• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাৰাষ্ট্ৰত কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী, আসনক লৈ টনা-আঁজোৰা

মহাৰাষ্ট্ৰত কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী, আসনক লৈ টনা-আঁজোৰা

2 years ago
অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম

অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম

6 minutes ago
অক্টোবৰ বিপ্লৱ!

অক্টোবৰ বিপ্লৱ!

37 minutes ago
বিলাস INNৰ ঘটনাৰ পুনৰাবৃত্তি! দুলীয়াজানত শেষ হৈ গ’ল এটা পৰিয়াল

বিলাস INNৰ ঘটনাৰ পুনৰাবৃত্তি! দুলীয়াজানত শেষ হৈ গ’ল এটা পৰিয়াল

2 hours ago
পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? পিকনিকক লৈ কঠোৰ নিৰ্দেশনা

পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? পিকনিকক লৈ কঠোৰ নিৰ্দেশনা

2 hours ago
এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

3 hours ago
প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ

3 hours ago
এমাহৰ ভিতৰত ৪ বাৰকৈ সৰ্প দংশনৰ চিকাৰ হৈও সম্পূৰ্ণ সুস্থ কিশোৰী!

এমাহৰ ভিতৰত ৪ বাৰকৈ সৰ্প দংশনৰ চিকাৰ হৈও সম্পূৰ্ণ সুস্থ কিশোৰী!

3 hours ago
লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা

লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা

4 hours ago
চিকিৎসা বিজ্ঞানত নতুন দিগন্তৰ সূচনা, মাতৃগৰ্ভতে ২৫ সপ্তাহৰ ভ্ৰুণৰ জটিল অস্ত্ৰোপচাৰ

চিকিৎসা বিজ্ঞানত নতুন দিগন্তৰ সূচনা, মাতৃগৰ্ভতে ২৫ সপ্তাহৰ ভ্ৰুণৰ জটিল অস্ত্ৰোপচাৰ

5 hours ago
একেলগে জ্বলিল ৩ বন্ধুৰ চিতা, কাৰ ভুলৰ বাবে এই মৰ্মান্তিক ঘটনা?

একেলগে জ্বলিল ৩ বন্ধুৰ চিতা, কাৰ ভুলৰ বাবে এই মৰ্মান্তিক ঘটনা?

5 hours ago
Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?

Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?

6 hours ago
সাৱধান! প্ৰতিঘন্টাত ১৪৫কিঃমি গতিবেগেৰে আহি আছে কাল ঘূৰ্ণীবতাহ ‘আকভান’!

সাৱধান! প্ৰতিঘন্টাত ১৪৫কিঃমি গতিবেগেৰে আহি আছে কাল ঘূৰ্ণীবতাহ ‘আকভান’!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মহাৰাষ্ট্ৰত কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী, আসনক লৈ টনা-আঁজোৰা

editor by editor
November 22, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
মহাৰাষ্ট্ৰত কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী, আসনক লৈ টনা-আঁজোৰা
0
SHARES
97
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰত কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী, আসনক লৈ টনা-আঁজোৰা

মহাৰাষ্ট্ৰত ভোট গণনাৰ পূৰ্বে মহাযুতি আৰু মহাবিকাশ আঘাদীৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল মুখ্যমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী কোন হ’ব? শনিবাৰ ২৩ নৱেম্বৰ তাৰিখে ভোটগণনা হ’ব, তেতিয়াহে গম পোৱা যাব জনসাধাৰণে কোনটো শিবিৰ নিৰ্বাচিত কৰিছে। কিন্তু ইয়াৰ পূৰ্বে শাসনাধিষ্ঠিত মহাযুতি আৰু বিৰোধী মহাৱিক আঘাদীৰ ভিতৰত পৰৱৰ্তী চৰকাৰ কোনে নেতৃত্ব দিব সেই লৈ মতানৈক্যৰ সৃষ্টি হোৱা দেখা গৈছে। মুখ্যমন্ত্ৰীৰ আসনক লৈ এতিয়া টনা আঁজোৰা কৰিছে নেতা সকলে।

