• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনৰ অন্তিমটো ভিডিঅ’ত অতুলে ট্ৰাম্প-মাস্কক টেগ কৰি কৈ গ’ল দেশত পুৰুষৰ লগত হৈ থকা অন্যায়ৰ কথা

জীৱনৰ অন্তিমটো ভিডিঅ’ত অতুলে ট্ৰাম্প-মাস্কক টেগ কৰি কৈ গ’ল দেশত পুৰুষৰ লগত হৈ থকা অন্যায়ৰ কথা

2 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

7 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

10 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

10 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

10 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

11 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

11 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

12 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

13 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

13 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

13 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

14 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জীৱনৰ অন্তিমটো ভিডিঅ’ত অতুলে ট্ৰাম্প-মাস্কক টেগ কৰি কৈ গ’ল দেশত পুৰুষৰ লগত হৈ থকা অন্যায়ৰ কথা

editor by editor
December 11, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
জীৱনৰ অন্তিমটো ভিডিঅ’ত অতুলে ট্ৰাম্প-মাস্কক টেগ কৰি কৈ গ’ল দেশত পুৰুষৰ লগত হৈ থকা অন্যায়ৰ কথা
0
SHARES
349
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনৰ অন্তিমটো ভিডিঅ’ত অতুলে ট্ৰাম্প-মাস্কক টেগ কৰি কৈ গ’ল দেশত পুৰুষৰ লগত হৈ থকা অন্যায়ৰ কথা

এজন লোকৰ এটা ভিডিঅ’ই এতিয়া সমগ্ৰ দেশৰ লগতে বিশ্বতো তোলপাৰ লগাইছে। ভাৰতত কিদৰে আইনৰ সহায় লৈ মহিলাই পুৰুষৰ ওপৰত মিছা অপবাদ দিব পাৰে সেই অভিযোগো কৰি গ’ল এগৰাকী যুৱকে। নাম অতুল। সেই অতুলৰ জীৱনৰ অন্তিমটো ভিডিঅ’ই এতিয়া খলকনি তুলিছে সকলোফালে।

পেছাত ইঞ্জিনিয়াৰ আছিল অতুল সুভাষ। বিহাৰৰ সমস্তীপুৰৰ অনুলে কামৰ বাবে বাংগালুৰুত বাস কৰিছিল। সেই অতুলৰ মেট্ৰিমনিয়েল চাইটৰ জৰিয়তে লগ পাইছিল উত্তৰ প্ৰদেশৰ নিকিতা সিংঘানিয়া। ২০১৯ চনত দুয়ো পৰিয়ালৰ সন্মতিত বিবাহত সোমাইছিল। কিন্তু বিয়াৰ পাছৰে পৰা দুয়োৰে মাজত মনোমালিন্য। দুয়োৰে সংসাৰলৈ এটি পুত্ৰ সন্তানো আহে। কিন্তু দুয়োৰে মাজত একো ঠিক নহয়।

পাছত পত্নী নিকিতাই কনমানি সন্তানক লৈ মাতৃৰ ঘৰলৈ উভতি যায়। ন্যায়ালয়ৰো কাষ চাপে নিকিতা। ন্যায়ালয়েও নিকিতাৰ কথাত পতিয়ন গৈ অতুলৰ বিৰুদ্ধে থিয় হয়। পৰিণতিত অতুলে মাহে নিজৰ উপাৰ্জনৰ সৰহ সংখ্যক ধন পত্নীৰ হাতত দিব লগা হয়। মানসিক ভাৱে ভাগি পৰে অতুল। কিন্তু কোনেও নুশুনে অতুলৰ কথা। জিলা ন্যায়লয়ৰ সিদ্ধান্তত অসন্তুষ্ট হৈ ন্যায় বিচাৰি উচ্চ-ন্যায়লয়ৰো কাষ চাপে। কিন্তু কাম আগনাবাঢ়ে।

ইফালে মানসিক অত্যাচাৰ বৃদ্ধি পাই গৈ থাকে অতুলৰ বাবে। আনকি শেষলৈ পত্নীয়ে কনমানি সন্তানকো দেখা-সাক্ষাতৰ পৰা আতৰত ৰাখে পিতৃ অনুলক। শেষত সহিব নোৱাৰা হৈ অতুলে গ্ৰহণ কৰে চৰম সিদ্ধান্ত। লগতে সামাজিক মাধ্যমত সদৰি কৰে ৪০ পাতৰ আত্মহত্যা টোকা আৰু ভিডিঅ’। যি ভিডিঅ’ত অতুলে নিজৰ লগত হোৱা অত্যাচাৰৰ সমস্ত অভিযোগ পত্নী, পত্নীৰ পৰিয়াল আৰু জিলা ন্যায়ালয়ৰ ন্যায়াধিশৰ ওপৰত দিয়ে।

কেৱল ইমানেই নহয়, সেই ভিডিঅ’ আপলোড কৰি ডোনাল্ড ট্ৰাম্প আৰু ইলন মাস্কক টেগ কৰি লিখে- ভাৰতত অলপ সজাগতা আনক, ভাৰতত পুৰুষৰ ওপৰত বহু মানসিক অত্যাচাৰ হৈ আছে। ইয়াত কেৱল মহিলাৰ কথা শুনা হয়। পুৰুষ নিৰ্দোষী হলেও ইয়াক কোনেও পুৰুষৰ কথা নুশুনে। ভাৰতত পুৰুষৰ নৰসংহাৰ হৈ আছে।’

যাৰ বাবে এতিয়া অতুলৰ ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগাইছে। অতুলৰ দুখৰ কাহিনীয়ে সকলোকে আবেগিক কৰি তুলিছে। অতুলৰ পৰিয়ালেও ন্যায়ৰ বাবে হাহাকাৰ কৰিছে। পৰিয়ালৰ এতিয়া এটাই আশা- জীয়াই থাকোতে ন্যায় নোপোৱা অতুলে মৃত্যুৰ পাছত ন্যায় লাভ কৰে নে নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Atul CaseIndia Atul CaseIndian Law
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
Next Post
সূৰ্য্য ধনু ৰাশিত প্ৰৱেশৰ ফলত ১৫ ডিচেম্বৰৰ নিশাৰ পৰা সলনি হ’ব ৩ ৰাশিৰ জীৱন

সূৰ্য্য ধনু ৰাশিত প্ৰৱেশৰ ফলত ১৫ ডিচেম্বৰৰ নিশাৰ পৰা সলনি হ’ব ৩ ৰাশিৰ জীৱন

চৰকাৰ গঠন কৰি মন্ত্ৰী হৈছিল হে, বিস্ফোৰণত নিহত মন্ত্ৰী-দেহৰক্ষীসহ মুঠ ১২

চৰকাৰ গঠন কৰি মন্ত্ৰী হৈছিল হে, বিস্ফোৰণত নিহত মন্ত্ৰী-দেহৰক্ষীসহ মুঠ ১২

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.