• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ বিচ্ছেদৰ পিছতে এ আৰ ৰহমানৰ ফালৰ পৰা সুখবৰ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পোষ্ট

বিবাহ বিচ্ছেদৰ পিছতে এ আৰ ৰহমানৰ ফালৰ পৰা সুখবৰ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পোষ্ট

2 years ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

13 minutes ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

45 minutes ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

1 hour ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

2 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

2 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

3 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

3 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

3 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

5 hours ago
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

6 hours ago
FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিবাহ বিচ্ছেদৰ পিছতে এ আৰ ৰহমানৰ ফালৰ পৰা সুখবৰ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পোষ্ট

editor by editor
November 22, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, সংগীত
0
বিবাহ বিচ্ছেদৰ পিছতে এ আৰ ৰহমানৰ ফালৰ পৰা সুখবৰ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পোষ্ট
0
SHARES
438
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ বিচ্ছেদৰ পিছতে এ আৰ ৰহমানৰ ফালৰ পৰা সুখবৰ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পোষ্ট

বিখ্যাত সংগীত শিল্পী এ আৰ ৰহমানৰ শেহতীয়াকৈ পত্নী ছাইৰা বানুৰ পৰা বিবাহৰ ২৯ বছৰৰ পাছত বিচ্ছেদ হৈছে। কিন্তু এই কঠিন সময়ত তেওঁ অনুৰাগীক পৰিয়াল সন্দৰ্ভত গোপনীয়তা বজাই ৰাখিবলৈ আহ্বান জনাইছে। পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ কাৰণ হিচাপে ব্যক্তিগত মতানৈক্যৰ কথা উল্লেখ কৰে শিল্পীগৰাকীয়ে।

পাছে সেই সকলোবোৰৰ মাজতে শিল্পীগৰকীয়ে সাামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এক সুখবৰ। সকলো দুখৰ মাজতে এক সুখৰ খবৰ আগমণ ঘটিছে এ আৰ ৰহমানৰ জীৱনলৈ।

শুকুৰবাৰে এ আৰ ৰহমানে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি শ্বেয়াৰ কৰে যে তেওঁ হলিউড মিউজিক ইন মিডিয়া এৱাৰ্ডছ (এইচএমএমএ)ত তেওঁৰ ছবি ‘দ্য গ’ট লাইফ’ৰ বাবে ‘বেষ্ট স্ক’ৰ’ বঁটা লাভ কৰিছে।

এই সন্মানৰ বাবে তেওঁ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি এই সন্মান নিজৰ দল আৰু অনুৰাগীৰ বাবে উৎসৰ্গা কৰে। এই সন্মান প্ৰাপ্তিৰ খবৰৰ পাছকে ৰহমানৰ অনুৰাগীয়ে অভিনন্দন জনাইছে।

উল্লেখ্য যে, এ আৰ ৰহমান আৰু ছাইৰা বানুৱে চলিত সপ্তাহৰ আৰম্ভণিতে ২৯ বছৰীয়া বৈবাহিক সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছিল, যিটো শুনি তেওঁলোকৰ অনুৰাগীসকলে স্তম্ভিত হৈ পৰিছিল। ছাইৰা বানুৰ অধিবক্তাই প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় যে ছাইৰা বানুৰ যথেষ্ট কষ্ট হৈছে। বহু বিবেচনাৰ অন্তত তেওঁ এই সিদ্ধান্তত উপনীত হৈছে যে তেওঁ আৰু এ আৰ ৰহমানৰ মাজত বিচ্ছেদ হ’ব লাগে।

নিজৰ কঠিন সময়ৰ মাজতে শুকুৰবাৰে এ আৰ ৰহমানে অনুৰাগীসকলক এটা ভাল খবৰ দিলে, য’ত তেওঁ নিজৰ পেছাদাৰী সফলতাৰ বিষয়ে কয়। বুধবাৰে অনুষ্ঠিত হৈছিল হলিউড মিউজিক ইন মিডিয়া এৱাৰ্ডৰ ১৫ সংখ্যক সংস্কৰণ। বঁটা প্ৰদান অনুষ্ঠানত চলচ্চিত্ৰ, টিভি, ভিডিঅ’ গেম আৰু অন্যান্য মাধ্যমলৈ আগবঢ়োৱা অৱদানৰ বাবে সুৰকাৰ, গীতিকাৰ আৰু সংগীত সুৰকাৰ সকলক সন্মান জনোৱা হয়।

‘The Goat Life’ ছবিখনৰ পৰিচালক ব্লেছিয়ে ৰহমানৰ হৈ এই বঁটা গ্ৰহণ কৰে। অৱশ্যে এই বঁটা প্ৰদান অনুষ্ঠানত ৰহমানে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে, য’ত তেওঁ কয়, ‘এই বঁটা লাভ কৰি মই অতি গৌৰৱ অনুভৱ কৰিছো। এই বঁটা লাভ কৰাটো এক সন্মানৰ কথা। এই বঁটা মোৰ দল আৰু সকলো সমৰ্থকলৈ উৎসৰ্গা কৰিছো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ar RahmanawardIndian Musician
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink
প্ৰযুক্তি

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

July 6, 2026
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

July 6, 2026
Next Post
সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে কংগাল কৰি তুলিব ৩ ৰাশিৰ লোকক, ধনৰ বাবে কৰিব হাহাকাৰ

সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে কংগাল কৰি তুলিব ৩ ৰাশিৰ লোকক, ধনৰ বাবে কৰিব হাহাকাৰ

আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি

আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.