• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনন্দন বাৰ্তা গ্ৰহণ কৰি কৰি ক্লান্ত ট্ৰাম্প! জয় নিশ্চিত হোৱাৰ পাছৰ প্ৰথম কেইঘণ্টা কেনেকৈ পাৰ হ’ল ট্ৰাম্পৰ?

অভিনন্দন বাৰ্তা গ্ৰহণ কৰি কৰি ক্লান্ত ট্ৰাম্প! জয় নিশ্চিত হোৱাৰ পাছৰ প্ৰথম কেইঘণ্টা কেনেকৈ পাৰ হ’ল ট্ৰাম্পৰ?

2 years ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

59 minutes ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

2 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

13 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

13 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

14 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

15 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

16 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

16 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

17 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

17 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

18 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অভিনন্দন বাৰ্তা গ্ৰহণ কৰি কৰি ক্লান্ত ট্ৰাম্প! জয় নিশ্চিত হোৱাৰ পাছৰ প্ৰথম কেইঘণ্টা কেনেকৈ পাৰ হ’ল ট্ৰাম্পৰ?

অভিনন্দন বাৰ্তা গ্ৰহণ কৰি কৰি ক্লান্ত ট্ৰাম্প! জয় নিশ্চিত হোৱাৰ পাছৰ প্ৰথম কেইঘণ্টা কেনেকৈ পাৰ হ’ল ট্ৰাম্পৰ?

editor by editor
November 7, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
অভিনন্দন বাৰ্তা গ্ৰহণ কৰি কৰি ক্লান্ত ট্ৰাম্প! জয় নিশ্চিত হোৱাৰ পাছৰ প্ৰথম কেইঘণ্টা কেনেকৈ পাৰ হ’ল ট্ৰাম্পৰ?
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এদিনৰ ভিতৰতেই সলনি হৈ পৰিছে ডোনাল্ড ট্ৰাম্পৰ জীৱন৷ চাৰি বছৰ পূৰ্বে হোৱাইট হাউছ এৰাৰ পাছত স্বাভাৱিক নিয়মতেই গুৰুত্ব কমিছিল ড’নাল্ড ট্ৰাম্পৰ৷ বিভিন্ন গোচৰত অভিযুক্ত হোৱাৰ পাছত অকলশলীয়া হৈ পৰিছিল ট্ৰাম্প৷ বুধবাৰে ভোটগণনাৰ ফলাফল ঘোষণাৰ পাছতেই সলনি হৈছে ট্ৰাম্পৰ ছবি৷ বিভিন্ন ৰাষ্ট্ৰপ্ৰধানৰ ফোন ধৰি ধৰি ভাগৰি পৰিছে ট্ৰাম্প৷ বুধবাৰে গণনা শেষৰ পাছত ৰিপাবলিকান পাৰ্টীৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে দ্বিতীয় বাৰৰ বাবে হোৱাইট হাউছত প্ৰৱেশৰ বন্দোবস্ত পাক্কা কৰি পেলাইছে৷

ট্ৰাম্পক দ্বিতীয়বাৰ প্ৰেছিডেণ্ট হোৱাৰ বাবে শুভেচ্ছা জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েভ ষ্টাৰ্মাৰ, ফৰাচি প্ৰেছিডেণ্ট ইমানুৱেল মেক্ৰণকে ধৰি কেইবাগৰাকীও ৰাষ্ট্ৰনেতাই৷ শুভেচ্ছা জনাই ট্ৰাম্পক ফোন কৰিছে আমেৰিকাৰ বিদায়ী প্ৰেছিডেণ্ট জ’ বাইডেন আৰু ডেমোক্ৰেট প্ৰতিদ্বন্দী কমলা হেৰিছেও৷

সংবাদ সংস্থা এপিয়ে জনাইছে যে, ভোটৰ প্ৰাথমিক ফলাফলত জয়ৰ গোন্ধ পায়েই বিজয় ভাষণ দিয়াৰ সিদ্ধান্ত লয় ট্ৰাম্পে৷ সেই মতে ভাৰতীয় সময় দুপৰীয়া ১ বজাত ফ্লৰিডাত বিজয় ভাষণ দিয়ে তেওঁ৷ পুৰণি শ্লোগান আওৰাই তেওঁ কয়, তেওঁৰ আমোলত জগৎসভাত আমেৰিকাই শ্ৰেষ্ঠ আসন ল’ব৷ তাৰপাছতেই অৱশ্যে ট্ৰাম্পক আৰু প্ৰকাশ্যে দেখা যোৱা নাই৷ বৰং যুক্তৰাষ্ট্ৰৰ বিভিন্ন ৰাজনীতিকতো বাদেই একাধিক ৰাষ্ট্ৰপ্ৰধানৰ ফোন ধৰোতেই ব্যস্ত থাকে তেওঁ৷ সমৰ্থক আৰু অনুদানদাতাসকলৰো কেইবাগৰাকীৰ সৈতে ট্ৰাম্পে কথা পাতিছে বুলি জনাইছে সংবাদ সংস্থাটোৱে৷

প্ৰেছিডেণ্ট বাইডেনৰ টিমে ট্ৰাম্পৰ টিমক কেইবাখনো বুজাপৰা পত্ৰত স্বাক্ষৰ কৰাৰ অনুৰোধ জনাইছে৷ সময় মতে এই স্বাক্ষৰসমূহ নকৰিলে ভৱিষ্যতে প্ৰশাসনিক কাম চলাবলৈ ট্ৰাম্প অসুবিধাৰ সন্মুখীন হ’ব৷ কেনকৈ ক্ষমতাৰ হস্তান্তৰৰ প্ৰক্ৰিয়া কৰা হয় সেই বিষয়টোক লৈয়ো ট্ৰাম্পৰ টিমৰ সৈতে কথা পাতিছে বাইডেনৰ টিমে৷ জয়ৰ পাছতেই ট্ৰাম্পে বিদায়ী ভাইছ প্ৰেছিডেণ্ট কমলা হেৰিছকো প্ৰশংসা কৰিছে৷ ট্ৰাম্পে কয় যে, কমলাৰ পেছাদাৰিত্ব আৰু ধৈৰ্য দেখি তেওঁ মুগ্ধ৷ তাৰপাছতেই দুজনেই যুক্তৰাষ্ট্ৰক ঐক্যবদ্ধ ৰখাৰ বিষয়ত নিজৰ প্ৰতিজ্ঞাৰ কথাও জনায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

September 21, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 21, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
Next Post
২০৩৬ৰ অলিম্পিক আয়োজনত ভাৰতৰ ওপৰিও পত্ৰ প্ৰেৰণ অইন  ১০খন দেশৰ, ভাৰতৰ মূল প্ৰতিদ্বন্দী দেশ কোনখন?

২০৩৬ৰ অলিম্পিক আয়োজনত ভাৰতৰ ওপৰিও পত্ৰ প্ৰেৰণ অইন ১০খন দেশৰ, ভাৰতৰ মূল প্ৰতিদ্বন্দী দেশ কোনখন?

চাকৰিত পদোন্নতি! যি সংকটেই নাহক সহজে মোকাবিলা কৰে সূৰ্যদেৱৰ প্ৰিয় এই ৩ৰাশিৰ জাতকে

চাকৰিত পদোন্নতি! যি সংকটেই নাহক সহজে মোকাবিলা কৰে সূৰ্যদেৱৰ প্ৰিয় এই ৩ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.