• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰেক কৰিবলৈ এক ছেকেণ্ডো নালাগে! ভাৰতীয় লোকে সৰ্বাধিক ব্যৱহাৰ কৰা পাছৱৰ্ড কি জানেনে?

ক্ৰেক কৰিবলৈ এক ছেকেণ্ডো নালাগে! ভাৰতীয় লোকে সৰ্বাধিক ব্যৱহাৰ কৰা পাছৱৰ্ড কি জানেনে?

2 years ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

3 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

4 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

4 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

4 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

5 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

6 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

6 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

8 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

8 hours ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

10 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ক্ৰেক কৰিবলৈ এক ছেকেণ্ডো নালাগে! ভাৰতীয় লোকে সৰ্বাধিক ব্যৱহাৰ কৰা পাছৱৰ্ড কি জানেনে?

ক্ৰেক কৰিবলৈ এক ছেকেণ্ডো নালাগে! ভাৰতীয় লোকে সৰ্বাধিক ব্যৱহাৰ কৰা পাছৱৰ্ড কি জানেনে?

editor by editor
November 15, 2024
in প্ৰযুক্তি, বিবিধ
0
ক্ৰেক কৰিবলৈ এক ছেকেণ্ডো নালাগে! ভাৰতীয় লোকে সৰ্বাধিক ব্যৱহাৰ কৰা পাছৱৰ্ড কি জানেনে?
0
SHARES
242
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নানান ডিভাইছত, সামাজিক মাধ্যমৰ নানান একাউণ্টত ব্যৱহাৰ কৰা হয় পাছৱৰ্ড৷ নৰ্ডপাছে সম্প্ৰতি তেওঁলোকেৰ তালিকা প্ৰকাশ কৰিছে, য’ত বিশ্বৰ নানান দেশত সৰ্বাধিক ব্যৱহৃত ২০০টা পাছৱৰ্ডৰ তালিকা দিয়া হৈছে৷ ৪৪ খন দেশৰ পাছৱৰ্ডৰ তালিকা প্ৰকাশ কৰিছে তেওঁলোকে৷

সেই ৰিপৰ্ট অনুসৰি বিশ্ব আৰু ভাৰতত সকলোতকৈ বেছি ব্যৱহৃত পাছৱৰ্ড হৈছে ১২৩৪৫৬৷ ৰিপৰ্টে কৈছে, বিশ্বব্যাপী ৩০,১৮, ০৫০ জন ব্যৱহাৰকাৰীৰ মাজত ৭৬৯৮১জনেই এই পাছৱৰ্ড ব্যৱহাৰ কৰে৷ তেনেধৰণৰ আন এক পাছৱৰ্ড হৈছে ১২৩৪৫৬৭৮৯৷

বিশ্বৰ ভিতৰত এই পাছৱৰ্ড ব্যৱহাৰেৰে ভাৰত চতুৰ্থস্থানত আছে৷ বহুতেই নাম্বাৰ আৰু আখৰ মিলাই পাছৱৰ্ড দিয়ে৷ কিন্তু পাছৱৰ্ড মানেই চিক্ৰেট তেনেক্ষেত্ৰত কিয় এনে সহজ পাছৱৰ্ড ব্যৱহাৰ কৰে ইউজাৰকাৰীয়ে? গৱেষকৰ মতে বৰ্তমান সময়ত এজন ইউজাৰে নিজৰ সামাজিক যোগাযোগ মাধ্যমৰ একাউণ্ট বেংকৰ পাছৱৰ্ডলৈকে বহু পাছৱৰ্ড দিবলগা হয়৷ তেনেক্ষেত্ৰত পাহৰি যোৱাও হয়৷ সেয়ে প্ৰায়সংখ্যকেই সহজ পাছৱৰ্ড দিয়ে৷

বহুল ব্যৱহৃত পাছৱৰ্ডৰ ভিতৰত আছে, ABCD1234, INDIA123ও৷ এইসমূহ ক্ৰেক কৰিবলৈ বেছি সময়ো নালাগে৷ সেয়ে জটিল পাছৱৰ্ড ব্যৱহাৰৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?
বাণিজ্য

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

August 9, 2026
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!
জীৱনশৈলী

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

August 9, 2026
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

August 9, 2026
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
জীৱনশৈলী

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

August 9, 2026
Next Post
মোৰ ভুল স্বীকাৰ কৰিছো…! প্ৰকৃততে কি হৈছিল ডেলিভাৰী বয় জ্ঞানদ্বীপ আৰু আৰক্ষীৰ মাজত?

মোৰ ভুল স্বীকাৰ কৰিছো...! প্ৰকৃততে কি হৈছিল ডেলিভাৰী বয় জ্ঞানদ্বীপ আৰু আৰক্ষীৰ মাজত?

শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ

শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.