• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আইন মানি চলো, আইনী প্ৰক্ৰিয়াক মই সহযোগিতা কৰিমঃ আল্লু অৰ্জুন

আইন মানি চলো, আইনী প্ৰক্ৰিয়াক মই সহযোগিতা কৰিমঃ আল্লু অৰ্জুন

2 years ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

30 minutes ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

51 minutes ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

1 hour ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

2 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

2 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

3 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

4 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

4 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

5 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

5 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

6 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আইন মানি চলো, আইনী প্ৰক্ৰিয়াক মই সহযোগিতা কৰিমঃ আল্লু অৰ্জুন

আইন মানি চলো, আইনী প্ৰক্ৰিয়াক মই সহযোগিতা কৰিমঃ আল্লু অৰ্জুন

editor by editor
December 14, 2024
in জীৱনশৈলী, বিনোদন
0
আইন মানি চলো, আইনী প্ৰক্ৰিয়াক মই সহযোগিতা কৰিমঃ আল্লু অৰ্জুন
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুকুৰবাৰে হঠাতে গ্ৰেপ্তাৰ কৰা হৈছে আল্লু অৰ্জুনক৷ ৪ ডিচেম্বৰ হায়দৰাবাদৰ সন্ধিয়া প্ৰেক্ষাগৃহত পুষ্পা-২ দ্যা ৰুলত বিশেষ প্ৰদৰ্শনীৰ সময়ত পদপিষ্ট হৈ মৃত্যু হৈছে এগৰাকী মহিলাৰ৷ সেই পৰিপ্ৰেক্ষিতত অভিযোগ দাখিল কৰা হৈছিল আল্লুৰ বিৰুদ্ধে৷ শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় আল্লুক৷ অৱশ্যে শুকুৰবাৰেই তেলেংগানা হাইকৰ্টে অন্তৰ্বৰ্তী জামিন দিয়ে আল্লুক৷ কিন্তু শুকুৰবাৰে নিশাটো জে’লত কটাব লগা হ’ল পুষ্পাৰ অভিনেতা আল্লু৷

শনিবাৰে পুৱাই ঘৰলৈ উভতিছে আল্লু৷ দক্ষিণী তাৰকালৈ অপেক্ষা কৰি আছিল তেওঁৰ পত্নী আৰু দুই সন্তানে৷ ঘৰত উপস্থিত হওঁতেই পত্নী স্নেহা ৰেড্ডিয়ে সাবটি ধৰে আল্লুক৷ পৰিয়ালেই কেৱল নহয়৷ আল্লুলৈ অপেক্ষা কৰি আছিল অন্য কেইবাজনো তাৰকাই৷ মুক্তি পোৱাৰ লগে লগেই আল্লুৰ সৈতে দেখা কৰিবলৈ তেওঁৰ ঘৰত উপস্থিত হৈছে নাগা চৈতন্য আৰু ৰানা দুগ্ধবতী৷

নাগা আৰু ৰানাক দেখা মাত্ৰকেই সাবটি ধৰিছে আল্লু অৰ্জুনে৷ সেই মুহূৰ্তৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেলো হৈছে৷ আল্লু অৰ্জুনৰ ঘৰত উপস্থিত হৈছে অভিনেতা চিৰঞ্জীৱীৰ পত্নী সুৰেখা কুন্দেলাও৷ তেওঁৱো আনন্দেৰে আল্লু অৰ্জুনক আলিংগন কৰিছে৷ আল্লুৱে ঘৰলৈ উভতি আহিয়েই সংবাদমাধ্যমৰ আগত মুখ খুলিছে৷ হাতজোৰ কৰি ক্ষমাও খুজিছে তেওঁ৷ ইয়াৰ সৈতে তেওঁ জনাইছে যে সেইদিনা সন্ধিয়া থিয়েটাৰত যি ঘটনা ঘটিছিল তাত তেওঁৰ হাত নাছিল৷ লগতে তেওঁ কয়, ‘মই ভালেই আছো৷ চিন্তাৰ কাৰণ নাই৷ সকলোকে অশেষ ধন্যবাদ৷ মই এজন নাগৰিক৷ আইন মানি চলো৷ আইনক সন্মান কৰো৷ আইনী প্ৰক্ৰিয়াক মই সহযোগিতা কৰিম৷ তাৰ বাবে যি কৰিব লাগে কৰিম৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন
বিনোদন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

August 24, 2026
Next Post
টনে টনে সোণ গোটাইছে ভাৰতে! হঠাৎ কিয় সোণৰ ভাণ্ডাৰ বঢ়াইছে ৰিজাৰ্ভ বেংকে? নেপথ্যত ব্ৰিকছ মুদ্ৰা নে ডি-ডলাৰাইজেছন?

টনে টনে সোণ গোটাইছে ভাৰতে! হঠাৎ কিয় সোণৰ ভাণ্ডাৰ বঢ়াইছে ৰিজাৰ্ভ বেংকে? নেপথ্যত ব্ৰিকছ মুদ্ৰা নে ডি-ডলাৰাইজেছন?

নতুন সপ্তাহত বুধ বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ, টকাৰ গাদীত শুব এই ৫ৰাশি

নতুন সপ্তাহত বুধ বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ, টকাৰ গাদীত শুব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.