• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

2 years ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

34 minutes ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

1 hour ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

2 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

3 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

4 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

19 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

20 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

20 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

21 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

21 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

22 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

editor by editor
December 11, 2024
in জীৱনশৈলী
0
মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষৰ মতে গ্ৰহ আৰু ৰাশিৰ এক বিশেষ সম্পৰ্ক আছে। ২০২৫ চনত বহু ডাঙৰ ডাঙৰ গ্ৰহই স্থান পৰিবৰ্তন কৰিব। মিথুন ৰাশিত মঙল গ্ৰহই অৱস্থান কৰিব। ২০২৫ চনৰ জানুৱাৰী মাহৰ আৰম্ভণিতে মংগল গ্ৰহই বিপৰীত দিশত গতি কৰিব। মিথুন ৰাশিত মংগল গ্ৰহই ওলোটাকৈ গতি কৰিব। ইয়াৰ প্ৰভাৱ ৩ ৰাশিৰ বাবে শুভ হ’ব৷ মংগলৰ এই বিপৰীত দিশৰ গতিয়ে কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ ধন সুখ আনিব৷ নতুন বছৰত কোন ৩টা ৰাশিৰ ভাগ্যোদয় হ’ব? জানক সবিশেষ৷ 

মেষ ৰাশি

মিথুন ৰাশিত মংগলৰ বিপৰীতমুখী গতি মেষ ৰাশিৰ বাবে উপকাৰী হ’ব। জীৱনত বহু ধৰণৰ সুখ আহিব পাৰে। চিংগল সকলে সম্পৰ্কত বান্ধ খাব পাৰে। এই বছৰটো আপোনাৰ বাবে ভাল হ’ব। প্ৰেমত সফলতা লাভ কৰিব পাৰিব। পৰিয়ালত সুখৰ পৰিবেশ গঢ়ি উঠিব। আয় বৃদ্ধিৰ সম্ভাৱনা থাকিব। কৰ্মত নিয়োজিত লোক আৰু ব্যৱসায়ীসকলৰ বাবে সময় ভাল হ’ব।

সিংহ ৰাশি

মংগলৰ বিপৰীতমুখী গতি সিংহ ৰাশিৰ বাবে ভাল হ’ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। খৰখেদাকৈ কোনো সিদ্ধান্ত ল’ব নালাগে, তেনে কৰিলে ক্ষতি হ’ব পাৰে। চিন্তাশীলভাৱে কৰা কামে সফলতা কঢ়িয়াই আনিব। ব্যৱসায়ত অগ্ৰগতি হ’ব পাৰে। বহিঃৰাজ্য ভ্ৰমণৰ সম্ভাৱনা আছে। আপোনাৰ পত্নীৰ সৈতে ভাল সময় কটাব।  ব্যৱসায়ত লাভ হ’ব পাৰে।

কুম্ভ ৰাশি

মংগলৰ বিপৰীতমুখী গতি কুম্ভ ৰাশিৰ বাবে শুভ হ’ব। বহিঃৰাজ্যত ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলিব পাৰে৷ আত্মবিশ্বাস পূৰ্বতকৈ বাঢ়িব৷ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ’ব। কৰ্মত অগ্ৰগতি লাভ কৰিব৷ ছাত্ৰ-ছাত্ৰীৰ বাবেও নতুন বছৰটো ভাল হব। পঢ়া-শুনাত সফল হ’ব। ব্যৱসায়ত অগ্ৰগতি হ’ব পাৰে। কিছু ধৈৰ্য্যৰে কাম কৰক।

Disclaimer- ইয়াত দিয়া তথ্য জ্যোতিষৰ আধাৰত আৰু কেৱল তথ্যৰ বাবেহে দিয়া হৈছে। অসম লাইভ২৪য়ে এই কথা নিশ্চিত কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?
জীৱনশৈলী

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

October 21, 2026
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক
জীৱনশৈলী

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

October 21, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

October 20, 2026
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!
জীৱনশৈলী

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

October 20, 2026
Next Post
৫ বছৰতেই পাব ৫লাখ টকা, প’ষ্ট অফিচৰ এই স্কিম কি জানেনে?

৫ বছৰতেই পাব ৫লাখ টকা, প’ষ্ট অফিচৰ এই স্কিম কি জানেনে?

বহু পৰকীয়া, মাদক সেৱন, পত্নীক নিৰ্যাতন, এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ কাহিনী জানিলে আচৰিত হ’ব আপুনিও

বহু পৰকীয়া, মাদক সেৱন, পত্নীক নিৰ্যাতন, এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ কাহিনী জানিলে আচৰিত হ’ব আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.