• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পানী দিলেও শুকাই যায় ঘৰৰ তুলসী গছ? কি অশুভ সংকেত? চৰম বিপদত পৰিব পাৰে আপুনি

পানী দিলেও শুকাই যায় ঘৰৰ তুলসী গছ? কি অশুভ সংকেত? চৰম বিপদত পৰিব পাৰে আপুনি

2 years ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

32 minutes ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

1 hour ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

2 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

3 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

11 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

12 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

13 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

14 hours ago
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

14 hours ago
এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

15 hours ago
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

16 hours ago
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পানী দিলেও শুকাই যায় ঘৰৰ তুলসী গছ? কি অশুভ সংকেত? চৰম বিপদত পৰিব পাৰে আপুনি

পানী দিলেও শুকাই যায় ঘৰৰ তুলসী গছ? কি অশুভ সংকেত? চৰম বিপদত পৰিব পাৰে আপুনি

editor by editor
November 7, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পানী দিলেও শুকাই যায় ঘৰৰ তুলসী গছ? কি অশুভ সংকেত? চৰম বিপদত পৰিব পাৰে আপুনি
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্ম আৰু জ্যোতিষশাস্ত্ৰত তুলসী গছৰ বিশেষ গুৰুত্ব আছে৷ বহুতেই এই গছক পূজা কৰে৷ ঘৰত এক নিৰ্দিষ্ট কোণত তুলসী গছ স্থাপন কৰাৰ নিয়ম আছে৷ হিন্দু ধৰ্মৰ বিশ্বাস, পবিত্ৰ তুলসীগছত দেৱী লক্ষ্মীয়ে বাস কৰে৷ নিয়মিত তুলসী গছত পানী দিয়া ঘৰত লক্ষ্মীৰ আশীৰ্বাদ থাকে৷ ইতিবাচক শক্তিৰ প্ৰৱেশ ঘটে৷

কথিত আছে যে, নিৰ্দিষ্ট কিছু নিয়ম মানি তুলসী স্পৰ্শ কৰিব লাগে৷ অন্যথা বিনা কৰণত এই গছ শুকাই যাব পাৰে৷ যি মাৰাত্মক বিপদৰ ইংগিত৷ এনে হ’লে সংসাৰত নিত্য অশান্তি, পৰিয়ালত কাৰোবাৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে৷ ইয়াৰোপৰি তুলসীৰ পাত যদি আপোনাৰ বিবৰ্ণ হৈ যায় তেন্তে বিপদ হোৱাৰ আশংকা থাকে বুলি প্ৰচলিত বিশ্বাস৷

হিন্দু ধৰ্মমতে শুদ্ধাচাৰে তুলসীৰ পূজা কৰ উচিত৷ বছৰৰ এক নিৰ্দিষ্ট সময়ত তুলসীগছ ফুলি উঠে৷ সেই সময়ত একেবাৰেই অশুচী অৱস্থাত তুলসী স্পৰ্শ কৰা উচিত নহয়৷ বহুতে তুলসী গছ ৰঙা কাপোৰেৰে ঢাকি ৰাখে৷ শাস্ত্ৰতো ইয়াৰ উল্লেখ পোৱা যায়৷ এনে কৰিলে দেৱী লক্ষ্মীৰ কৃপালাভ সম্ভৱ৷

ইয়াৰোপৰি তুলসীগছ এক নিৰ্দিষ্ট দিশত ৰাখিলে শুভ বুলি গণ্য কৰা হয়৷ বাস্তুমতে, ঘৰত তুলসী গছ উত্তৰ বা উত্তৰ পূৰ্ব দিশত ৰখা উচিত৷ প্ৰতিদিনে সন্ধিয়া এই তুলসীগছৰ সন্মুখত ধূপ বা প্ৰদীপ জ্বলোৱা বিশেষ ফলদায়ক৷ ইয়াৰোপৰি পূৰ্ব দিশত তুলসী গছ ৰাখিব পাৰে৷ এনে ঘৰত পজিটিভ এনাৰ্জি পৰে৷ ঘৰৰ অমংগল দূৰ হয়৷ বাস্তুশাস্ত্ৰমতে, এই সকলো নিয়ম মানি চলিলে গৃহ শান্তি আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

June 30, 2026
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

June 30, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

June 30, 2026
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!
জীৱনশৈলী

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

June 30, 2026
Next Post
বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

মুখ দেখি সৰল বুলি ভোল গৈছিল সকলো, অজস্ৰ মহিলাৰ সৈতে একেসময়তে সম্পৰ্ক ৰাখিছিল অক্ষয় কুমাৰেও? তালিকাত কোন কোন বলীউড অভিনেত্ৰী?

মুখ দেখি সৰল বুলি ভোল গৈছিল সকলো, অজস্ৰ মহিলাৰ সৈতে একেসময়তে সম্পৰ্ক ৰাখিছিল অক্ষয় কুমাৰেও? তালিকাত কোন কোন বলীউড অভিনেত্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.