• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি, কেতিয়া আহিব ৰিজাল্ট

1 year ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

10 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

11 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

12 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

13 hours ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

14 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

15 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি, কেতিয়া আহিব ৰিজাল্ট

editor by editor
November 5, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি, কেতিয়া আহিব ৰিজাল্ট
0
SHARES
174
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি, কেতিয়া আহিব ৰিজাল্ট

আজি ৫ নৱেম্বৰ তাৰিখ মঙলবাৰে আমেৰিকাত ৰাষ্ট্ৰপত নিৰ্বাচন। এইবাৰ দেশখনত ইতিবাসৰ সবাতোকৈ কঠিন প্ৰতিদ্বন্দিতা। আজি নতুন ৰাষ্ট্ৰপতিৰ বাবে ভোটদান কৰিব দেশৰ জনতাই। দেওবাৰলৈ প্ৰকাশ পোৱা এক্সিট পলত ভাৰতীয় মূলৰ কমলা হেৰিছ ডনাল্ড ট্ৰাম্পতকৈ সামান্য আগবাঢ়ি আছিল। এতিয়া মূল ভোটদান পৰ্যায়ৰ পাছতহে জানিব পৰা যাব কোন হ’ব পৰৱৰ্তী ৰাষ্ট্ৰপতি।

বিশ্বৰ অন্যতম পুৰণি আৰু বৃহৎ গণতন্ত্ৰ দেশ আমেৰিকাই আজি ৫ নৱেম্বৰত নিজৰ চাৰি বছৰীয়া ভৱিষ্যতৰ বাবে নেতা বাছি ল’ব। নিৰ্বাচনৰ আগৰ শেষ দিনকেইটাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দুই ডাঙৰ প্ৰাৰ্থী উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভোটাৰক আকৰ্ষণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।

৫০খন ৰাজ্যৰ ভোটাৰে ভোটদানৰ জৰিয়তে অহা চাৰি বছৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব। ৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ভোটাৰে আমেৰিকাৰ সংসদ অৰ্থাৎ কংগ্ৰেছৰ সদস্যসকলকো ভোট দিব। আইন প্ৰণয়নত কংগ্ৰেছৰ সদস্যসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই প্ৰতিযোগিতা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি তথা ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ মাজত হ’ব।

নতুন ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যকাল ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব চাৰি বছৰলৈ। ৰাষ্ট্ৰপতিৰ কিছুমান আইন নিজে প্ৰণয়ন কৰাৰ ক্ষমতা আছে যদিও বেছিভাগ সময়তে তেওঁ সংসদ (কংগ্ৰেছ)ৰ সৈতে কাম কৰি আইন প্ৰণয়ন কৰিবলগীয়া হয়।

ট্ৰাম্পে অৰ্থনীতি আৰু অনুপ্ৰৱেশৰ দৰে মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে হেৰিছে সামাজিক ন্যায় আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত তেওঁৰ প্ৰশাসনৰ কৃতিত্ব আৰু প্ৰগতিশীল নীতিসমূহৰ ওপৰত আলোকপাত কৰিছে। ৰাজনৈতিক বিভাজনৰ মাজতে দেশৰ ভৱিষ্যত গঢ় দিয়া এক গুৰুত্বপূৰ্ণ নিৰ্বাচনত বিজয়ীগৰাকীয়ে ২০২৫ চনৰ ২০ জানুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰিব। জিয়ে সন্ধিয়া ৭ বজাত আমেৰিকাই পাব দেশখনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 5th NovemberAmerica electionDonald Trumpkamala herris
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?
অপৰাধ

May 5, 2026
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ
জীৱনশৈলী

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

May 5, 2026
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?
জীৱনশৈলী

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

May 5, 2026
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল
জীৱনশৈলী

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

May 5, 2026
Next Post
১০ দিনৰ পাছতে শনিৰ শশ ৰাজযোগে পুনৰ নিজৰ প্ৰভাৱ দেখুৱাব, উন্নীত হ’ব ৫ ৰাশিৰ ভাগ্য

কিশোৰীৰ সৈতে সম্পৰ্ক স্থাপনৰ পাছতে শেষ নিশ্বাস ত্যাগ এজনৰ, হাস্পতালত ধৰা পৰিল কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন