• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহু পৰকীয়া, মাদক সেৱন, পত্নীক নিৰ্যাতন, এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ কাহিনী জানিলে আচৰিত হ’ব আপুনিও

বহু পৰকীয়া, মাদক সেৱন, পত্নীক নিৰ্যাতন, এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ কাহিনী জানিলে আচৰিত হ’ব আপুনিও

2 years ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

16 minutes ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

38 minutes ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

1 hour ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

2 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

3 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

3 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

4 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

5 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

8 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

9 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

9 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বহু পৰকীয়া, মাদক সেৱন, পত্নীক নিৰ্যাতন, এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ কাহিনী জানিলে আচৰিত হ’ব আপুনিও

বহু পৰকীয়া, মাদক সেৱন, পত্নীক নিৰ্যাতন, এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ কাহিনী জানিলে আচৰিত হ’ব আপুনিও

editor by editor
December 11, 2024
in ক্ৰীড়া, ভাৰত
0
বহু পৰকীয়া, মাদক সেৱন, পত্নীক নিৰ্যাতন, এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ কাহিনী জানিলে আচৰিত হ’ব আপুনিও
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নব্বৈৰ দশকৰ তেওঁ অন্যতম বাওঁহতীয়া বেটাৰ৷ যিমান দিন ক্ৰিকেট খেলিছে সিমান দিনেই বলাৰৰ টোপনি উৰুৱাইছে এইগৰাকী বেটাৰে৷ কিন্তু বিনোদ কাম্বলিয়ে যেনেকৈ নিশাৰ ভিতৰতেই সাফল্যৰ চূড়াত উপনীত হৈছে ঠিক তেনেকৈ দ্ৰুতগতিত তেওঁৰ কেৰিয়াৰৰ পতনো হৈছিল৷ মদৰ প্ৰতি আসক্তিয়ে শেষ কৰিছিল বিনোদ কাম্বলিৰ কেৰিয়াৰ৷ মদেই নহয় তেওঁৰ আছিল বহু নাৰীসংগও৷ প্ৰথম বিবাহ ভাঙি যোৱাৰ পাছত দ্বিতীয় বিবাহো নিটিকিল বিনোদৰ৷ আৰ্থিক অনাটনৰ চিকাৰ হৈ কিছুদিন পূৰ্বে চাকৰিৰ বাবে আবেদনো কৰিছে বিনোদে৷ প্ৰয়াত কোচ ৰমাকান্ত আচবেকৰৰ স্মৃতিসৌধ উদ্বোধনৰ এক অনুষ্ঠানত সম্প্ৰতি আমন্ত্ৰিত হৈছিল আচবেকৰৰ দুই প্ৰিয় ছাত্ৰ শচীন তেণ্ডুলকাৰ আৰু বিনোদ কাম্বলি৷ অসুস্থ বিনোদৰ হাতত ধৰি শচীনে গল্প কৰি থকাও দেখা গৈছে৷

সামাজিকমাধ্যমত ভাইৰেল হৈ পৰা এক বিশেষ ভিডিঅ’ত দেখা গৈছে যে কাম্বলিক কেইবাগৰাকীয়েও ধৰি ফুটপাথত ধৰি ধৰি নি গন্তব্য স্থানত উপস্থিত হৈছে৷ শাৰীৰিক অসুস্থতাৰ ওপৰিও আৰ্থিক অভাৱতো দিন কটাইছে বিনোদে৷ এটা ভিডিঅ’ কৰি সেই কথা জনাইছে প্ৰাক্তন ক্ৰিকেটাৰে নিজেই৷ চাকৰিৰ বাবে আবেদনো কৰিছিল তেওঁ৷ বিনোদক সাহায্যৰ হাত আগবঢ়াইছে ১৯৮৩ চনৰ বিশ্বকাপজয়ী ভাৰতীয় দলৰ সদস্যসকলে৷

২০১৩ চনত মুম্বাইত বাহন চলোৱাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈছিল কাম্বলি৷ তাৰপাছৰে পৰা নানান শাৰীৰিক জটিলতাত ভূগি আছে তেওঁ৷ বিগত বছৰ তেওঁৰ এঞ্জিঅ’প্লাষ্টি হৈছে৷ ২০২৩ চনত তেওঁৰ বিবাহবিচ্ছেদো হৈছে৷ বিনোদৰ বিৰুদ্ধে শাৰীৰিক অত্যাচাৰৰ অভিযোগ তুলিছিল দ্বিতীয় প্ৰাক্তন পত্নীয়ে৷ কেৰিয়াৰত পতনৰ ওপৰিও বিনোদৰ ব্যক্তিগত জীৱনো খুব এটা সুখকৰ নাছিল৷ নব্বৈৰ দশকত যেতিয়া ক্ৰিকেটৰ জগতত তেওঁ প্ৰশংসা বুটলিছিল সেই সময়ত তেওঁৰ পৰিচয় হৈছিল নোয়েল লিউইছ নামৰ এগৰাকী তৰুণীৰ সৈতে৷ পুনেৰ এক হোটেলৰ ৰিছিপছনত কাম কৰিছিল নোয়েলে৷

