• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ’ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই

জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ’ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই

2 years ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

9 minutes ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

18 minutes ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

1 hour ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

1 hour ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

2 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

3 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

3 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

5 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

5 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

7 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

19 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ’ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই

editor by editor
December 13, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ’ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ’ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই

পুহ মাহ আৰম্ভ হ’বলৈ মাজত আৰু দুটামান দিন বাকি। জ্যোতিশ শাস্ত মতে এই মাহ কোনো শুভ কামৰ বাবে উচিত নহয়। কিন্তু ২ ৰাশিৰ বাবে বিশেষ ভাৱে ভাল হবলৈ গৈ আছে এই মাহ।

লগতে এই মাহ সূৰ্য্য গ্ৰহৰ বাবে অতি বিশেষ বুলি গণ্য কৰা হয়। যাৰ বাবে এই দুই ৰাশিয়ে সূৰ্য্যৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ গৈ আছে।

মেষ ৰাশি
জ্যোতিষীসকলৰ মতে পুহ মাহ মেষ ৰাশিৰ বাবে অতি শুভ। যদি এই ৰাশিৰ লোকসকলৰ কোনো কাম বাকী আছে তেন্তে এই সময়ছোৱাত সেইবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু ২০২৫ চনটোও এই ৰাশিৰ বাবে উপকাৰী হ’ব। যদি আপুনি মাটি, ঘৰ আৰু ফ্লেট কিনিব বিচাৰে, তেন্তে ট্ৰেনজিটৰ শুভ প্ৰভাৱৰ বাবে আপোনাৰ ইচ্ছা পূৰণ হ’ব আৰু যিকোনো পুৰণি বিনিয়োগৰ পৰা আপুনি ভাল লাভ পাব। এই সময়ছোৱাত চৰকাৰে আপোনাক সন্মান জনোৱাৰ সম্ভাৱনাও আছে। কৰ্মসংস্থাপনত থকাসকলে এই সময়ছোৱাত নিজৰ কেৰিয়াৰৰ পৰিসৰ বৃদ্ধিত সফলতা লাভ কৰিব। একে সময়তে পৰিয়ালৰ লোকে প্ৰতিটো খোজতে আপোনাক সহায় কৰিব আৰু পৰিয়ালৰ দায়িত্ব পালনত আপোনাৰ মন সুখী হ’ব।

সিংহ ৰাশি
সিংহ ৰাশিৰ লোকসকলৰ বাবেও পুহ মাহ শুভ বুলি গণ্য কৰা হয়। এইসকল লোকৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে পুহ মাহত। লগতে ধন সম্পৰ্কীয় সমস্যাবোৰো দূৰ হ’ব পাৰে। এই সময়ছোৱাত দীৰ্ঘদিন ধৰি বাকী থকা আপোনাৰ সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব। এই সময়ছোৱাত নতুন কাম আৰম্ভ কৰাটো শুভ বুলি গণ্য কৰা নহয় যদিও নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰি। যদি আপুনি কোনো পৰীক্ষাত অংশ লৈছে তেন্তে আপুনি আকাংক্ষিত ফলাফল পাব পাৰে। মুঠৰ ওপৰত এই পুহ মাহে সুখৰ উপহাৰ কঢ়িয়াই আনিব সিংহ ৰাশিৰ বাবে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DecemberLucky RashiPuh mahSurya Graha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?
বিশ্ব

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

August 28, 2026
Next Post
শিক্ষানুষ্ঠানৰ পাছত এইবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক ভাবুকি, ৰাচিয়ান ভাষাত ই-মেইল

শিক্ষানুষ্ঠানৰ পাছত এইবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক ভাবুকি, ৰাচিয়ান ভাষাত ই-মেইল

বছৰৰ শেষ পূৰ্ণিমাত ধনু ৰাশিত সূৰ্য্যৰ প্ৰৱেশ, টকাৰ বৰষুণ হ’ব ৫ ৰাশিৰ ওপৰত

বছৰৰ শেষ পূৰ্ণিমাত ধনু ৰাশিত সূৰ্য্যৰ প্ৰৱেশ, টকাৰ বৰষুণ হ'ব ৫ ৰাশিৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.