• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনু ৰাশিত শুক্ৰৰ গোচৰ, সাফল্য আহিব এই ৫ৰাশিৰ জাতকৰ

ধনু ৰাশিত শুক্ৰৰ গোচৰ, সাফল্য আহিব এই ৫ৰাশিৰ জাতকৰ

2 years ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

55 minutes ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

2 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

2 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

3 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

3 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

13 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

13 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

14 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

14 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

14 hours ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

15 hours ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনু ৰাশিত শুক্ৰৰ গোচৰ, সাফল্য আহিব এই ৫ৰাশিৰ জাতকৰ

ধনু ৰাশিত শুক্ৰৰ গোচৰ, সাফল্য আহিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
November 7, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ধনু ৰাশিত শুক্ৰৰ গোচৰ, সাফল্য আহিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
745
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭ নৱেম্বৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই ধনু ৰাশিৰ পৰা বাহিৰলৈ ওলাই বৃশ্চিকত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি কাতি মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিতি৷ আজি পালিত হ’ব ষ্কন্দ ষষ্ঠী৷ আজি নিশা ১২ বাজি ৩৪ মিনিট পৰ্যন্ত ষষ্ঠী থাকিব৷ এই সময়ত  সূৰ্যই তুলা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি আজি ধৃতি যোগ আৰু শূল যোগৰ প্ৰভাৱ আছে৷ আজি দিনজুৰি থাকিব প্ৰথমে পূৰ্ব আষাঢ় আৰু তাৰপিছত উত্তৰ আষাঢ় নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কি কি আছে?

মেষ ৰাশি

আজি দিনটো আনন্দেৰে কটাব মেষ ৰাশিৰ জাতকে৷ আজি আপোনাৰ মনৰ কোনো ইচ্ছা পূৰণ হ’ব৷ নাৰায়ণৰ আশীৰ্বাদত আজি আপুনি যি কামত হাত দিব তাতেই সাফল্য পাব৷ আজি কোনো বৃহৎ ব্যৱসায়িক চুক্তি চূড়ান্ত হ’ব৷ যিসকলে উচ্চশিক্ষা বা পেছাগত প্ৰয়োজনত বিদেশলৈ যাবলৈ ইচ্ছুক তেওঁলোকৰ মনৰ ইচ্ছা এইবাৰ পূৰণ হ’ব৷ চাকৰিয়ালৰ দৰমহা বাঢ়িব৷

কন্যা ৰাশি

আজিৰ দিনটো কন্যা ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী হ’ব৷ দীৰ্ঘদিন ধৰি কোনো ধন পাবলগীয়া থাকিলে এই সময়ত লাভ কৰিব৷ সংগীৰ সৈতে ভুল বুজাবুজিৰ অৱসান হ’ব৷ আজি বহু দিন পাছত কোনো পুৰণি বন্ধু দেখা পাব৷ ইয়াৰ ফলত আপোনাৰ মনৰ ইচ্ছা পূৰণ হ’ব৷ আজি আপুনি জ্যেষ্ঠজনৰ সমৰ্থন আৰু সহযোগিতা পাব৷

তুলা ৰাশি

৭ নৱেম্বৰ শুভ দিন হ’ব তুলা ৰাশিৰ জাতকৰ বাবে৷ আজি কোনো পুৰণি অসুখৰ পৰা মুক্তি পাব পাৰে৷ নাৰায়ণৰ আশীৰ্বাদত আপোনাৰ সন্মুখত নতুন উপাৰ্জনৰ পথ মুকলি হ’ব৷ ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব তুলা ৰাশিৰ জাতকৰ৷ মাটিত বিনিয়োগ কৰিলে তাৰপৰা আপোনাৰ লাভ হ’ব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে আজি নিজৰ জীৱনৰ বহু সমস্যাৰ সমাধান কৰিব পাৰিব৷ ইয়াৰ ফলত মনত শান্তি পাব আপুনি৷ জীৱনসংগীৰ সৈতে ভাল সময় কটাব৷ দুজনে কৰোবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ আজি অনলাইন শ্বপিং কৰিব ধনু ৰাশিৰ জাতকে৷ আদালতত গোচৰ চলিলে তাৰপৰাও মুক্তি পাব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকে আজি ধৃতি যোগৰ প্ৰভাৱত পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব৷ পিতৃ-মাতৃৰ সৈতে কোনো আত্মীয়ৰ ঘৰলৈ যাব পাৰে৷ নববিবাহিত দম্পত্তিৰ ঘৰলৈ কোনো বিশেষ অতিথিৰ আগমন হ’ব পাৰে৷ ইয়াৰ ফলত মীন ৰাশিৰ জাতকৰ ঘৰত আনন্দৰ পৰিবেশ থাকিব৷ ব্যৱসায়ত মোটা লাভ কৰাৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!
জীৱনশৈলী

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

May 20, 2026
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?
জীৱনশৈলী

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

May 20, 2026
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম
জীৱনশৈলী

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

May 20, 2026
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

May 20, 2026
Next Post
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

পানী দিলেও শুকাই যায় ঘৰৰ তুলসী গছ? কি অশুভ সংকেত? চৰম বিপদত পৰিব পাৰে আপুনি

পানী দিলেও শুকাই যায় ঘৰৰ তুলসী গছ? কি অশুভ সংকেত? চৰম বিপদত পৰিব পাৰে আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.