• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোপনেই দ্বিতীয় সন্তানৰ পিতৃ হ’ল ৰোহিত! ৰোহিত শৰ্মাই কিয় গোপনে ৰাখিছে দ্বিতীয়বাৰ পিতৃ হোৱাৰ খবৰ?

গোপনেই দ্বিতীয় সন্তানৰ পিতৃ হ’ল ৰোহিত! ৰোহিত শৰ্মাই কিয় গোপনে ৰাখিছে দ্বিতীয়বাৰ পিতৃ হোৱাৰ খবৰ?

2 years ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

28 minutes ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

1 hour ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

2 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

19 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

19 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

19 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

20 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

21 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

21 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

22 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গোপনেই দ্বিতীয় সন্তানৰ পিতৃ হ’ল ৰোহিত! ৰোহিত শৰ্মাই কিয় গোপনে ৰাখিছে দ্বিতীয়বাৰ পিতৃ হোৱাৰ খবৰ?

গোপনেই দ্বিতীয় সন্তানৰ পিতৃ হ’ল ৰোহিত! ৰোহিত শৰ্মাই কিয় গোপনে ৰাখিছে দ্বিতীয়বাৰ পিতৃ হোৱাৰ খবৰ?

editor by editor
November 16, 2024
in জীৱনশৈলী
0
গোপনেই দ্বিতীয় সন্তানৰ পিতৃ হ’ল ৰোহিত! ৰোহিত শৰ্মাই কিয় গোপনে ৰাখিছে দ্বিতীয়বাৰ পিতৃ হোৱাৰ খবৰ?
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দ্বিতীয়বাৰ পিতৃ হৈছে ৰোহিত শৰ্মা৷ শুকুৰবাৰে নিশা তেওঁৰ পত্নী ৰীতিকা ছাজদেই এটি পুত্ৰ সন্তান জন্ম দিছে৷ বৰ্তমানলৈকে অৱশ্যে ৰোহিত আৰু তেওঁৰ পৰিয়ালৰ কোনোৱে এই কথা স্পষ্ট কৰা নাই৷ পত্নীৰ কাষত থকাৰ বাবেই অষ্ট্ৰেলিয়ালৈকো যোৱা নাই ৰোহিত৷

২০১৫ চনত প্ৰথমবাৰ পিতৃ হৈছিল ৰোহিত৷ ছামাইৰাৰ জন্ম হৈছিল ২০১৫ চনত৷ ৯বছৰৰ পাছত দ্বিতীয়বাৰ পিতৃ হৈছে ৰোহিত৷ দ্বিতীয়বাৰ পত্নী অন্তঃসত্ত্বা হোৱাৰ খবৰো ৰাজহুৱা কৰা নাছিল ৰোহিতে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট চিৰিজত নাথাকে বুলি আৰম্ভণিতেই জনাইছিল ৰোহিচে৷ তাৰপাছতেই এক সূত্ৰই প্ৰকাশ কৰিছিল ৰোহিত দ্বিতীয়বাৰলৈ পিতৃ হোৱাৰ খবৰ৷ পত্নী অন্তঃসত্ত্বা হোৱাৰ খবৰো কাকো জনোৱা নাছিল ৰোহিতে৷

ৰোহিতে অষ্ট্ৰেলিয়াৰ প্ৰথম মেচ নেখেলাক লৈ ক্ষুদ্ধ হৈছিল সুনীল গাৱস্কাৰ৷ তেওঁ কৈছিল, ‘অধিনায়কৰ প্ৰথম টেষ্ট খেলা খুবেই গুৰুত্বপূৰ্ণ৷ আঘাতপ্ৰাপ্ত হৈ থাকিলেও বেলেগ কথা৷ কিন্তু যদি সি প্ৰথম টেষ্ট নেখেলে তেন্তে সহকাৰী অধিনায়কৰ ওপৰত চাপ পৰে৷ ৰোহিতে এখন দুখন টেষ্ট খেলিব পাৰিলেহেতেন৷ প্রথম টেষ্টত ৰোহিতে অৱশ্যেই দলৰ সৈতে থকা উচিত আছিল৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!
জীৱনশৈলী

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

August 30, 2026
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত গৌৰী যোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

হৃদয়বিদাৰক… ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

হৃদয়বিদাৰক... ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.