• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি

আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি

2 years ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

10 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

11 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

11 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

11 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

12 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

12 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

13 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

13 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

14 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

15 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

16 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি

আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি

editor by editor
November 22, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি
0
SHARES
462
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি

আজৱ-গজৱ ভাৰতৰ খবৰ। এইবাৰ ৰাজস্থানৰ পৰা আহিছে এক বিশেষ খবৰ। মৃত বুলি ঘোষণা এগৰাকী লোক, তাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ ফলাফলো সদৰি। পাছত ৪ ঘণ্টা ঘৰি মৰ্গত ৰাখি থোৱা হয় মৃতদেহ। কিন্তু তাৰ পাছতে লাগে হুৱা দুৱা।

কিয়নো, মৃত বুলি সদৰি হোৱা সেই ব্যক্তিৰ যেতিয়া শেষ কৃত্যৰ বাবে লৈ যোৱা হয়, তেতিয়াই জী উঠে ব্যক্তি। ততাতৈয়াকৈ পুনৰ চিটি হাস্পতাললৈ নি অক্সিজেন দি চেলাইন দি চিকিৎসা সম্পন্ন কৰা হয়। বৰ্তমানে লোকগৰাকীক আই চি ইউত ৰখা হৈছে। অৱশ্যে চিকিৎসকে সুস্থিৰ বুলি জানিবলৈ দিয়ে লোকগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত।

এই ঘটনা ৰাজস্থানৰ ঝুনঝুনু জিলাৰ। ঘটনা সকলোফালে ভাইৰেল হোৱা পাছতে একপ্ৰকাৰৰ হাহাকাৰ লাগি যায়। যি হাস্পতালে লোকগৰাকীক মৃত ঘোষণা কৰি মৰণোত্তৰ পৰীক্ষাৰো ফলাফল পৰ্যন্তও দি দিছিল, সেই হাস্পতালৰ বিৰুদ্ধে সৰব হৈ উঠিছে সচেতন নাগৰিক।

অকনো সময় নষ্ট নকৰাকৈ ঘটনা পোহৰলৈ অহাৰ পাছতে সেই হাস্পতালৰ ৪ গৰাকী চিকিৎসকৰ লগতে হাস্পতালৰ অধ্যক্ষক নিলম্বন কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি এগৰাকী ২৫ বছৰীয়া ৰোহিতেশ নামৰ ২৫ বছৰীয়া যুৱকক স্বাস্থ্য সম্বন্ধীয় কিছু সমস্যাৰ বাবে এক ব্যক্তিগত হাস্পতালত ভৰ্তি কৰাইছিল। যুৱকগৰাকী অনাথ, ইয়াৰ উপৰিও কাণেৰে নুশুনাৰ লগতে কথাও কব নোৱাৰে যুৱকগৰাকীয়ে। এক অনাথ আশ্ৰমতে বাস কৰিছিল যুৱকগৰাকী।

কালি ২১ নৱেম্বৰ তাৰিখে বিয়লি ২ মান বজাত ভৰ্তি কৰাইছিল । কিন্তু লগে লগে হাস্পতাল কৰ্তৃপক্ষই মৃত ঘোষণা কৰে যুৱকগৰাকীক। তাৰ পাছত হাস্পতালৰ নিয়ম অনুসাৰে প্ৰথমে মৰণোত্তৰ পৰীক্ষা তাৰ পাছত শেষ কৃত্যলৈ নিয়াৰ পূৰ্বে ৪ ঘন্টা ধৰি মৰ্গতে ৰখা হয়।

শেষত যুৱকগাৰকীৰ শেষ কৃত্যলৈ নিয়াৰ সময়তহে পোহৰলৈ আহে জীৱিত থকাৰ কথা। সেই সময়ত মৃত বুলি ভৱা যুৱকে লাহে লাহে লৰচৰ কৰিবলৈ ধৰাত হাহাকাৰ লাগি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rajasthanrajasthan newsSocial Media Viralviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

August 27, 2026
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…
জীৱনশৈলী

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

August 27, 2026
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?
জীৱনশৈলী

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

August 27, 2026
Next Post
মহাৰাষ্ট্ৰত কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী, আসনক লৈ টনা-আঁজোৰা

মহাৰাষ্ট্ৰত কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী, আসনক লৈ টনা-আঁজোৰা

ডিচেম্বৰত মেষ-সিংহ সহ ৪ ৰাশিৰ কেৰিয়াৰত উন্নতি, ব্যৱসায়তো বাম্পাৰ লাভ

ডিচেম্বৰত মেষ-সিংহ সহ ৪ ৰাশিৰ কেৰিয়াৰত উন্নতি, ব্যৱসায়তো বাম্পাৰ লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.