৰ ত্ৰিপুৰাত দুটা সম্প্ৰদায়ৰ মাজত….ইণ্টাৰনেট সেৱা বন্ধ

মণিপুৰৰ পাছত এইবাৰ ত্ৰিপুৰাত দুটা সম্প্ৰদায়ৰ মাজত….ইণ্টাৰনেট সেৱা বন্ধ

2 years ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

1 hour ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

2 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

3 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

3 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

4 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

5 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

6 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

7 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

8 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

9 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মণিপুৰৰ পাছত এইবাৰ ত্ৰিপুৰাত দুটা সম্প্ৰদায়ৰ মাজত….ইণ্টাৰনেট সেৱা বন্ধ

editor by editor
October 16, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
মণিপুৰৰ পাছত এইবাৰ ত্ৰিপুৰাত দুটা সম্প্ৰদায়ৰ মাজত….ইণ্টাৰনেট সেৱা বন্ধ
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মণিপুৰৰ পাছত এইবাৰ ত্ৰিপুৰাত দুটা সম্প্ৰদায়ৰ মাজত….ইণ্টাৰনেট সেৱা বন্ধ

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ বিগত বহু মাহ ধৰি হৈ থকা হিংসা আৰু হাহাকাৰৰ ঘটনাৰ বিষয়ে সকলোৱে জ্ঞাত। বহু হিংসাত্মক ঘটনা সংঘটিত হৈ যায় ৰাজ্যখনত। পাছে এইবাৰ মণিপুৰৰ পাছত আন এখন উত্তৰপূৱৰ ৰাজ্যত হাহাকাৰ। দুটা ফৈদ তথা দুটা সম্প্ৰদায়ৰ মাজত হিংসাত্মক ঘটনা।

এইবাৰ অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত হাহাকাৰ। ত্ৰিপুৰাৰ উত্তৰ জিলাৰ এখন গাঁৱত ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে। মঙলবাৰে মন্দিৰ আৰু মছজিদক লক্ষ্য কৰি লৈছিল উত্তেজিত জনতাই। ইয়াৰ পিছতে দুয়োটা সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক উত্তেজনা বিয়পি পৰে। এই হিংসাত্মক ঘটনা শাম কটোৱাৰ বাবে এতিয়া ৰাজ্যখনৰ প্ৰশাসনে মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰাখে। ৰাজ্যখনত ৭২ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত।

ৰাজ্যখনৰ পানীসাগৰ মহকুমাৰ দুৰ্গম গাঁও পেকুৰচেৰাত উত্তেজনা বিৰাজ কৰিছে। গৃহ সচিব পি.কে. চক্ৰৱৰ্তীয়ে আনুষ্ঠানিক অধিসূচনাযোগে কয় যে উত্তৰ ত্ৰিপুৰা জিলাৰ একাংশ অঞ্চলত সাম্প্ৰদায়িক উত্তেজনাৰ বাবে অহা ৭২ ঘণ্টাৰ বাবে এছএমএছ আৰু মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

আৰক্ষী সঞ্চালক প্ৰধান অমিতাভ ৰঞ্জনে এক নিৰ্দেশনাত কয় যে, শিৱ মন্দিৰ আৰু মছজিদত ৰাইজে আক্ৰমণ চলাইছে আৰু ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীক তাৎক্ষণিকভাৱে কাৰ্যকৰীভাৱে আঁতৰাই আৰক্ষী মুখ্য কাৰ্যালয়ত সংলগ্ন কৰা হৈছে। সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) অনন্ত দাসে জনোৱা মতে, পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত ধলাই জিলাৰ আৰক্ষী অধীক্ষক অবিনাশ ৰায়ে সেই জিলাৰ দায়িত্ব ল’ব।

এই ঘটনা সেই সময়ত সংঘটিত হৈছে, যি সময়ত কিছুদিন পূৰ্বে দুৰ্গা পূজাৰ চান্দাক লৈ দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হৈছিল, য’ত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭ জন লোক আহত হৈছিল। গুলীবিদ্ধ হৈ লোকজনৰ মৃত্যু হৈছিল। গুলি লাগি মৃত্যু হৈছিল লোকগৰাকীৰ।

পূজাৰ বাবে চান্দা সংগ্ৰহক লৈ কদমতলাত এই সংঘৰ্ষ হৈছিল। কদমতলাৰ সেই স্পৰ্শকাতৰ অঞ্চলত অসম ৰাইফলছ আৰু ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ জোৱান মোতায়েন কৰা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamInternet serviceInternet Service BandmanipurtripuraTripura Internet service
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

July 28, 2026
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’
বিনোদন

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

July 27, 2026
Next Post
উৎকণ্ঠাৰ অন্ত, নায়ৱ সিং ছাইনীয়ে হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

উৎকণ্ঠাৰ অন্ত, নায়ৱ সিং ছাইনীয়ে হ'ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.