• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ

শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ

2 years ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

4 minutes ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

39 minutes ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

1 hour ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

2 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

2 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

5 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

5 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

6 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

7 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

8 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

9 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ

শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ

editor by editor
November 16, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
শনিবাৰে তুলা এৰি বৃশ্চিকলৈ আহিছে সূৰ্য, লাভেই লাভ এই ৫ৰাশিৰ জাতকৰ
0
SHARES
997
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১৬ নৱেম্বৰ৷ আজি চন্দ্ৰই দিনজুৰি বৃষ ৰাশিত অৱস্থান কৰিছে৷ বৈদিক পঞ্জিকা অনুসৰি আজি আঘোণ মাহৰ কৃষ্ণা প্ৰতিপদ তিথি৷ আজি পালিত হ’ব বৃশ্চিক সংক্ৰান্তি৷ আজি তুলা ৰাশি এৰি বৃশ্চিক ৰাশিত গোচৰ কৰিছে সূৰ্যই৷ আজি নিশা ১১ বাজি ৫০ মিনিট পৰ্যন্ত প্ৰতিপদ থাকিব৷ তাৰপাছতেই আৰম্ভ হ’ব কৃষ্ণা দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি সৰ্বাৰ্থ সিদ্ধি যোগ, অমৃত সিদ্ধি যোগ আৰু গজকেশৰী যোগৰ প্ৰভাৱ আছে৷ আজি দিনজুৰি থাকিব প্ৰথমে কৃত্তিকা আৰু পাছত ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

আজি ১৬ নৱেম্বৰ লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ৷ আজি শনিৰ কৃপাত আপোনাৰ মনৰ সকলো ভয় দূৰ হ’ব৷ আজিৰ দিনটো বিনিয়োগৰ বাবে শুভ৷ কোনো আইনী জটিলতাত যুক্ত থাকিলে আজি আপুনি ইয়াৰ পৰা মুক্তি পাব৷ ৰৈ থকা চৰকাৰী কাম আজি সম্পন্ন হ’ব৷ কাৰ্যালয়ত আপুনি নিজৰ কামৰ বাবে বছৰ প্ৰশংসা পাব৷

কৰ্কট ৰাশি

আজি গজকেশৰী যোগৰ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতকৰ বাবে বিশেষ দিন হ’ব৷ আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব৷ কেৰিয়াৰত নতুন কোনো সাফল্য অৰ্জন কৰিব৷ আজি কোনো প্ৰিয় মানুহৰ সৈতে আপোনাৰ দেখা হ’ব পাৰে৷ নতুন সম্পৰ্কত আজি সোমাই পৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ ব্যৱসায়ীয়ে আজি অতিৰিক্ত কোনো মুনাফা অৰ্জন কৰিব পাৰে৷ নিজৰ লক্ষ্য পূৰণ কৰিব পাৰে৷

কন্যা ৰাশি

আজি ১৬ নৱেম্বৰত পজিটিভ পৰিবৰ্তন আহিব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ আজি আপুনি অতিৰিক্ত অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব৷ ইয়াৰোপৰি পাবলগীয়া ধন লাভ কৰিব৷ নিজৰ বেংক বেলেন্স বহুপৰিমানে বাঢ়িব কন্যা ৰাশিৰ জাতকৰ৷ ঘৰৰ সদস্যসকলৰ সৈতে সু সম্পৰ্ক থাকিব৷ আজি গ্ৰহৰাজৰ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত৷

মকৰ ৰাশি

আজি নিজৰ কেৰিয়াৰৰ পথত বহু উন্নতি কৰিব মকৰ ৰাশিৰ জাতকে৷ আজি গ্ৰহৰাজৰ আশীৰ্বাদত আপুনি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব৷ ব্যৱসায়ত কোনো নতুন সমস্যা থাকিলে আজি সমাধান পাব৷ বন্ধুৰ সৈতে কোনো নতুন পৰিকল্পনাৰ ওপৰত আপুনি কাম কৰিব পাৰে৷ সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত আজি সম্পত্তি ক্ৰয় কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷

মীন ৰাশি

আজি দিনটো শুভ যোগৰ প্ৰভাৱত মঙ্গলময় দিন হ’ব মীন ৰাশিৰ জাতকৰ৷ ভাগ্যৰ সহায় লাভ কৰিব৷ আজি অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনাত মনোযোগ বাঢ়িব৷ আজি আত্মবিশ্বাসেৰে তুংগত থাকিব মীন ৰাশিৰ জাতক৷ প্ৰেমিক প্ৰেমিকাৰ মাজত সম্পৰ্কৰ উন্নতি হ’ব৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!
বিনোদন

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

June 26, 2026
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?
বাণিজ্য

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

June 26, 2026
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!
জীৱনশৈলী

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

June 26, 2026
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!
জীৱনশৈলী

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

June 26, 2026
Next Post
গোপনেই দ্বিতীয় সন্তানৰ পিতৃ হ’ল ৰোহিত! ৰোহিত শৰ্মাই কিয় গোপনে ৰাখিছে দ্বিতীয়বাৰ পিতৃ হোৱাৰ খবৰ?

গোপনেই দ্বিতীয় সন্তানৰ পিতৃ হ’ল ৰোহিত! ৰোহিত শৰ্মাই কিয় গোপনে ৰাখিছে দ্বিতীয়বাৰ পিতৃ হোৱাৰ খবৰ?

নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.