• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰিত্ৰৰ এই ৪ গুণতেই পুৰুষতকৈ বহু উন্নত নাৰী, কি কৈছে চাণক্যই?

চৰিত্ৰৰ এই ৪ গুণতেই পুৰুষতকৈ বহু উন্নত নাৰী, কি কৈছে চাণক্যই?

2 years ago
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

32 minutes ago
বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

55 minutes ago
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

2 hours ago
আহি আছে এই ৪ ৰাশিৰ শুভ সময়

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

2 hours ago
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

3 hours ago
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

3 hours ago
‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

4 hours ago
ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

5 hours ago
ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

5 hours ago
পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

5 hours ago
৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

6 hours ago
‘হেণ্ডকাফ পিন্ধাইহে ঢাকালৈ অনা হ’ব শ্বেখ হাছিনাক’

‘হেণ্ডকাফ পিন্ধাইহে ঢাকালৈ অনা হ’ব শ্বেখ হাছিনাক’

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চৰিত্ৰৰ এই ৪ গুণতেই পুৰুষতকৈ বহু উন্নত নাৰী, কি কৈছে চাণক্যই?

চৰিত্ৰৰ এই ৪ গুণতেই পুৰুষতকৈ বহু উন্নত নাৰী, কি কৈছে চাণক্যই?

editor by editor
December 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
চৰিত্ৰৰ এই ৪ গুণতেই পুৰুষতকৈ বহু উন্নত নাৰী, কি কৈছে চাণক্যই?
0
SHARES
330
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাচীন ভাৰতৰ সৰ্বশাস্ত্ৰজ্ঞ আচাৰ্য চাণক্যই তেওঁ লিখা গ্ৰন্থত জীৱনৰ নানান দিশ সম্পৰ্কে উপদেশ আৰু পৰামৰ্শ দিছে৷ চাণক্য ৰচিত চাণক্য নীতি সমগ্ৰ বিশ্বতেই জনপ্ৰিয় আৰু সমাদৃত৷ হাজাৰ বছৰ পূৰ্বে দিয়া তেওঁৰ উপদেশে আমাৰ আধুনিক জীৱনতো একেদৰেই কাৰ্যকৰী৷ কূটনীতিজ্ঞ চাণক্যই মানৱ চৰিত্ৰ অত্যন্ত ভালকৈ বুজিছিল৷ নাৰী আৰু পুৰুষৰ চৰিত্ৰক লৈ বিশদ বাখ্যা তেওঁ কৰি গৈছে৷ চাণক্যৰ মতে চৰিত্ৰৰ দিশৰ পৰা মহিলাসকল পুৰুষতকৈ বহুগুণে উন্নত৷ তেওঁ মহিলাৰ চৰিত্ৰৰ চাৰিটা বৈশিষ্ট্যৰ কথা জনাইছে৷ চৰিত্ৰৰ এই চাৰি গুণেই মহিলাসকলক পুৰুষতকৈ বহু উন্নত কৰিছে বুলিও তেওঁ কৈ গৈছে৷

মহিলাৰ ভোক বেছি

চাণক্যই কৈছে যে পুৰুষতকৈ মহিলাৰ ভোক বেছি৷ সেয়ে মহিলাসকলৰ শৰীৰ বেছি পুষ্ট হয় আৰু মহিলাসকলৰ এনাৰ্জিও পুৰুষতকৈ বেছি৷ পুৰুষতকৈ মহিলাই বেছি কাম কৰে আৰু দিনজুৰি বহু বেছি এক্টিভ থাকে৷ সেয়ে মহিলাসকলৰ ভোক বেছি৷ ভোক বেছি থকাৰ বাবে তেওঁলোকৰ কৰ্মক্ষমতাও পুৰুষতকৈ বেছি বুলি চাণক্যই কৈ গৈছে৷

মহিলাৰ সাহস বেছি

চাণক্যৰ মতে সাহসৰ দিশৰ পৰা মহিলা পুৰুষতকৈ বহু বেছি আগুৱাই আছে৷ তেওঁৰ মতে মহিলাসকলে পুৰুষৰ তুলনাত বহু বেছি বিপদৰ মুখামুখি হ’বলৈ সাহস কৰে৷ নিজৰ পৰিয়ালক এওঁলোকে প্ৰাণ দিও ৰক্ষা কৰে৷ পুৰুষৰ তুলনাত মহিলাসকলে বেছি সামাজিক চেলেঞ্জৰ মোকাবিলা কৰিব পাৰে৷

মহিলাসকল মানসিকভাৱে মজবুত

পুৰুষতকৈ মহিলাসকলৰ মনৰ জোৰ বহু বেছি বুলি চাণক্যই কৈ গৈছে৷ কোনো বিপদৰ সন্মুখীন হ’লে তেওঁলোকে নিজকে শান্ত কৰি ৰাখিব পাৰে৷ এওঁলোক বেছি আৱেগপ্ৰবণ৷ এওঁলোকে অলপতেই হাঁতে আৰু অলপতেই কান্দে৷ মনৰ ভাৱ সহজে প্ৰকাশ কৰে বাবেই এওঁলোক মানসিকভাৱে বেছি শক্তিশালী হৈ থাকে৷ ব্যক্তিত্বৰ দিশতো মহিলা পুৰুষতকৈ আগুৱাই থাকে৷

মহিলাৰ বুদ্ধি বেছি

পুৰুষৰ তুলনাত মহিলাৰ বুদ্ধি বহু বেছি বুলি জনাইছে চাণক্যই৷ তেওঁ কৈছে এজন সাধাৰণ পুৰুষৰ তুলনাত এগৰাকী সাধাৰণ মহিলাৰ বুদ্ধি চাৰিগুণ বেছি৷ সাধাৰণ জ্ঞান আৰু বুদ্ধি মহিলাৰ বহু বেছি থাকে৷ সেয়ে কঠিন পৰিস্থিতিতো মোকাবিলা পুৰুষৰ তুলনাত নাৰীয়ে ভালকৈ কৰিব পাৰে৷ এওঁলোকে দ্ৰুত চিন্তাভাৱনা কৰিব পাৰে আৰু যিকোনো সমস্যাৰ সমাধান বাহিৰ কৰিব পৰা ক্ষমতা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!
ৰাজনীতি

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

November 24, 2026
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ
অপৰাধ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

November 24, 2026
আহি আছে এই ৪ ৰাশিৰ শুভ সময়
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

November 24, 2026
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?
জীৱনশৈলী

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

November 24, 2026
Next Post
অৰ্জুন অতীত, মালাইকাৰ জীৱনলৈ আহিল নতুন প্ৰেমিক! কোন এই ৰহস্যময় প্ৰেমিক?

অৰ্জুন অতীত, মালাইকাৰ জীৱনলৈ আহিল নতুন প্ৰেমিক! কোন এই ৰহস্যময় প্ৰেমিক?

আপোনাৰ ঘৰত বাস্তুদোষ আছে? কেনেকৈ জানিব?

আপোনাৰ ঘৰত বাস্তুদোষ আছে? কেনেকৈ জানিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.