• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্জুন অতীত, মালাইকাৰ জীৱনলৈ আহিল নতুন প্ৰেমিক! কোন এই ৰহস্যময় প্ৰেমিক?

অৰ্জুন অতীত, মালাইকাৰ জীৱনলৈ আহিল নতুন প্ৰেমিক! কোন এই ৰহস্যময় প্ৰেমিক?

2 years ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

4 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

5 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

5 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

7 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

7 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

8 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

9 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

10 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

10 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

11 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

11 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৰ্জুন অতীত, মালাইকাৰ জীৱনলৈ আহিল নতুন প্ৰেমিক! কোন এই ৰহস্যময় প্ৰেমিক?

অৰ্জুন অতীত, মালাইকাৰ জীৱনলৈ আহিল নতুন প্ৰেমিক! কোন এই ৰহস্যময় প্ৰেমিক?

editor by editor
December 11, 2024
in জীৱনশৈলী
0
অৰ্জুন অতীত, মালাইকাৰ জীৱনলৈ আহিল নতুন প্ৰেমিক! কোন এই ৰহস্যময় প্ৰেমিক?
0
SHARES
437
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰে মুম্বাইত কনছাৰ্ট আছিল সংগীতশিল্পী এপি ঢিঁলোৰ৷ অনুষ্ঠান চাবলৈ গৈছিল বলিউড অভিনেত্ৰী মালাইকা আৰোৰাও৷ মঞ্চত সকলোৰে সন্মুখত তেওঁক মাতিছিল গায়ক এপি ঢিঁলোৱে৷ সেই সময়তেই মালাইকাৰ সৈতে দেখা যায় এজন পুৰুষক৷ তাৰপাছতেই বলীউডত আৰম্ভ হৈছে চৰ্চা৷ অৰ্জুন কাপুৰৰ সৈতে বিচ্ছেদৰ কেইমাহৰ ভিতৰতেই নতুন সম্পৰ্কত সোমাই পৰিছে নেকি মাালাইকা৷ কোন এই নতুন ৰহস্যময় প্ৰেমিক?

শনিবাৰে কনছাৰ্টেই নহয় সম্প্ৰতি যেন মালাইকাৰ ছায়াসংগী হৈ উঠিছে সেই অচিনাকী মুখ৷ আনকি কেইবা সপ্তাহ পূৰ্বে মালাইকাৰ সৈতে ডিনাৰ ডেটতো গৈছিল এইগৰাকী অচিনাকী পুৰুষ৷ সেই অচিনাকী তৰুণৰ নাম ৰাহুল বিজয়৷ বলীউডৰ কোনো অভিনেতা নহয় ৰাহুল৷ অভিনয় জগতৰ সৈতে যোগাযোগ নথকা এই পুৰুষ পেছাত ফেশ্বন ষ্টাইলিছ৷

ফেশ্ব্যন ডিজাইনিঙ বিষয়ত পঢ়াশুনা শেষ কৰাৰ পাছত ২০১১ চনত ইণ্টাৰ্ণ হিচাপে ফেশ্ব্যনৰ দুনীয়াত কাম কৰিবলৈ আৰম্ভ কৰিছিল ৰাহুলে৷ কেইবছৰৰ ভিতৰতেই ভাল পদোন্নতিৰ ফলত এতিয়া ফেশ্ব্যন এডিটৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে ৰাহুলে৷ ২০১৭ চনত পদৰ আৰু উন্নতি হয় ৰাহুলৰ৷ এক নামী বেচৰকাৰী সংস্থাৰ উচ্চপদত কাম কৰিলেও পাছলৈ সেই চাকৰিও বাদ দিয়ে৷ ২০২১ চনৰ পৰা স্বাধীনভাৱে কাম কৰিবলৈ আৰম্ভ কৰিছে ৰাহুলে৷ দেশৰ জনপ্ৰিয় পোছাক পৰিকল্পকৰ সৈতে তেওঁ কাম কৰি আছে৷ বৰুণ ধাৱান, বেদাঙ্গা ৰায়না, আহান ছেট্টীৰ দৰে বলি তাৰকাৰ পোছাকৰ নক্সা তেওঁ তৈয়াৰ কৰে৷ মালাইকাৰ ওপৰিও তেওঁৰ প্ৰাক্তন প্ৰেমিক তথা বলি অভিনেতা অৰ্জুন কাপূৰৰ ষ্টাইলিছ হিচাপেও কাম কৰিছে ৰাহুলে৷

