• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

1 year ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

29 minutes ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

1 hour ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

2 hours ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

13 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

13 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

14 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

14 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

14 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

15 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

15 hours ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

16 hours ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

editor by editor
November 7, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ
0
SHARES
918
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপ্তাহৰ ৭ টা দিনেই হিন্দু ধৰ্মৰ কোনো কোনো দেৱীৰ নামত সমৰ্পিত। বৃহস্পতিবাৰৰ অধিপতি হৈছে বিষ্ণু। শাস্ত্ৰমতে এই দিনৰ সৈতে সম্পৰ্কযুক্ত দেৱতাৰ পূজা কৰিলে অধিক শুভ ফল পোৱা যায়। বৃহস্পতিবাৰে বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিক সুখী কৰিবলৈ কি কি কৰা উচিত বহুতেই নাজানে।

বৃহস্পতিবাৰে কি কি কাম নকৰিব?

ধৰ্মীয় শাস্ত্ৰ অনুসৰি বৃহস্পতিবাৰে কিছু বিষয় মানি চলাটো অত্যন্ত জৰুৰী। এই দিনটো আপুনি কিছুমান কাম এৰাই চলিলে দিনটো শুভ হ’ব।

ঋণ নল’ব

বৃহস্পতিবাৰে ভুলতো কাৰো পৰা ঋণ নল’ব। এই দিনটোত ঋণ গ্ৰহণ কৰিলে ব্যক্তি আৰ্থিকভাৱে সমস্যাৰে জৰ্জৰিত হৈ পৰে। ইয়াৰোপৰি ঋণৰ বোজা ক্ৰমশ বাঢ়ি যায়।

চেম্পু নকৰিব

বৃহস্পতিবাৰে মহিলাসকলে চুলি ধোৱা বা চেম্পু কৰা উচিত নহয়। বিবাহিত স্ত্ৰীয়ে বৃহস্পতিবাৰে চেম্পু কৰিলে নানান সমস্যাই দেখা দিব। ইয়াৰোপৰি সন্তানৰ ওপৰত অশুভ প্ৰভাৱ পৰিব।

নখ নাকাটিব

বৃহস্পতিবাৰে হাত আৰু ভৰিৰ নখ নাকাটিব। বৃহস্পতিবাৰে নখ কাটিলে বৃহস্পতি আৰু অন্য়ান্য গ্ৰহৰ প্ৰভাৱ দুৰ্বল হয়।

কাপোৰ খচি নিদিব

বৃহস্পতিবাৰে কাপোৰ ধোৱা, ঘৰ মোছা শুভ নহয়। ইয়াৰ ফলত লক্ষ্মী আপোনাৰ প্ৰতি অসন্তুষ্ট হয়। ইয়াৰোপৰি বৃহস্পতি দুৰ্বল হয় আৰু অশুভ প্ৰভাৱ বৃদ্ধি পায়।

এই সামগ্ৰী ক্ৰয় নকৰিব

বৃহস্পতিবাৰে কোনো ধাৰযুক্ত সামগ্ৰী যেনে কেঁচি, ব্লেড, ছুৰি আদি ক্ৰয় কৰাটো অশুভ।

পিতৃ-মাতৃক অপমান নকৰিব

শাস্ত্ৰমতে এই দিনটোত ভুলতো পিতৃ-মাতৃক অসন্মান নকৰিব। পিতৃ-মাতৃৰ সৈতে বিবাদ নকৰিব। অন্যথা আৰ্থিক পৰিস্থিতি দুৰ্বল হ’ব। কেৰিয়াৰতো অশুভ প্ৰভাৱ পৰিব।

এই দিশত যাত্ৰা নকৰিব

বৃহস্পতিবাৰে দক্ষিণ, পূব, নৈঋত্যলৈ যাত্ৰা বৰ্জন। বিশেষকৈ এই দিনটোত দক্ষিণ দিশত দিশাশূল থাকে। অত্য়ন্ত প্ৰয়োজন নহ’লে যাত্ৰা নকৰিব।

কেঁচা নিমখ নাখাব

বৃহস্পতিবাৰে খাদ্যৰ সৈতে কেঁচা নিমখ একেবাৰেই নাখাব। ইয়াৰ ফলত কামত বাধা সৃষ্টি হ’ব পাৰে। নিমখ খালে বৃহস্পতি অস্ত যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!
ভাৰত

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 21, 2026
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক
জীৱনশৈলী

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

April 21, 2026
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

April 21, 2026
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?
জীৱনশৈলী

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

April 20, 2026
Next Post
মুখ দেখি সৰল বুলি ভোল গৈছিল সকলো, অজস্ৰ মহিলাৰ সৈতে একেসময়তে সম্পৰ্ক ৰাখিছিল অক্ষয় কুমাৰেও? তালিকাত কোন কোন বলীউড অভিনেত্ৰী?

মুখ দেখি সৰল বুলি ভোল গৈছিল সকলো, অজস্ৰ মহিলাৰ সৈতে একেসময়তে সম্পৰ্ক ৰাখিছিল অক্ষয় কুমাৰেও? তালিকাত কোন কোন বলীউড অভিনেত্ৰী?

৩০ বছৰ পাছত শনিৰ বিৰল ৰাজযোগ! অৰ্থ সাফল্য উপচি পৰিব ৪ৰাশিৰ, সৌভাগ্যৰ চূড়াত কোন কোন উঠিব?

৩০ বছৰ পাছত শনিৰ বিৰল ৰাজযোগ! অৰ্থ সাফল্য উপচি পৰিব ৪ৰাশিৰ, সৌভাগ্যৰ চূড়াত কোন কোন উঠিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.