• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আমাক কংগ্ৰেছ নালাগে’- দিল্লীত অকলেই নিৰ্বাচনত নামিব আপ

‘আমাক কংগ্ৰেছ নালাগে’- দিল্লীত অকলেই নিৰ্বাচনত নামিব আপ

1 year ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

3 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

30 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

60 minutes ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

2 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

3 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

4 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

5 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

5 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

6 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

6 hours ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘আমাক কংগ্ৰেছ নালাগে’- দিল্লীত অকলেই নিৰ্বাচনত নামিব আপ

editor by editor
December 11, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
‘আমাক কংগ্ৰেছ নালাগে’- দিল্লীত অকলেই নিৰ্বাচনত নামিব আপ
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘আমাক কংগ্ৰেছ নালাগে’- দিল্লীত অকলেই নিৰ্বাচনত নামিব আপ

আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সম্ভাৱনীয়তা নুই কৰিলে আম আদমী পাৰ্টিয়ে । এক্সত দিয়া এক বিবৃতিত দলটোৱে ঘোষণা কৰে যে, ‘আম আদমী পাৰ্টিয়ে দিল্লীত নিজৰ শক্তিৰে এই নিৰ্বাচন যুঁজিব। কংগ্ৰেছৰ লগত কোনো ধৰণৰ মিত্ৰতাৰ সম্ভাৱনা নাই।”

কংগ্ৰেছ আৰু আপৰ মাজত আসন ভাগ-বতৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে এই ঘোষণা কৰে আম আদমী পাৰ্টীয়ে। বাতৰি অনুসৰি এই চুক্তিৰ জৰিয়তে কংগ্ৰেছক ১৫খন, ১ বা ২খন আসন অন্যান্য ভাৰতীয় ব্লকৰ সদস্যক আৰু বাকী থকা আসনহে আপক আবণ্টন দিয়া হ’লহেঁতেন।

উল্লেখ্য যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া ব্লকত যোগদান কৰিছিল আপে। কিন্তু এতিয়া আসন ভাহ-বতৰা হোৱাৰ পাছতে মনোমালিন্য হয় আপৰ মাজত। যাৰ বাবে এতিয়া স্বতন্ত্ৰভাৱে ৰাজ্যিক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পথ বাছি লৈছে আপ দলে।

আনহাতে হাৰিয়ানা বিধানসভা নিৰ্বাচনতো আপ আৰু কংগ্ৰেছে প্ৰথমে একেলগে নিৰ্বাচনত নমাৰ খথা আছিল, যদিও পাছলৈ দুয়োটা দলে পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰে। কিন্তু ৯০খন আসনৰ ভিতৰত ৪৮খন আসনেৰে বিজেপিয়ে ক্ষমতা অক্ষুণ্ণ ৰখাৰ বিপৰীতে কংগ্ৰেছে ৩৭খন আসন লাভ কৰে। পাছে আপে বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে।

যাৰ বাবে এতিয়া দিল্লীৰ নিৰ্বাচনলৈ বিশেষ চকু ৰাখিছে সকলো ৰাজনৈতিক দৰে। বিজেপিয়ো সম্পূৰ্ণ শক্তিৰে এই নিৰ্বাচনত নামিব। অৱশ্যে এতিয়ালৈকে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হোৱা নাই। আপে এককভাৱে যোৱাৰ সিদ্ধান্তই ৰাষ্ট্ৰীয় ৰাজধানীত ক্ষমতা অক্ষুণ্ণ ৰখাৰ প্ৰতি থকা আত্মবিশ্বাস প্ৰতিফলিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aam Admi PartyaapDelhi EarthquakeDelhi ElectionElectiion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!
জীৱনশৈলী

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

April 22, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

April 22, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

April 22, 2026
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…
বিনোদন

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

April 22, 2026
Next Post
‘মই চুৰিদাৰ পিন্ধাৰ বাবেই গাঁৱত আমাক এঘৰীয়া কৰিলে’

'মই চুৰিদাৰ পিন্ধাৰ বাবেই গাঁৱত আমাক এঘৰীয়া কৰিলে'

এই বিশেষ ৰত্ন পৰিধান কৰে নেকি! তেন্তে নিশাটোৰ ভিতৰতে হ’ব পাৰিব ধনাঢ্য

এই বিশেষ ৰত্ন পৰিধান কৰে নেকি! তেন্তে নিশাটোৰ ভিতৰতে হ'ব পাৰিব ধনাঢ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.