• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰল দৃশ্য, মাজত মাথো কেইটামান দিন, দেখা পোৱা যাব ‘কোল্ড মুন’

বিৰল দৃশ্য, মাজত মাথো কেইটামান দিন, দেখা পোৱা যাব ‘কোল্ড মুন’

2 years ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

3 minutes ago
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

1 hour ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

4 hours ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

4 hours ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

5 hours ago
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

6 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

ভাগ্যই দেখুৱাব যাদু! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

6 hours ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

14 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

14 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

15 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

15 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিৰল দৃশ্য, মাজত মাথো কেইটামান দিন, দেখা পোৱা যাব ‘কোল্ড মুন’

editor by editor
November 21, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বিৰল দৃশ্য, মাজত মাথো কেইটামান দিন, দেখা পোৱা যাব ‘কোল্ড মুন’
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰল দৃশ্য, মাজত মাথো কেইটামান দিন, দেখা পোৱা যাব ‘কোল্ড মুন’

ছুপাৰ মুন, ৰেড মুন, ব্লু মুন আদি সকলো দেখিছে, পাছে জানেনে কোল্ড মুনৰ বিষয়ে। বছৰটোৰ সবাতোকৈ দীঘল নিশাৰ নিকটতম পূৰ্ণিমাক কোৱা হয় কোল্ড মুন। এইবাৰ ২০২৪ চনৰ কোল্ড মুন দেখা পাব ১৫ ডিচেম্বৰ তাৰিখে।

এই কোল্ড মুন তথা পূৰ্ণিমাৰ চন্দ্ৰটো বছৰৰ আটাইতকৈ দীঘলীয়া নিশা ২১ ডিচেম্বৰৰ আশে-পাশে দেখা যায়। এইবাৰ ১৫ ডিচেম্বৰৰ নিশা এই চন্দ্ৰ দেখা যাব যদিও, পুৱতি নিশা প্ৰায় ৪ মান বজাত এই চন্দ্ৰ সম্পূৰ্ণ ৰূপত দৃশ্যমান হ’ব।

ডিচেম্বৰ মাহটো শীতকালৰ সবাতোকৈ ঠাণ্ডাৰ মাহ, তাতে আৰু সবাতোকৈ দীঘল নিশাৰ মাহো। সেয়েহে এই পূৰ্ণিমাৰ নিশা দেখা পোৱা এই চন্দ্ৰটোক কোল্ড তথা শীতল চন্দ্ৰ বোলা হয়। অৱশ্যে এই বিশেষ নাম নিউয়ৰ্ক আৰু কানাডাৰ লোকসকলে দিয়া।

ইউৰোপত এই পূৰ্ণিমাৰ চন্দ্ৰক বৰদিনৰ আগৰ চন্দ্ৰ বুলিও কোৱা হয়। শীতল চন্দ্ৰক আটাইতকৈ দীঘলীয়া ৰাতিৰ চন্দ্ৰ বুলিও কোৱা হয়। এই পূৰ্ণিমাৰ চন্দ্ৰ সাধাৰণতে অন্য পূৰ্ণিমাতকৈ অধিক সময় থাকে। এ

এই শীতল পূৰ্ণিমাৰ চন্দ্ৰ মাছাচুচেটছ, উত্তৰ কানাডা, উত্তৰ-পশ্চিম ইউৰোপ, গ্ৰীণলেণ্ড আৰু আইচলেণ্ডত বসবাস কৰা লোকসকলে এই চন্দ্ৰটো চাব পাৰিব।

অৱশ্যে সম্পূৰ্ণ ৰূপত থকা  এই চন্দ্ৰ ভাৰতত দেখা নাযাব। বছৰৰ শেষৰ পূৰ্ণিমাত দেখা পোৱা এই চন্দ্ৰ মহাকাশ বিজ্ঞানীসকলৰ বাবে বহু দিশত গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা বিজ্ঞানীসকলৰ চন্দ্ৰৰ ওপৰত গৱেষণাত সহায় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2025 Last Full MoonCOLD MOONDecember MonthFull Moon
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?
জীৱনশৈলী

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

October 26, 2026
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!
বিশ্ব

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

October 26, 2026
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে
জীৱনশৈলী

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

October 26, 2026
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ
বিনোদন

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

October 26, 2026
Next Post
শ্বাহৰুখ খানক ধমকি দিয়া লোকৰ উদ্দেশ্য আছিল অন্যহে, পোহৰলৈ সকলো

শ্বাহৰুখ খানক ধমকি দিয়া লোকৰ উদ্দেশ্য আছিল অন্যহে, পোহৰলৈ সকলো

ভাৰতৰ চুবুৰীয়া দেশত ডাঙৰ আক্ৰমনৰ ঘটনা, আৰক্ষীসহ ৩৮ নিহত, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

ভাৰতৰ চুবুৰীয়া দেশত ডাঙৰ আক্ৰমনৰ ঘটনা, আৰক্ষীসহ ৩৮ নিহত, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.