• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৃদয়বিদাৰক… ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

হৃদয়বিদাৰক… ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

2 years ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

47 minutes ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

1 hour ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

9 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

10 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

11 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

12 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

12 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

12 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

13 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

14 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

14 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হৃদয়বিদাৰক… ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

হৃদয়বিদাৰক... ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে

editor by editor
November 16, 2024
in জীৱনশৈলী, ভাৰত
0
হৃদয়বিদাৰক… ঝান্সি মেডিকেল কলেজত অন্যৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ নিজৰেই সন্তান হেৰুৱালে এগৰাকী পিতৃয়ে
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰপ্ৰদেশৰ ঝাঞ্চি মেডিকেল কলেজত ভয়াৱহ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডৰ ফলত অন্তত ১০জন শিশুৰ মৃত্যু হৈছে বুলি জনা গৈছে৷ প্ৰাথমিক অনুমান যে শ্বৰ্ট ছাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সুত্ৰপাত৷ বৰ্তমানলৈকে ৪৪গৰাকী সদ্যোজাতক উদ্ধাৰ কৰা হৈছে বুলি জনা গৈছে৷

শুকুৰবাৰে নিশা এই ঘটনা সংঘটিত হৈছে মহাৰাণী লক্ষ্মীবাঈ মেডিকেল কলেজত৷ দুৰ্ঘটনাত গভীৰ শোকপ্ৰকাশ কৰিছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে মেডিকেল কলেজৰ নিউনেটাল ইনছেনটিভ কেয়াৰ ইউনিটত শুকুৰবাৰে নিশা এই জুই লাগে৷ ধোঁৱাই আৱৰি ধৰে চৌপাশ৷ লগে লগেই আৰম্ভ হয় দৌৰাদৌৰি৷ অগ্নিনিৰ্বাপক বাহিনী অহাৰ পূৰ্বে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে ৱাৰ্ডৰ কাঁচ ভাঙি শিশুসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে৷ কিছুসময়ৰ পাছতেই সেই স্থানত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়৷ ঝাঞ্চিৰ জিলাপ্ৰশাসক অবিনাশ কুমাৰে কয়, ‘নিশা ১০ বাজি ৩৫ মিনিটত এই জুই লাগিছে৷ শিশুসকলৰ দুটা ইউনিটৰ মাজত এটাত জুই লাগে৷ সম্ভৱত শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুই লাগিছে৷ ৪৪টা শিশুক নিৰাপদে বাহিৰ কৰি অনা হৈছে৷’ উদ্ধাৰ কৰা ৪৪ টা শিশুৰ মাজত ১৬জনৰ অৱস্থা অতি সংকটজনক৷ আটাইকেইটা শিশুৱে এতিয়া অন্য হাস্পতালত চিকিৎসাধীন হৈ আছে৷

হাস্পতালতেই কান্দোনত ভাঙি পৰিছে মৃতকৰ পৰিয়াল৷ দুৰ্ঘটনাত মৃত শিশুৰ পৰিয়ালক সমবেদনা জনাইছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাতে৷ এক্স হেণ্ডেলত তেওঁ লিখিছে, ‘ঝাঞ্চিৰ মেডিকেল কলেজত হোৱা দুৰ্ঘটনাত মৃত্যু হোৱা শিশুসকলৰ মৃত্যুৰ ঘটনা মৰ্মান্তিক আৰু হৃদয়বিদাৰক৷ আহত শিশুসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো৷’ ইতিমধ্যেই চৰকাৰৰ তৰফৰ পৰা মৃত শিশুৰ পৰিয়াললৈ ৫লাখৰ ক্ষতিপূৰণ ঘোষণা কৰিছে যোগী চৰকাৰে৷ আহতসকলকো ৫০ হাজাৰকৈ দিয়া হ’ব৷

এই অগ্নিকাণ্ডৰ ঘটনা চকুৰ সন্মুখতে দেখা কেইবাগৰাকীও ব্যক্তিয়ে সংবাদমাধ্যমৰ আগত মুখ খুলিছে৷ নিজ সন্তানক চকুৰ সন্মুখতে শেষ হৈ যোৱা দেখিছে পিতৃ-মাতৃয়ে৷ কেনেকৈ আইচিইউৰ গ্লাছ ভাঙি শিশুসকলক উদ্ধাৰ কৰিছে পিতৃ-মাতৃয়ে সেই কথাও প্ৰকাশ কৰিছে সংবাদমাধ্যমৰ সন্মুখত৷

লেলিহান জুইৰ শিখাই আৱৰি ধৰা আইচিউতেই কুলদীপ নামৰ এজন ব্যক্তিয়ে নিজৰ সন্তানক উদ্ধাৰৰ বাবে সোমাই গৈছিল৷ তাতেই তেওঁ এটা দুটাকৈ কেইবাটাও শিশুক জুইৰ বাহিৰলৈ ওলিয়াই আনে৷ অন্য শিশুসকলক উদ্ধাৰ কৰি থাকোতেই নিজৰ সন্তানকেই হেৰুৱাই পেলাই কুলদ্বীপে৷

কুলদ্বীপে এই সন্দৰ্ভত কয়, ‘মোৰ সন্তানক মই ৰক্ষা কৰিব নোৱাৰিলো৷ মোৰ পত্নী আৰু মা বিধ্বস্ত হৈ পৰিছে৷ মই ক্ৰন্দনৰত শিশুসকলক দেখি ৰৈ থাকিব নোৱাৰি উদ্ধাৰত নামি পৰিছিলো৷ এজন চিকিৎসকে মোক এনেকৈ জুইৰ মাজত সোমাই যোৱা দেখি ওলাই আহক বুলি কৈছিল৷ তেতিয়া মই চিকিৎসকক কৈছিলো আপোনাৰ সন্তান হ’লে এনেকৈ মৰিবলৈ এৰি দিব পাৰিলেহেতেননে?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
Next Post
SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

বিয়াৰ বতৰতেই ভাল খবৰ! ৪০০০ টকালৈকে কমিল সোণৰ দাম! কমিছে ৰূপৰ দামো

বিয়াৰ বতৰতেই ভাল খবৰ! ৪০০০ টকালৈকে কমিল সোণৰ দাম! কমিছে ৰূপৰ দামো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.