• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

2 years ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

4 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

5 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

5 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

5 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

6 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

8 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

9 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

10 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

10 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই মৃত্যু হৈছিল ৫০০ সেনাৰ, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

editor by editor
December 11, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ
0
SHARES
163
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এফালে ইজৰাইলৰ সৈতে হামাছ আৰু হিজবুল্লাহৰ সংঘাতত পশ্চিম এছিয়াৰ আকাশত যুদ্ধৰ দামামা বাজিছে৷ অন্যহাতে পূৰ্ব ইউৰোপত আঢ়ৈ বছৰতকৈ বেছি সময় ধৰি যুদ্ধ চলিছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত৷ যুদ্ধৰ ইতিহাসে কৈছে, বিশ্বযুদ্ধ, ভিয়েটনাম যুদ্ধসহ বহু যুদ্ধই চলিছে বেছ কিছু বছৰৰ ভিতৰত৷ এংলো ফৰাছি যুদ্ধ, ৰোমান পাৰ্ছিয়ান যুদ্ধসমূহ ৬০০-৭০০ বছৰ ধৰি চলিছিল৷ খুব কম সময় হ’লেও একৰ পৰা ডেৰ দিন ধৰি চলা যুদ্ধৰ নিদৰ্শনো আছে বিশ্বত৷

কিন্তু বহুতেই নাজানে যে বিশ্বৰ সকলোতকৈ কম সময় ধৰি চলা এখন যুদ্ধও আছে৷ আশ্চৰ্যজনকভাৱে সেই যুদ্ধ চলিছিল মাত্ৰ ৩৮ মিনিট৷ এই যুদ্ধ হৈছিল ১৮৯৬ চনত৷ এংলো-জাঞ্জিৰাৰ যুদ্ধ৷ ইতিহাসবিদৰ কোনো কোনোৱে দাবী কৰে যে এই যুদ্ধ ৪৮ মিনিট পৰ্যন্ত কম বেছিকৈ চলিয়ে আছিল৷

১৮৯৬ চনৰ ২৭ আগষ্টৰ পুৱা ৯ বজাৰ পৰা এই যুদ্ধ আৰম্ভ হৈছিল৷ শেষ হৈছিল ৯ বাজি ৩৮ মিনিটত৷ যি বিশ্বৰ সকলোতকৈ স্বল্পস্থায়ী যুদ্ধ হিচাপে ইতিহাসৰ বুকুত স্থান দখল কৰিছে৷ কিন্তু কিয় এই যুদ্ধ ইমান কম সময় ধৰি চলিছিল? এক নজৰত জানি থওক এই যুদ্ধৰ ইতিহাস৷

জাঞ্জিৰাৰ সাম্ৰাজ্যৰ উত্তৰাধিকাৰক লৈ বিৰোধৰ কাৰণত ব্ৰিটিছ আৰু জাঞ্জিবাৰৰ তৎকালীন ছুলতান বাহিনীৰ মাজত সেই যুদ্ধ হৈছিল৷ পূৰ্ব আফ্ৰিকাৰ দেশ তানজানিয়াৰ এক অৰ্ধ স্বশাসিত দ্বীপপুঞ্জ হৈছে জাঞ্জিবাৰ৷ ভাৰত মহাসাগৰৰ তীৰত থকা এই দ্বীপে পূৰ্বে নিজকে স্বাধীন দেশ হিচাপে বিবেচনা কৰিছিল৷

১৪৯৯ চনত জাঞ্জিবাৰৰ প্ৰধান দ্বীপ উনগুজা বা জাঞ্জিবাৰ দ্বীপত গৈ বসতি স্থাপন পৰিছিল পৰ্তুগীজসকলে৷ কিন্তু ১৬৯৮ চনত তেওঁলোকক বিতাৰিত কৰি সেই দ্বীপ দখল কৰে ওমানৰ ছুলতানে৷ ছুলতান মাজিদ বিন ছইদে ১৮৫৮ চনত ওমানৰ পৰা পৃথক হৈ দ্বীপটিক স্বাধীন ঘোষণা কৰিছিল৷ স্বীকৃতি দিছিল ব্ৰিটিছেও৷ ১৮৯৬ চনত জাঞ্জিবাৰৰ ব্ৰিটিছপন্থী ছুলতান হামাদ বিন থুইৱানিৰ আকস্মিক মৃত্যুৰ পাছত যুদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়৷