কৰ্মসূত্ৰে সেই হোটেললৈ গৈছিল বিনোদ৷ তাতেই গৈ নোয়েলৰ সৈতে আলাপ, বন্ধুত্ব আৰু সেই বন্ধুত্বৰ পৰা প্ৰেম৷ ১৯৯৪ চনৰ মে মাহত পুনেৰ এক গীৰ্জাত নোয়েলক বিয়া কৰাই বিনোদে৷ বিবাহৰ পাছতেই বিনোদৰ কেৰিয়াৰৰ ৰেখচিত্ৰ আৰু তললৈ নামিবলৈ ধৰে৷ সেই সময়তেই সুৰাসক্তও হৈ পৰিছিল বিনোদ৷ বিবাহৰ পাছত বহু নাৰীৰ আগমন হৈয়েই থাকে বিনোদৰ জীৱনলৈ৷

নোয়েলৰ সৈতে বিনোদৰ সংসাৰ বেছি দিন স্থায়ী নহ’ল৷ বিবাহৰ পাঁচ বছৰ পাছত ১৯৯৯ চনত বিবাহবিচ্ছেদ হয় দুজনৰ৷ নোয়েলৰ সৈতে বিচ্ছেদৰ পাছতেই বিনোদৰ আলাপ হয় আন্দ্ৰেয়া হিউইটৰ সৈতে৷ পেছাত মডেল আছিল আন্দ্ৰেয়া৷ ২০০০ চনত বিনোদৰ সৈতে সম্পৰ্কত সোমাই পৰিছিল আন্দ্ৰেয়া৷ ১৯৭৮ চনৰ ৪ ডিচেম্বৰত মুম্বাইত জন্ম আন্দ্ৰেয়াৰ৷ আন্দ্ৰেয়াই বহু বিজ্ঞাপনতো অভিনয় কৰিছে৷ বিভিন্ন ফেশ্ব্যন শ্ব’ত ৰেম্পৱাকো দিছে আন্দ্ৰেয়াই৷

সেই আন্দ্ৰেয়াকেই আইনী বিয়া কৰাৰ ৬বছৰৰ পাছত ২০০৬ চনত সামাজিক বিয়া কৰাই বিনোদে৷ ২০১০ চনত পুত্ৰসন্তানৰ জন্ম দিছে আন্দ্ৰেয়াই৷ তাৰ ঠিক ৪বছৰ পাছত ২০১৪ চনত এগৰাকী কন্যাসন্তানো আহে আন্দ্ৰেয়া আৰু বিনোদৰ সংসাৰলৈ৷ স্বামী আৰু দুই সন্তানক লৈ সংসাৰ চলি থাকিলেও সেই সংসাৰত শান্তি পোৱা নাছিল আন্দ্ৰেয়াই৷ অভিযোগ অনুসৰি মদ্যপান কৰি তেওঁৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাইছিল বিনোদে৷ এবাৰ ৰন্ধা বাচন গালৈ মাৰি মূৰত গুৰুতৰ আঘাত দিছিল পত্নী আন্দ্ৰেয়াক৷ মূৰত লগা আঘাতৰ ফলতেই মুম্বাইৰ এক হাস্পতালত ভৰ্তিও কৰোৱা হৈছিল আন্দ্ৰেয়াক৷ বিনোদৰ বিৰুদ্ধে থানাত অভিযোগো দাখিল কৰিছিল আন্দ্ৰেয়াই৷ শেষত ২০২৩ চনত বিনোদৰ সৈতে বিবাহবিচ্ছেদ হয় আন্দ্ৰেয়াৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা
অপৰাধ

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

August 24, 2026
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন
বিনোদন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

August 24, 2026
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’
ভাৰত

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

August 24, 2026
Next Post
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

PPF, SIP, SSY আৰু প’ষ্ট অফিচ RD-ত প্ৰতি মাহে ৫০০ টকা বিনিয়োগ কৰিছে? কিমান ৰিটাৰ্ণ পাব? জানক সম্পূৰ্ণ তালিকা

PPF, SIP, SSY আৰু প’ষ্ট অফিচ RD-ত প্ৰতি মাহে ৫০০ টকা বিনিয়োগ কৰিছে? কিমান ৰিটাৰ্ণ পাব? জানক সম্পূৰ্ণ তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.