• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ বছৰে বুকুত কঢ়িয়াই ফুৰিছে মুম্বাইৰ সেই ২৬/১১ৰ দাৱানল

১৬ বছৰে বুকুত কঢ়িয়াই ফুৰিছে মুম্বাইৰ সেই ২৬/১১ৰ দাৱানল

1 year ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

28 minutes ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

2 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

2 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

3 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

3 hours ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

3 hours ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

4 hours ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

6 hours ago
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

6 hours ago
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

7 hours ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

7 hours ago
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৬ বছৰে বুকুত কঢ়িয়াই ফুৰিছে মুম্বাইৰ সেই ২৬/১১ৰ দাৱানল

editor by editor
November 26, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
১৬ বছৰে বুকুত কঢ়িয়াই ফুৰিছে মুম্বাইৰ সেই ২৬/১১ৰ দাৱানল
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ বছৰে বুকুত কঢ়িয়াই ফুৰিছে মুম্বাইৰ সেই ২৬/১১ৰ দাৱানল

২০০৮ চনৰ মুম্বাইৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখ, বুধবাৰ। হঠাতে আক্ৰমণ চলাই ১০ দনীয়া এটা আক্ৰমণকাৰী দলে। যি আক্ৰমণত প্ৰাণ হেৰুৱাই ১৭৫ গৰাকী লোকে। ইয়াৰ উপৰি ৩০০ গৰাকী লোক আহত হয়। নিহত সকলৰ ভিতৰত ৯ আক্ৰমণকাৰী। জীৱিত ধৰা পৰিছিল কাছভ। সেই লোমহৰ্ষক ঘটনাৰেই আজি ১৬ বছৰ পাৰ। কিন্তু আজিয়ো মুম্বাইবাসীয়ে পাহৰিব পৰা নাই সেই আক্ৰমণৰ ঘটনা।

স্বাধীন ভাৰতৰ ইতিহাসত এয়া আছিল অন্যতম বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত ১৮ জন নিৰাপত্তাৰক্ষীকে ধৰি ৯ আক্ৰমণকাৰী সহ মুঠ ১৭৫ জন লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হৈছিল। দেশৰ অন্যতম নিৰাপদ স্থান বুলি বিবেচিত মুম্বাইৰ তাজ হোটেলক লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদীয়ে।

পাকিস্তানৰ কৰাচীৰ পৰা সাগৰীয় পথেৰে নাৱেৰে মুম্বাইলৈ ৰাওনা হৈছিল ১০ জনীয়া সন্ত্ৰাসবাদী দল। ভাৰতীয় নৌসেনাৰ চকুত ধুলি দিবলৈ সাগৰৰ মাজতে ভাৰতীয় নাও এখন হাইজেক কৰি নাওখনত থকা সকলো লোককে হত্যা কৰি সেই নাওখন ব্যৱহাৰ কৰি নিশা প্ৰায় ৮ মান বজাত কোলাবাৰ ওচৰৰ মাছ বজাৰত অৱতৰণ কৰে।

স্থানীয় মাছমৰীয়াসকলে লোকসকলৰ ওপৰত সন্দেহ প্ৰকাশ কৰে আৰক্ষীকো অৱগত কৰিছিল যদিও আৰক্ষীয়ে ইয়াক সহজভাৱে লয়। তাৰ পাছতে ২৬ নৱেম্বৰত প্ৰথমে মুম্বাইৰ সকলো স্থান পৰীক্ষা কৰি সন্ধিয়া নিজৰ কু-পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ ৰাওনা হয়।

কোলাবাৰ পৰা সন্ত্ৰাসবাদীয়ে ৪ জনীয়া গোটত টেক্সি লৈ নিজ নিজ গন্তব্যস্থানৰ দিশে ৰাওনা হয়। সন্ত্ৰাসবাদীৰ এটা দলে নিশা ৯.৩০ বজাত ছাত্ৰপতি শিৱাজী টাৰ্মিনেল ৰেল ষ্টেচনত উপস্থিত হয়। সকলোৰে হাতত AK-47 ৰাইফল আছিল আৰু তেওঁলোকে নিৰ্বিচাৰে গুলী চলাবলৈ আৰম্ভ কৰে। এই আক্ৰমণকাৰীৰ মাজত আজমল কাছাবকো অন্তৰ্ভুক্ত কৰা হৈছিল। যাক নিৰাপত্তাৰক্ষীয়ে জীৱিত অৱস্থাত বন্দী কৰি ফাঁচী দিয়ে পিছত। চি এছ টি ৰেলৱে ষ্টেচনত সংঘটিত গুলীচালনাৰ ঘটনাত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে। ভিলে পাৰ্লে অঞ্চলতো গোলাবৰ্ষণৰ খবৰ আহিছিল।

সেই নিশা সন্ত্ৰাসবাদীয়ে মুম্বাইৰ বহু বিখ্যাত স্থানক লক্ষ্য কৰি লয়। মুম্বাইত অৱস্থিত বিশ্বমানৰ হোটেলসমূহৰ ভিতৰত অন্যতম তাজ হোটেল, অবেৰয় ট্ৰাইডেণ্ট হোটেল আৰু নৰিমান হাউছক লক্ষ্য কৰি লোৱা হৈছিল। মুম্বাইৰ গৌৰৱ বুলি কোৱা তাজ হোটেল সন্ত্ৰাসবাদীয়ে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়।

তিনিদিন ধৰি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত চলে এই এনকাউণ্টাৰ। আৰক্ষী আৰু সেনাৰ অভিযানো যেন ব্যৰ্থ হয়। তাৰ পিছত এন এছ জিৰ কমাণ্ডোক মাতি অনা হয়। এন এছ জিৰ কমাণ্ডোৱে ১০ টাৰ ভিতৰত ৯ সন্ত্ৰাসবাদীক হত্যা কৰে আৰু কাছভক জীৱিত অৱস্থাত ধৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 26 11 Case . Mumbai Terrorist attackmumbaiMumbai CaseMumbai Terrorist's attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস
বাণিজ্য

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

April 24, 2026
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!
জীৱনশৈলী

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

April 24, 2026
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?
বাণিজ্য

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

April 24, 2026
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!
জীৱনশৈলী

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

April 24, 2026
Next Post
দ্ৰুত গতিত আহি আছে ঘূৰ্ণীবতাহ ‘ফাংগাল’, উত্তৰ-পূৱ ভাৰতত বিশেষ প্ৰভাৱ

দ্ৰুত গতিত আহি আছে ঘূৰ্ণীবতাহ 'ফাংগাল', উত্তৰ-পূৱ ভাৰতত বিশেষ প্ৰভাৱ

দেবগুৰু বৃহস্পতিৰ কাৰণে ভাগ্য খোল খাব ৫ ৰাশিৰ লোকৰ, নতুন বছৰ হৈ পৰিব সৌভ্যৰে ভৰা

দেবগুৰু বৃহস্পতিৰ কাৰণে ভাগ্য খোল খাব ৫ ৰাশিৰ লোকৰ, নতুন বছৰ হৈ পৰিব সৌভ্যৰে ভৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.