• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ দেখি সৰল বুলি ভোল গৈছিল সকলো, অজস্ৰ মহিলাৰ সৈতে একেসময়তে সম্পৰ্ক ৰাখিছিল অক্ষয় কুমাৰেও? তালিকাত কোন কোন বলীউড অভিনেত্ৰী?

মুখ দেখি সৰল বুলি ভোল গৈছিল সকলো, অজস্ৰ মহিলাৰ সৈতে একেসময়তে সম্পৰ্ক ৰাখিছিল অক্ষয় কুমাৰেও? তালিকাত কোন কোন বলীউড অভিনেত্ৰী?

2 years ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

36 minutes ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

1 hour ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

2 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

3 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

11 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

12 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

13 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

14 hours ago
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

14 hours ago
এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

15 hours ago
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

16 hours ago
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মুখ দেখি সৰল বুলি ভোল গৈছিল সকলো, অজস্ৰ মহিলাৰ সৈতে একেসময়তে সম্পৰ্ক ৰাখিছিল অক্ষয় কুমাৰেও? তালিকাত কোন কোন বলীউড অভিনেত্ৰী?

মুখ দেখি সৰল বুলি ভোল গৈছিল সকলো, অজস্ৰ মহিলাৰ সৈতে একেসময়তে সম্পৰ্ক ৰাখিছিল অক্ষয় কুমাৰেও? তালিকাত কোন কোন বলীউড অভিনেত্ৰী?

editor by editor
November 7, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন
0
মুখ দেখি সৰল বুলি ভোল গৈছিল সকলো, অজস্ৰ মহিলাৰ সৈতে একেসময়তে সম্পৰ্ক ৰাখিছিল অক্ষয় কুমাৰেও? তালিকাত কোন কোন বলীউড অভিনেত্ৰী?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অক্ষয় কুমাৰৰ অভিনয়ৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৯১ চনত৷ বলীউডৰ খিলাড়ী আখ্যা পোৱা অভিনেতা অক্ষয়ৰ ব্যক্তিগত জীৱনক লৈ বাৰে বাৰে বিভিন্ন বাতৰি প্ৰচাৰ হৈছিল৷ এইবাৰ বৰ্ষীয়ান অভিনেত্ৰী গুড্ডি মাৰুতিয়ে অক্ষয়ক জীৱনৰ কিছু অজানা তথ্য প্ৰকাশ কৰিছে৷

নব্বৈৰ দশকত অক্ষয়ৰ জীৱনত প্ৰেমৰ অভাৱ নাছিল৷ বাস্তৱতো তেওঁ খিলাড়ী কুমাৰেই৷ সেই সময়ত মহিলাসকলৰ মাজত বেছ জনপ্ৰিয় আছিল অক্ষয়৷ খিলাড়ী কুমাৰেও তেওঁৰ অভিনেত্ৰীসকলৰ সৈতে ৰং ৰসিকতাৰ মাজেৰে সময় কটাইছিল৷ ১৯৯১ ত ছবি খিলাড়িত অভিনয় কৰিছিল গুড্ডিয়েও৷

বৰ্ষীয়ান অভিনেত্ৰীৰ বক্তব্য, সেই সময়ত একাধিক প্ৰেয়সী আছিল অক্ষয়ৰ৷ সেই প্ৰেমিকাসকলৰ মাজত ২-৩গৰাকীক ব্যক্তিগতভাৱে চিনিও পায় গুড্ডি মাৰুতিয়ে৷ যদিও তেওঁলোকৰ নাম প্ৰকাশ্যে আনিব খোজা নাই গুড্ডিয়ে৷ মুঠ কিমানগৰাকীৰ সৈতে সম্পৰ্কত আছিল খিলাড়ি অক্ষয় সেয়া অৱশ্যে প্ৰকাশ কৰা নাই গুড্ডিয়ে৷  একাধিক প্ৰেয়সী থাকিলেও, সেই সময়ত গুড্ডিৰ সৈতে সম্পৰ্কত আছিলনে সেয়া অৱশ্যে নিশ্চিতকৈ কোৱা নাই গুড্ডিয়ে৷ বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে কৈছে যে অক্ষয়ে বহু মহিলাৰ হৃদয় ভাঙিছে৷ সেয়ে বহুতেই সেই সময়ত অক্ষয়ৰ নাম দিছিল হাৰ্টব্ৰেকাৰ৷

অক্ষয়ক দেখাত খুবেই সৰল চিধা যেন দেখে প্ৰায়সংখ্যকেই৷ তেওঁৰ বহু এনে গল্প আছে যি গল্প বহুতেই নাজানে৷ শুনা গৈছে ৰবিনা টণ্ডন, শিল্পা ছেট্টী, প্ৰিয়ংকা চোপ্ৰা, কেটৰিনা কাইফৰ সৈতে সম্পৰ্কত আছিল অক্ষয়৷ আনকি ৰেখাৰ সৈতেও নাম সাঙোৰ খাইছিল অক্ষয়ৰ৷ শেষত ২০০১ চনত টুইঙ্কল খান্নাক বিয়া কৰাই অক্ষয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

June 30, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

June 30, 2026
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!
জীৱনশৈলী

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

June 30, 2026
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

June 29, 2026
Next Post
৩০ বছৰ পাছত শনিৰ বিৰল ৰাজযোগ! অৰ্থ সাফল্য উপচি পৰিব ৪ৰাশিৰ, সৌভাগ্যৰ চূড়াত কোন কোন উঠিব?

৩০ বছৰ পাছত শনিৰ বিৰল ৰাজযোগ! অৰ্থ সাফল্য উপচি পৰিব ৪ৰাশিৰ, সৌভাগ্যৰ চূড়াত কোন কোন উঠিব?

অভিনন্দন বাৰ্তা গ্ৰহণ কৰি কৰি ক্লান্ত ট্ৰাম্প! জয় নিশ্চিত হোৱাৰ পাছৰ প্ৰথম কেইঘণ্টা কেনেকৈ পাৰ হ’ল ট্ৰাম্পৰ?

অভিনন্দন বাৰ্তা গ্ৰহণ কৰি কৰি ক্লান্ত ট্ৰাম্প! জয় নিশ্চিত হোৱাৰ পাছৰ প্ৰথম কেইঘণ্টা কেনেকৈ পাৰ হ’ল ট্ৰাম্পৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.