থুওয়াইনিৰ উত্তৰসূৰি ছুলতান খলিদ বিন বাৰগাছে ব্ৰিটিছৰ কৰ্তৃত্ব অস্বীকাৰ কৰে৷ ব্ৰিটিছৰ অনুমোদন অবিহনেই সাম্ৰাজ্যৰ ক্ষমতাও নিজৰ দখললৈ আনে৷ অন্যহাতে ব্ৰিটিছসকলে বিচাৰিছিল জাঞ্জিৰাৰ সাম্ৰাজ্যৰ ক্ষমতা থাকক তেওঁলোকৰ অনুগত নেতা হামুদ বিন মহম্মদৰ হাতত৷ সেয়ে খলিদক গাদী এৰাৰ নিৰ্দেশ দিয়ে ব্ৰিটিছ বাহিনীয়ে৷

খলিদে সেই প্ৰস্তাৱ লগে লগেই প্ৰত্যাখান কৰে৷ ওলোটাই জনাই যে তেওঁ যুদ্ধৰ বাবে প্ৰস্তুত৷ ইয়াৰ পাছতেই ৫খন যুদ্ধজাহাজ, ১৫০ নৌসেনা আৰু জাঞ্জিবাৰৰ অনুগতসকলৰ এটা দল লৈ ২৭ আগষ্টৰ পুৱা খলিদৰ বিৰুদ্ধে যুদ্ধত নামে ব্ৰিটিছবাহিনী৷ পুৱা ৯ বজাৰ পৰা খলিদৰ প্ৰাসাদত গুলি চলাবলৈ আৰম্ভ কৰে ব্ৰিটিছবাহিনীয়ে৷ ছত্ৰভংগ হৈ যায় খলিদৰ সেনা৷ খলিদৰ যুদ্ধজাহাজো ডুবাই দিয়া হয়৷ কেইমিনিটৰ ভিতৰতেই ব্ৰিটিছ বাহিনীৰ আক্ৰমণত খলিদ অনুগত প্ৰায় ৫০০ সেনাৰ মৃত্যু হয়৷ ইংৰাজৰ বোমাবৰ্ষণ ইমানেই তীব্ৰ আছিল যে কেই মিনিটত ভিতৰত খলিদৰ প্ৰাসাদো জ্বলি যায়৷

পুৱা ৯ বাজি ৪০ মিনিটত যুদ্ধক্ষেত্ৰত এৰি জাৰ্মান দূতাবাসলৈ পলাই যায় খলিদ৷ অৰ্থাৎ ৪০ মিনিটৰ ভিতৰত শেষ হৈ যায় সেই যুদ্ধ৷ ইয়াৰ পাছতেই ছুলতান হিচাপে আসনত বহে হামাদ৷ জাঞ্জিবাৰ সাম্ৰাজ্যক আকৌ নিজৰ নিয়ন্ত্ৰণত আছে ব্ৰিটিছে৷ সংক্ষিপ্ত হ’লেও ৰাজনৈতিক ষড়যন্ত্ৰ আৰু সাম্ৰাজ্যবাদী আধিপত্যৰ ইতিহাসত নিৰিখত এংলো জাঞ্জিবাৰ যুদ্ধৰ বিশেষ গুৰুত্ব আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

September 17, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

September 17, 2026
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!
বাণিজ্য

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

September 17, 2026
Next Post
PPF, SIP, SSY আৰু প’ষ্ট অফিচ RD-ত প্ৰতি মাহে ৫০০ টকা বিনিয়োগ কৰিছে? কিমান ৰিটাৰ্ণ পাব? জানক সম্পূৰ্ণ তালিকা

PPF, SIP, SSY আৰু প’ষ্ট অফিচ RD-ত প্ৰতি মাহে ৫০০ টকা বিনিয়োগ কৰিছে? কিমান ৰিটাৰ্ণ পাব? জানক সম্পূৰ্ণ তালিকা

চৰিত্ৰৰ এই ৪ গুণতেই পুৰুষতকৈ বহু উন্নত নাৰী, কি কৈছে চাণক্যই?

চৰিত্ৰৰ এই ৪ গুণতেই পুৰুষতকৈ বহু উন্নত নাৰী, কি কৈছে চাণক্যই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.