মডেল হিচাপেই প্ৰথমে কেৰিয়াৰৰ আৰম্ভণি কৰিছিল মালাইকা আৰোৰাইয়ো৷ তেওঁৰ বয়স যেতিয়া ১৮ বছৰ হৈছিল তেতিয়াই তেওঁ কফিৰ বিজ্ঞাপনত অভিনয়ৰ সুযোগ পায়৷ বিজ্ঞাপন সূত্ৰেই তেওঁৰ পৰিচয় হয় আৰবাজ খানৰ সৈতে৷ প্ৰথম দেখাতেই আৰবাজৰ প্ৰেমত পৰে মালাইকা৷ দীৰ্ঘদিনৰ সম্পৰ্কত থকাৰ পাছত ১৯৯৮ চনৰ ডিচেম্বৰত তেওঁলোক দুয়ো বিবাহপাশত আৱদ্ধ হয়৷ ২০০২ চনত পুত্ৰসন্তানৰ জন্ম দিয়ে মালাইকাই৷

১৯ বছৰ আৰবাজৰ সৈতে দাম্পত্য জীৱন কটোৱাৰ পাছত বিচ্ছেদৰ সিদ্ধান্ত লয় আৰবাজ মালাইকাই৷ ২০১৭ চনত আৰবাজৰ সৈতে বিবাহবিচ্ছেদ হয় মালাইকাৰ৷ তাৰপাছতেই বলি অভিনেতা অৰ্জুন কাপূৰৰ সৈতে সম্পৰ্ক গঢ়ি উঠে মালাইকাৰ৷ বলিউডৰ অধিকাংশৰ দাবী, ২০১৮ চনৰ পৰা অৰ্জুন আৰু মালাইকাৰ প্ৰেম আৰম্ভ হৈছিল৷ সম্পৰ্কৰ বিষয়ে মুখ নুখুলিলেও দুয়োৱে সম্পৰ্কক গোপনেও ৰখা নাই৷ সামাজিক মাধ্যমত বিভিন্ন ছবি দুয়োৱে একেলগে শ্বেয়াৰো কৰি আহিছে৷

অৰ্জুনতকৈ ১২ বছৰে ডাঙৰ মালাইকা৷ দুই তাৰকা সম্পৰ্কত থকাৰ সময়ত বয়সৰ পাৰ্থক্যক লৈ তুমুল সমালোচনাও হৈছিল বলীউডত৷ এই সকলোবোৰ আওকান কৰি নিজৰ সম্পৰ্কক লৈ ব্যস্ত আছিল দুয়ো৷ বলীউডৰ সূত্ৰৰ মতে ছ’বছৰ সম্পৰ্কত থকাৰ পাছত কেইমাহ পূৰ্বে দুয়োৰে সম্পৰ্কত ফাঁট মেলিছে৷ বিগত মাহত অৰ্জূনে নিজেই জনাইছে যে তেওঁ বৰ্তমান চিংগল৷ সামাজিক মাধ্যমত বিচ্ছেদ সংক্ৰান্তিয় নানান প’ষ্ট আওঁপকীয়াকৈ শ্বেয়াৰো কৰি আছে মালাইকাই৷ মালাইকা আৰু অৰ্জুনৰ বিচ্ছেদৰ পাছতেই মালাইকাৰ কাষে কাষে দেখা গৈছে ৰাহুলক৷ মালাইকাৰ সৈতে নাম সাঙোৰ খোৱাৰ পাছতেই ৰাহুলৰ ইনষ্টাগ্ৰাম ফলৱাৰ্ছৰ সংখ্যাও বাঢ়িব ধৰিছে৷ বৰ্তমান ৰাহুলৰ ইনষ্টা ফলৱাৰ্ছৰ সংখ্যা প্ৰায় ২৭হাজাৰতকৈয়ো অধিক৷ অৱশ্যে এই সম্পৰ্কক লৈ এতিয়াও কোনো মন্তব্য প্ৰদান কৰা নাই মালাইকাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত
জীৱনশৈলী

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

October 9, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

October 9, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

October 9, 2026
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

October 9, 2026
Next Post
আপোনাৰ ঘৰত বাস্তুদোষ আছে? কেনেকৈ জানিব?

আপোনাৰ ঘৰত বাস্তুদোষ আছে? কেনেকৈ জানিব?

২০২৫ত সাৱধান হওকঃ ভয়ংকৰ হৈ উঠিব ৰাহু, ক্ষতি হ’ব পাৰে এই ৪ৰাশিৰ জাতকৰ

২০২৫ত সাৱধান হওকঃ ভয়ংকৰ হৈ উঠিব ৰাহু, ক্ষতি হ’ব পাৰে এই ৪ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.