• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে …

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে …

2 years ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

3 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

2 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

2 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

3 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

3 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

4 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

5 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

5 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

6 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

7 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে …

editor by editor
December 13, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে …
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে …

মহানগৰীত সংঘটিত হৈছে এক অতিকে জঘন্য কাণ্ড। ৯ জনকৈ পাষণ্ড যুৱকৰ কামনাৰ বলি এগৰাকী যুৱতী। কেৱল ধৰ্ষণ কৰাই নহয়, ভিডিঅ বনাই অত্যাচাৰো চলালে যুৱতীৰ সৈতে। লগতে সামাজিক মাধ্যমতো ভাইৰেল কৰিলে সেই ভিডিঅ।

গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এই পাশবিকতাৰ সীমা চেৰাই যোৱা ধৰ্ষণ কাণ্ডৰ ঘটনা। ৯ জনকৈ যুৱকে ধৰ্ষণ কৰিলে এগৰাকী যুৱতীক।

পাছে আজি বা কালি নহয়, আজিৰ পৰা পাছ দিন পূৰ্বেই সংঘটিত হৈছে এই পাশবিক ঘটনা। বৰাগাঁও নিজৰা পাৰৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনতে নিশা সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ড।

সেই ধৰ্ষণ কাণ্ডৰ পাছতে যুৱক কেইজনে সামাজিক মাধ্যমত ভাইৰেল কৰি দিছিল ভিডিঅ’, ভিডিঅ’ ভাইৰেল হৈ যোৱাৰ পাছতহে পোহৰলৈ আহে এই ঘটনা।

ভাইৰেল ভিডিঅ’ৰ ভিত্তিত বৰাগাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত গড়চুক আৰক্ষীয়ে আটক কৰিছে এতিয়ালৈ ছয় জনক । বৰ্তমানো মুকলি আকাশৰ তলত তিনি মূল অভিযুক্ত লগতে ঘটনাৰ মাষ্টাৰ মাইণ্ড ৰবীন দাস, দীপাংকৰ আৰু কৃষ্ণ ।

আনহাতে এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বৰ্বৰ কাণ্ডৰ বলি হোৱা ভুক্তভোগী যুৱতীৰগৰাকী। কিন্তু নিশাৰ ভাগত অকলশৰে বৰাগাঁৱত কৰ পৰা আহিল যুৱতীগৰাকী তাক লৈয়ো অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে কৌতুহলৰ।

ঘটনা সন্দৰ্ভত এই পৰ্যন্ত গড়চুক আৰক্ষী থানাত ধৰ্ষণৰ কোনো গোচৰ ৰুজু হোৱা নাই যদিও ভাইৰেল ভিডিঅ’ ত থকা যুৱককেইজন বৰাগাঁৱৰে বুলি নিশ্চিত কৰিছে একাংশ লোকে।

আটক কৰা যুৱক কেইজন ক্ৰমে কুলদ্বীপ, পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ। আন হাতে আন তিনি অভিযুক্তৰ সন্ধানত নামি পৰিছে আৰক্ষী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Guwahati BoragaonGuwahati rape caseraperape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
Next Post
জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ’ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই

জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ'ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই

শিক্ষানুষ্ঠানৰ পাছত এইবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক ভাবুকি, ৰাচিয়ান ভাষাত ই-মেইল

শিক্ষানুষ্ঠানৰ পাছত এইবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক ভাবুকি, ৰাচিয়ান ভাষাত ই-মেইল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.