• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ চুবুৰীয়া দেশত ডাঙৰ আক্ৰমনৰ ঘটনা, আৰক্ষীসহ ৩৮ নিহত, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

ভাৰতৰ চুবুৰীয়া দেশত ডাঙৰ আক্ৰমনৰ ঘটনা, আৰক্ষীসহ ৩৮ নিহত, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

2 years ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

12 minutes ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

1 hour ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

2 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

2 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

10 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

13 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

13 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

14 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

14 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

15 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

16 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ চুবুৰীয়া দেশত ডাঙৰ আক্ৰমনৰ ঘটনা, আৰক্ষীসহ ৩৮ নিহত, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

editor by editor
November 21, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতৰ চুবুৰীয়া দেশত ডাঙৰ আক্ৰমনৰ ঘটনা, আৰক্ষীসহ ৩৮ নিহত, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ চুবুৰীয়া দেশত ডাঙৰ আক্ৰমনৰ ঘটনা, আৰক্ষীসহ ৩৮ নিহত, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ কুৰৰাম অঞ্চলত ভয়ংকৰ ঘটনা। এক সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱালে আৰক্ষীসহ ৩৮ গৰাকী লোকে। এখন যাত্ৰীবাহী ভেনক বন্দুকেৰে নিৰ্বিচাৰে আক্ৰমণ। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

অৱশ্যে খাইবাৰ পখতুনখোৱা কুৰৰাম অঞ্চলত সংঘটিত এই সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব এতিয়াও কোনো সন্ত্ৰাসবাদী সংগঠনে স্বীকাৰ কৰা নাই।

জাভেদ উল্লা মেহছুদ নামৰ এজন জ্যেষ্ঠ বিষয়াই সদৰি কৰা মতে, উগ্ৰপন্থীয়ে কুৰৰাম জিলাত ছিয়া লোকৰ দুটা পৃথকে কনভয়ক লক্ষ্য কৰি লৈছিল। পাহাৰীয়া উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশৰ কুৰৰামত চুন্নী আৰু ছিয়া মুছলমানৰ মাজত যুদ্ধ অব্যাহত আছে।

আনবাতে, আজিৰ আক্ৰমণৰ আহতসকলক জিলাখনৰ বিভিন্ন চিকিৎসালয়লৈ আৰু কিছুমানক উন্নত চিকিৎসাৰ বাবে পেছাৱৰলৈ প্ৰেৰণ কৰা হৈছে। বহু লোকৰ অৱস্থা গুৰুতৰ বুলি কোৱা হৈছে। যাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: pakistanpakistan attackPakistan Terrorist attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

September 16, 2026
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

September 16, 2026
Next Post
বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

সূৰ্য্য-মংগলৰ শুভ দিশৰ ফলত ২৭ নৱেম্বৰৰ পৰা তুংগত থাকিব ৩টা ৰাশিৰ ভাগ্য

সূৰ্য্য-মংগলৰ শুভ দিশৰ ফলত ২৭ নৱেম্বৰৰ পৰা তুংগত থাকিব ৩টা ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.