• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই চুৰিদাৰ পিন্ধাৰ বাবেই গাঁৱত আমাক এঘৰীয়া কৰিলে’

‘মই চুৰিদাৰ পিন্ধাৰ বাবেই গাঁৱত আমাক এঘৰীয়া কৰিলে’

2 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

10 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

11 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

11 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

12 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

12 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

13 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

13 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

14 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

14 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

16 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

17 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মই চুৰিদাৰ পিন্ধাৰ বাবেই গাঁৱত আমাক এঘৰীয়া কৰিলে’

editor by editor
December 11, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
‘মই চুৰিদাৰ পিন্ধাৰ বাবেই গাঁৱত আমাক এঘৰীয়া কৰিলে’
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মই চুৰিদাৰ পিন্ধাৰ বাবেই গাঁৱত আমাক এঘৰীয়া কৰিলে’

আধুনিক যুগত এগৰাকী বোৱাৰীয়ে চুৰিদাৰ পিন্ধাৰ বাবেই কাল হৈ নামিল পৰিয়ালটোৰ ওপৰত। এঘৰীয়া হব লগা হল এটা পৰিয়াল। যাৰ বাবে এতিয়া উপায়হীন পৰিয়ালটো কাষ চাপিছে আৰক্ষীৰ। এই ঘটনা এইখন অসমৰে ছিপাঝাৰৰ।

এগৰাকী বোৱাৰীয়ে চুৰিদাৰ পিন্ধাৰ বাবেই গাঁওবাসীয়ে এঘৰীয়া কৰিলে পৰিয়ালটোক। বৰ্তমানে সামাজিক সংকীৰ্ণতাৰ বলি হৈ স্বামীসহ ন্যায় বিচাৰি জিলা আয়ুক্ত, চক্ৰ বিষয়াৰ কাষ চাপিছে ভুক্তভোগী মেঘালী দাস নামৰ বোৱাৰীগৰাকী।

ছিপাঝাৰৰ গণেশকুঁৱৰীৰ পদ্মজানী গাঁৱত সংঘটিত হৈছে এই আজৱ ঘটনা। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কৰ্মসূত্ৰে মেঘালী দাসৰ স্বামী থাকে বহিঃৰাজ্যত। যাৰ বাবে মহিলাগৰাকীয়ে অকলেই পৰিয়াল চম্ভালি থকাৰ লগতে এখন সৰুকৈ দোকান চলাই আছে।

সেয়ে সকলো কামতে যাতে সুবিধা হয়, সহজ আৰু আৰামদায়ক হোৱা বাবে চুৰিদাৰ পিন্ধিয়ে দৈনন্দিন কাম-কাজ চলাবলৈ আৰম্ভ কৰে মেঘালী দাসে। ইয়াতে ক্ষুণ্ণ হৈ পৰে ছিপাঝাৰৰ পদ্মজানী গাঁৱৰ গাঁওবাসী।

কেৱল ক্ষুন্ন হোৱাই নহয়, গাঁওবাসীয়ে পাঁচ হেজাৰ টকাৰ জৰিমনাও বিহে পৰিয়ালটোক। লগতে চুৰিদাৰ পিন্ধাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰে। অন্যথা চিৰদিনৰ বাবে গাঁওখনৰ পৰা বেলেগে এঘৰীয়া হৈ থাকিব লাগিব বুলি সদৰি কৰে গাঁওবাসীয়ে।

উল্লেখ্য যে, ইতিপূৰ্বে হেনো গাঁওখনৰ পৰা দুগৰাকী বোৱাৰী পলাই গৈছে পৰপুৰুষলৈ। তেওঁলোকেও এনেদৰে পিন্ধিছিল চুৰিদাৰ। সেইবাবেই মেঘালী দাসৰ ওপৰত এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ল বুলি জানিবলৈ দিয়ে গাঁওখনৰ লোকে।

যাৰবাবে এতিয়া ন্যায় বিচাৰি প্ৰশাসনৰ ওচৰ চাপিল স্বামীসহ মেঘালী দাস নামৰ এইগৰাকী বোৱাৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamSalwar CasesipajharSipajhar Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ
অসম

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

September 19, 2026
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ
অসম

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

September 19, 2026
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?
অসম

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

September 19, 2026
Next Post
এই বিশেষ ৰত্ন পৰিধান কৰে নেকি! তেন্তে নিশাটোৰ ভিতৰতে হ’ব পাৰিব ধনাঢ্য

এই বিশেষ ৰত্ন পৰিধান কৰে নেকি! তেন্তে নিশাটোৰ ভিতৰতে হ'ব পাৰিব ধনাঢ্য

জীৱনৰ অন্তিমটো ভিডিঅ’ত অতুলে ট্ৰাম্প-মাস্কক টেগ কৰি কৈ গ’ল দেশত পুৰুষৰ লগত হৈ থকা অন্যায়ৰ কথা

জীৱনৰ অন্তিমটো ভিডিঅ'ত অতুলে ট্ৰাম্প-মাস্কক টেগ কৰি কৈ গ'ল দেশত পুৰুষৰ লগত হৈ থকা অন্যায়ৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.