বুধবাৰে সন্ধিয়া ২৮৮ জনীয়া বিধানসভাৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত শাসক আৰু বিৰোধী দুয়োটা ফ্ৰণ্টেই দাবী কৰিবলৈ আৰম্ভ কৰে যে ২৩ নৱেম্বৰত ভোট গণনাত তেঁওলোক জয়ী হব। ভোটদানৰ পিছতে ৰাজ্যৰ কংগ্ৰেছৰ মুৰব্বী নানা পাটোলে কয় যে তেওঁৰ দলৰ নেতৃত্বত মহাৰাষ্ট্ৰত এমভিএ চৰকাৰ গঠন হ’ব।

নানা পাটোলে কয়, ভোটদানৰ ধাৰা অনুসৰি নতুন বিধানসভাত কংগ্ৰেছে সৰ্বাধিক আসন লাভ কৰিব। নানা পাটোলেৰ মন্তব্য মিত্ৰ শিৱসেনাৰ সৈতে ভালদৰে নহ’ল, যাৰ নেতা সঞ্জয় ৰাউটে বৃহস্পতিবাৰে জোৰ দি কয় যে এমভিএ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী কোন হব সেয়া মিত্ৰজোঁটৰ অংশীদাৰে যৌথভাৱে সিদ্ধান্ত ল’ব।

ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে যদি কংগ্ৰেছ হাইকমাণ্ডে পাটোলেক মুখ্যমন্ত্ৰী হ’ব বুলি কৈছে, তেন্তে ৰাষ্ট্ৰীয় দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ইয়াৰ শীৰ্ষ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ঘোষণা কৰক।

আনাহতে কংগ্ৰেছ, শিৱসেনা (ইউবিটি) আৰু এনচিপি (এছপি)কে ধৰি এমভিএ আৰু বিজেপি, শিৱসেনা আৰু এনচিপিকে ধৰি বিজেপি, শিৱসেনা আৰু এনচিপিকে ধৰি মহাযুতিয়ে আস্থা প্ৰকাশ কৰিছে যে তেওঁলোকৰ মিত্ৰজোঁটে পৰবৰ্তী চৰকাৰ গঠন কৰিব ।

মহাযুতীৰ হৈ শিৱসেনাৰ বিধায়ক তথা দলৰ মুখপাত্ৰ সঞ্জয় শিৰছাটে কয় যে, “ভোটৰ জৰিয়তে ভোটাৰসকলে শ্বিণ্ডেক নিজৰ সমৰ্থন দিব। মই ভাবো যে শ্বিণ্ডেৰ অধিকাৰ , তথা আমি নিশ্চিত যে তেওঁ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Maharastar CMmaharastraNext CMNext Cm Of Maharastra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম
অপৰাধ

অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম

November 16, 2026
এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!
প্ৰযুক্তি

এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

November 16, 2026
এমাহৰ ভিতৰত ৪ বাৰকৈ সৰ্প দংশনৰ চিকাৰ হৈও সম্পূৰ্ণ সুস্থ কিশোৰী!
জীৱনশৈলী

এমাহৰ ভিতৰত ৪ বাৰকৈ সৰ্প দংশনৰ চিকাৰ হৈও সম্পূৰ্ণ সুস্থ কিশোৰী!

November 16, 2026
লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা
ভাৰত

লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা

November 16, 2026
Next Post
ডিচেম্বৰত মেষ-সিংহ সহ ৪ ৰাশিৰ কেৰিয়াৰত উন্নতি, ব্যৱসায়তো বাম্পাৰ লাভ

ডিচেম্বৰত মেষ-সিংহ সহ ৪ ৰাশিৰ কেৰিয়াৰত উন্নতি, ব্যৱসায়তো বাম্পাৰ লাভ

মুক্তিৰ পূৰ্বেই বিশেষ চৰ্চাত আল্লু অৰ্জুনৰ ‘পুষ্পা-২’, ছবিখন নিষিদ্ধ কৰাৰ দাবী

মুক্তিৰ পূৰ্বেই বিশেষ চৰ্চাত আল্লু অৰ্জুনৰ 'পুষ্পা-২', ছবিখন নিষিদ্ধ কৰাৰ দাবী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.