• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰ পাছত শনিৰ বিৰল ৰাজযোগ! অৰ্থ সাফল্য উপচি পৰিব ৪ৰাশিৰ, সৌভাগ্যৰ চূড়াত কোন কোন উঠিব?

৩০ বছৰ পাছত শনিৰ বিৰল ৰাজযোগ! অৰ্থ সাফল্য উপচি পৰিব ৪ৰাশিৰ, সৌভাগ্যৰ চূড়াত কোন কোন উঠিব?

2 years ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

3 minutes ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

23 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

53 minutes ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

1 hour ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

2 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

20 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

21 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

21 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

22 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

23 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

23 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰ পাছত শনিৰ বিৰল ৰাজযোগ! অৰ্থ সাফল্য উপচি পৰিব ৪ৰাশিৰ, সৌভাগ্যৰ চূড়াত কোন কোন উঠিব?

৩০ বছৰ পাছত শনিৰ বিৰল ৰাজযোগ! অৰ্থ সাফল্য উপচি পৰিব ৪ৰাশিৰ, সৌভাগ্যৰ চূড়াত কোন কোন উঠিব?

editor by editor
November 7, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৩০ বছৰ পাছত শনিৰ বিৰল ৰাজযোগ! অৰ্থ সাফল্য উপচি পৰিব ৪ৰাশিৰ, সৌভাগ্যৰ চূড়াত কোন কোন উঠিব?
0
SHARES
13k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই স্থান পৰিবৰ্তন কৰে৷ যাৰ কম বেছি প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰতে৷ শনিক গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিত চলা গ্ৰহ হিচাপে ধৰা হয়৷ কৰ্মফলদাতা শনিয়ে এটা ৰাশিত আঢ়ৈ বছৰ ধৰি থাকে৷ ইয়াৰপাছতেই আকৌ সেই ৰাশিত উভতি আহিবলৈ মাজত সময় লয় ৩০বছৰ৷

জ্যোতিষশাস্ত্ৰত শনি গ্ৰহৰ প্ৰত্যক্ষ আৰু বিপৰীতমুখী গতিবিধিও খুবেই গুৰুত্বপূৰ্ণ৷ যাৰ শুভ আৰু অশুভ প্ৰভাৱ পৰে বিভিন্ন ৰাশিৰ ওপৰত৷ বৰ্তমান শনিয়ে কুম্ভ ৰাশিত বিপৰীতমুখী গতিত আছে৷ আগন্তুক ১৫ নৱেম্বৰত কুম্ভ ৰাশিতেই প্ৰত্যক্ষ গতিত আহিব শনি৷ ২০২৫ চনত কুম্ভৰ পৰা বাহিৰলৈ ওলাই মীন ৰাশিত প্ৰৱেশ কৰিব৷ আৰু তেতিয়াই এক দুৰ্লভ ৰাজযোগ তৈয়াৰ হ’ব৷ যাৰ শুভ প্ৰভাৱত ৩ ৰাশিত জীৱনত উপচি পৰিব অৰ্থ আৰু সাফল্য৷ জানক কাৰ কাৰ ভাগ্যত কি আছে?

মেষ ৰাশি

শনিৰ অৱস্থান পৰিবৰ্তন মেষ ৰাশিৰ বাবে লাভজনক৷ কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে৷ কাৰ্যালয়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সহযোগিতা পাব পাৰে৷ অৰ্থভাগ্য তুংগত থাকিব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰিৰ ভাল সুযোগ পাব পাৰে৷ যি কোনো নতুন ব্যৱসায়ত কৰাৰ বাবে এয়াই শুভ সময়৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

বৃষ ৰাশি

শনিৰ প্ৰভাৱত সুদিন আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ বহু দিন ধৰি ৰৈ থকা কাম এইবাৰ সম্পূৰ্ণ হ’ব৷ পেছাগত জীৱনত বৃহৎ উন্নতিৰ সুযোগ আহিব৷ কৰ্মস্থানত পৰিবেশ অনুকূল থাকিব৷ কৰ্মক্ষেত্ৰত দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব৷

ধনু ৰাশি

শীঘ্ৰেই শনিৰ শুভ প্ৰভাৱ পৰিব ধনু ৰাশিৰ জাতকৰ জীৱনত৷ যি কোনো চেলেঞ্জৰ মুখামুখি হৈ সাফল্য পাব৷ কৰ্মক্ষেত্ৰত বহুদিনৰ সমস্যাৰ সমাধান হ’ব পাৰে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ স্বাস্থ্যৰ উন্নতি হ’ব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব শনিৰ চলনত৷ বহুদিন ধৰি পাবলগীয়া ধন এইবাৰ লাভ কৰিব৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব৷ চাকৰিত পদোন্নতি, ব্যৱসায়ত বৃহৎ চুক্তিৰ যোগ আছে৷ পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাদ থাকিলে এই সম্পৰ্কত দূৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’
বিনোদন

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

October 12, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
Next Post
অভিনন্দন বাৰ্তা গ্ৰহণ কৰি কৰি ক্লান্ত ট্ৰাম্প! জয় নিশ্চিত হোৱাৰ পাছৰ প্ৰথম কেইঘণ্টা কেনেকৈ পাৰ হ’ল ট্ৰাম্পৰ?

অভিনন্দন বাৰ্তা গ্ৰহণ কৰি কৰি ক্লান্ত ট্ৰাম্প! জয় নিশ্চিত হোৱাৰ পাছৰ প্ৰথম কেইঘণ্টা কেনেকৈ পাৰ হ’ল ট্ৰাম্পৰ?

২০৩৬ৰ অলিম্পিক আয়োজনত ভাৰতৰ ওপৰিও পত্ৰ প্ৰেৰণ অইন  ১০খন দেশৰ, ভাৰতৰ মূল প্ৰতিদ্বন্দী দেশ কোনখন?

২০৩৬ৰ অলিম্পিক আয়োজনত ভাৰতৰ ওপৰিও পত্ৰ প্ৰেৰণ অইন ১০খন দেশৰ, ভাৰতৰ মূল প্ৰতিদ্বন্দী দেশ কোনখন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.