• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

2 years ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

19 minutes ago
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

1 hour ago
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

3 hours ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

3 hours ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

4 hours ago
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

5 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যৰ তলা খুলিব ৩ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

6 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

17 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

17 hours ago
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

18 hours ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

editor by editor
November 21, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে যুদ্ধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত এই নিৰ্দেশ জাৰি কৰে।

নেতান্যাহুৰ উপৰিও প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্ট আৰু হামাছৰ নেতা মহম্মদ ডেইফৰ বিৰুদ্ধেও গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে।

ৱাৰেণ্ট অনুসৰি নেতান্যাহু আৰু গেলেণ্ট বিদেশ ভ্ৰমণ কৰিলেই গ্ৰেপ্তাৰ হ’ব পাৰে। আদালতৰ মুখ্য অভিযুক্ত কৰিম খানে মে’ মাহত গ্ৰেপ্তাৰৰ পৰোৱানা বিচাৰিছিল।

কৰিম খানে এই সন্দৰ্ভত কৈছিল যে গাজাত গণ অনাহাৰৰ সৃষ্টি কৰাৰ বাবে নেতান্যাহু আৰু গালাণ্ট দোষী বুলি বিশ্বাস কৰাৰ যুক্তিসংগত ভিত্তি আছে। এই যুদ্ধ অপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে।

২১ নৱেম্বৰ বৃহস্পতিবাৰে আদালতে লগতে ইয়াকো কয় যে ডেইফক মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু হত্যা, নিৰ্যাতন, ধৰ্ষণ আৰু পণবন্দী কৰাকে ধৰি যুদ্ধ অপৰাধৰ বাবে দায়ী বুলি বিশ্বাস কৰাৰ যুক্তিসংগত ভিত্তি আছে। ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ বাবেও তেওঁ দায়ী আছিল। য’ত ১২০০ৰো অধিক ইজৰাইলীৰ মৃত্যু হৈছিল।

আন্তঃৰাষ্ট্ৰীয় আদালতৰ তিনিজনীয়া ন্যায়াধীশৰ পেনেলে নেতান্যাহু আৰু গেলেণ্টৰ বাবে ৱাৰেণ্ট জাৰি কৰে। তেওঁ নিজৰ সিদ্ধান্তত লিখিছে – “দুয়োজনে ইচ্ছাকৃতভাৱে গাজাৰ অসামৰিক জনসাধাৰণক তেওঁলোকৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ পৰা বঞ্চিত কৰিছে বুলি বিশ্বাস কৰাৰ যথেষ্ট ভিত্তি আছে। “য’ত খাদ্য, পানী আৰু ঔষধৰ লগতে চিকিৎসা সামগ্ৰী, ইন্ধন আৰু বিদ্যুৎ আদি অন্তৰ্ভুক্ত।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Benjamin NetanyahuInternational CourtInternational Criminal Court . Criminal Court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক
বিশ্ব

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

August 3, 2026
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

August 3, 2026
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!
জীৱনশৈলী

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

August 3, 2026
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!
প্ৰযুক্তি

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

August 3, 2026
Next Post
সূৰ্য্য-মংগলৰ শুভ দিশৰ ফলত ২৭ নৱেম্বৰৰ পৰা তুংগত থাকিব ৩টা ৰাশিৰ ভাগ্য

সূৰ্য্য-মংগলৰ শুভ দিশৰ ফলত ২৭ নৱেম্বৰৰ পৰা তুংগত থাকিব ৩টা ৰাশিৰ ভাগ্য

জানেনে ভাৰতীয় সেনাত নেপালৰ লগতে অন্য দুখন দেশৰ নাগৰিকেও যোগদান কৰিব পাৰে

জানেনে ভাৰতীয় সেনাত নেপালৰ লগতে অন্য দুখন দেশৰ নাগৰিকেও যোগদান কৰিব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.