• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ত বক্ৰীদশাত যাব শনিসহ ৪গ্ৰহ, সোণালী সময় আহিব এই ৩ৰাশিৰ জীৱনত

২০২৫ত বক্ৰীদশাত যাব শনিসহ ৪গ্ৰহ, সোণালী সময় আহিব এই ৩ৰাশিৰ জীৱনত

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

7 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

8 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

8 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

9 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

9 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

10 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

11 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

11 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

12 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

12 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

13 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ত বক্ৰীদশাত যাব শনিসহ ৪গ্ৰহ, সোণালী সময় আহিব এই ৩ৰাশিৰ জীৱনত

২০২৫ত বক্ৰীদশাত যাব শনিসহ ৪গ্ৰহ, সোণালী সময় আহিব এই ৩ৰাশিৰ জীৱনত

editor by editor
December 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২০২৫ত বক্ৰীদশাত যাব শনিসহ ৪গ্ৰহ, সোণালী সময় আহিব এই ৩ৰাশিৰ জীৱনত
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষৰ হিচাপ অনুসৰি প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে এক ৰাশি এৰি অন্য ৰাশিত গোচৰ কৰে৷ ইয়াৰ ওপৰিও বিভিন্ন গ্ৰহই কেতিয়াবা বক্ৰীদশালৈ যায়৷ আকৌ কেতিয়াবা মাৰ্গী চলনলৈকো আহে৷ নিজৰ কক্ষপথ এৰি যেতিয়া কোনো গ্ৰহই উলোটাকৈ যাবলৈ আৰম্ভ কৰে তেতিয়া গ্ৰহৰ বক্ৰীদশা বা বিপৰীতমুখী দশা বুলি কোৱা হয়৷ আকৌ গ্ৰহৰ চিধা চলনক কোৱা হয় গ্ৰহৰ মাৰ্গীদশা৷

আগন্তুক বছৰত চাৰিটা গ্ৰহই বক্ৰীদশাত যাব৷ ২০২৫ চনত যি চাৰিটা গ্ৰহৰ বিপৰীতমুখী চলন হ’ব সেইসমূহ হৈছে বুধ, বৃহস্পতি, শুক্ৰ আৰু শনি৷ গ্ৰহৰ ওলোটাকৈ যাত্ৰা আৰম্ভ হ’লে তাৰ প্ৰভাৱ পৰে কিছু কিছু ৰাশিৰ ওপৰত৷ ২০২৫ চনত বুধ, বৃহস্পতি, শুক্ৰ আৰু শনিৰ বক্ৰী চলন আৰম্ভ কৰিলে তাৰ প্ৰভাৱত প্ৰচুৰ সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক চাৰি গ্ৰহৰ বক্ৰী চলনৰ ফলত ২০২৫ত লাভবান হ’ব কোন কোন ৰাশিৰ জাতক?

 কৰ্কট ৰাশি

বুধ, বৃহস্পতি, শুক্ৰ আৰু শনিৰ দৰে শক্তিশালী গ্ৰহৰ শুভ প্ৰভাৱ লক্ষ্য কৰা যাব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ আগন্তুক বছৰত ব্যৱসায়ত প্ৰচুৰ লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ নতুন কোনো প্ৰকল্পত কাম আৰম্ভ কৰিব পাৰে আপুনি৷ সন্মুখৰ বছৰত আপোনাৰ ব্যক্তিত্বৰ বিকাশ হ’ব আৰু আত্মবিশ্বাসৰ জোৰত সকলো কামতেই জয়ী হ’ব আপুনি৷ ২০২৫ত কৰ্কট ৰাশিৰ জাতকৰ স্বাস্থ্য ভালে থাকিব আৰু খেলাধুলাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷

বৃশ্চিক ৰাশি

বুধ, বৃহস্পতি, শুক্ৰ আৰু শনিৰ বক্ৰীদশাত বৃহৎ লাভ হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ৷ পুৰণি কোনো বিনিয়োগৰ পৰা এই সময়ত বৃহৎ আৰ্থিক লাভৰ যোগ আছে৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ নতুন বাহন বা অন্য কোনো সম্পত্তি কিনিব পাৰে৷ উপাৰ্জনৰ একাধিক পথ আপোনাৰ সন্মুখত খুলি যাব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পোৱাৰ যোগ আছে৷

মকৰ ৰাশি

চাৰি গ্ৰহৰ বক্ৰী চলনৰ প্ৰভাৱত নতুন বছৰত কোনো সুখবৰ পাব পাৰে মকৰ ৰাশিৰ জাতকে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি পাব পাৰে৷ যিসকলে ইতিমধ্যেই কৰ্মৰত, তেওঁলোকে আৰু ভাল চাকৰি পাব পাৰে৷ সন্মুখৰ বছৰত নতুন কোনো বাহন বা দোকান ঘৰ কিনিব পাৰে৷ কৰ্মক্ষেত্ৰত কোনো ডাঙৰ কামৰ দায়িত্ব পাব পাৰে মকৰ ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
Next Post
নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?

নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?

Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি

Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.