• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ ঘৰত বাস্তুদোষ আছে? কেনেকৈ জানিব?

আপোনাৰ ঘৰত বাস্তুদোষ আছে? কেনেকৈ জানিব?

2 years ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

21 minutes ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

1 hour ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

2 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

2 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

4 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

4 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

5 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

6 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

6 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

6 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

7 hours ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ ঘৰত বাস্তুদোষ আছে? কেনেকৈ জানিব?

আপোনাৰ ঘৰত কি বাস্তুদোষ আছে? কেনেকৈ জানিব?

editor by editor
December 11, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
আপোনাৰ ঘৰত বাস্তুদোষ আছে? কেনেকৈ জানিব?
0
SHARES
609
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্মত বাস্তুশাস্ত্ৰৰ বিশেষ গুৰুত্ব আছে৷ বাস্তুশাস্ত্ৰ হৈছে প্ৰাচীন ভাৰতীয় স্থাপত্য শিল্পৰ এটা অংশ৷ কেনেকৈ ঘৰ বনাব আৰু ঘৰৰ কোন কোন অংশত কি ৰাখিলে সংসাৰত সুখ আৰু সমৃদ্ধি ভৰি উঠিব সেয়া জনাইছে বাস্তুশাস্ত্ৰই৷ বাস্তুশাস্ত্ৰত পজিটিভ আৰু নিগেটিভ এনাৰ্জিৰ উল্লেখ আছে৷ পজিটিভ এনাৰ্জিয়ে সংসাৰত সুখ শান্তি আনে আৰু নিগেটিভ এনাৰ্জিৰ কাৰণে সংসাৰত অশান্তি হয়৷ ঘৰৰ বাস্তু ঠিক নাথাকিলে ঘৰত নিগেটিভ এনাৰ্জি প্ৰবাহিত হয়৷ জানি থওক ঘৰত বাস্তুদোষ আছে নেকি কেনেকৈ বুজিব৷

বাস্তুদোষৰ চিহ্ন

সংসাৰত অভাৱ আহিয়েই থাকিব৷ এটাৰ পাছত আনটো আৰ্থিক সংকটৰ মুখত পৰিব পাৰে আপুনি৷ বাৰে বাৰে আৰ্থিক ক্ষতিৰ মুখত পৰিব পৰিয়ালৰ সদস্যসকল৷ তেন্তে নিশ্চিতভাৱে সেই ঘৰত বাস্তুদোষ আছে৷ চেষ্টা কৰিও যদি খৰচ কমাব পৰা নাই চিকিৎসাত যদি অতিৰিক্ত খৰচ হৈ আছে তেন্তে বুজিব বাস্তুদোষৰ কাৰণেই এই সকলো সমস্যা হৈ আছে৷

বাস্তুদোষ থাকিলে কি কি ঘটে

যি ঘৰত বাস্তুদোষ থাকে সেই ঘৰৰ বাসিন্দাসকলে মানসিকভাৱে অশান্ত হৈ থাকে৷ ঘৰৰ সদস্যসকলৰ মাজত সদ্ভাৱ কমি আহে, ইয়াৰোপৰি নিজৰ মাজত সকলো সময়ত অশান্তিভাৱ থাকে৷ আপোনাৰ সংসাৰত এনে ঘটনা ঘটিলেই বুজিব যে গুৰুতৰ বাস্তুদোষ আছে৷ পৰিয়ালৰ সদস্যসকলৰ মাজত আতংক থাকিলে আৰু নিশা টোপনি নাহিলেও সেয়া বাস্তুদোষৰ লক্ষণ৷

মূৰত নিগেটিভ চিন্তা

বাস্তুদোষৰ কাৰণে পৰিয়ালৰ সদস্যসকলৰ মূৰত সকলো সময়তে নিগেটিভ চিন্তা আহে৷ এওঁলোকে পৰিশ্ৰম কৰিও কাংখিত সাফল্য নাপায়৷ কোনো কাম নকৰাকৈ দিনজুৰি মোবাইল, টিভি চাই সময় কটাই ভালপায়৷ মূৰত যদি সকলো সময়তে বেয়া চিন্তা আহে তেন্তে সেয়া বাস্তু দোষৰ লক্ষণ৷

বাস্তুদোষ দূৰ কৰাৰ উপায়

বাস্তুদোষ দূৰ কৰাৰ বাবে নিয়মিত ৰামচৰিতমানস বা সুন্দৰখণ্ড পাঠ কৰক৷

ঘৰৰ কোনো নিৰ্দিষ্ট কোণত বাস্তুদোষ তৈয়াৰ হ’লে সেই স্থানত কৰ্পূৰ জ্বলাওক৷ নিয়মিতভাৱে কৰ্পূৰৰ ধোঁৱা দিলে নিগেটিভ এনাৰ্জি দূৰ কৰা সম্ভৱ৷

ঘৰৰ মূল দুৱাৰত হালধী বা কুমকুম দি স্বাস্তিক চিহ্ন আঁকি থওক৷ ইয়াৰ ফলত নিগেটিভ এনাৰ্জিয়ে আপোনাৰ ঘৰত প্ৰৱেশত বাধা পাব৷

বাস্তুদোষ দূৰ কৰিবলৈ ঘৰ মোহাৰিবলৈ পানীত নিমখ মিহলাই দিয়ক৷ ইয়াৰ ফলত ঘৰৰ পৰিবেশ শুদ্ধ হ’ব৷

ৰান্ধনীঘৰৰ অগ্নিকোণত সকলো সময়তে এটা ৰঙা ৰঙৰ বাল্ব জ্বলাই ৰখাটোও বাস্তুদোষ দূৰ কৰাৰ বাবে কাৰ্যকৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব
জীৱনশৈলী

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

July 15, 2026
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ
ৰাজনীতি

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

July 15, 2026
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা
জীৱনশৈলী

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

July 15, 2026
Next Post
২০২৫ত সাৱধান হওকঃ ভয়ংকৰ হৈ উঠিব ৰাহু, ক্ষতি হ’ব পাৰে এই ৪ৰাশিৰ জাতকৰ

২০২৫ত সাৱধান হওকঃ ভয়ংকৰ হৈ উঠিব ৰাহু, ক্ষতি হ’ব পাৰে এই ৪ৰাশিৰ জাতকৰ

‘আমাক কংগ্ৰেছ নালাগে’- দিল্লীত অকলেই নিৰ্বাচনত নামিব আপ

'আমাক কংগ্ৰেছ নালাগে'- দিল্লীত অকলেই নিৰ্বাচনত নামিব আপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.