• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?

নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?

2 years ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

1 hour ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

2 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

3 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

4 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

13 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

13 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

14 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

14 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

15 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

15 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?

নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?

editor by editor
December 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ কেইটামান দিনৰহে অপেক্ষা৷ তাৰপাছতেই আৰম্ভ হ’ব নতুন বছৰ ২০২৫৷ নতুন বছৰ কেনে হ’ব সেয়া জনাৰ আগ্ৰহ আমাৰ প্ৰত্যেকৰেই আছে৷ বিখ্যাত ফৰাচী ভৱিষ্যদ্ৰষ্টা নস্ত্ৰাডামুছেও ২০২৫ চনক লৈ কেইবাটাও ভৱিষ্যদ্বাণী কৰি গৈছে৷ বিশেষকৈ ৫টা ৰাশিৰ কথা তেওঁ উল্লেখ কৰিছে৷ ২০২৫ত বিশেষভাৱে লাভবান হ’ব কেইটামান ৰাশিৰ জাতক৷

পৃথিৱীৰ বিভিন্ন উল্লেখযোগ্য ঘটনা সম্পৰ্কে বহুবছৰ পূৰ্বেই এটাৰ পাছত আনটো নিৰ্ভুল ভৱিষ্যদ্বাণী কৰি গৈছে নষ্ট্ৰাডামুছে৷ ফৰাছী এই ভৱিষ্যদ্ৰষ্টাই কৰি যোৱা ভৱিষ্যদ্বাণীসমূহৰ ভিতৰত আছে হিটলাৰৰ উত্থান আৰু মৃত্যু, ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যু, আমেৰিকাৰ ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰ আক্ৰমণ আৰু কৰ’না মহামাৰী৷ ১৫৬৬ চনত তেওঁৰ মৃত্যু হৈছে৷ তাৰপূৰ্বে তেওঁ মুঠ ৬,৩৩৮ টা ভৱিষ্যদ্বাণী কৰি গৈছে৷ পৃথিৱী কেতিয়া আৰু কেনেকৈ ধ্বংস হ’ব সেই কথাও কৈ গৈছে নষ্ট্ৰাডামূছে৷ ২০২৫চনক লৈ তেওঁ কৰি যোৱা গণনামতে কোন তিনিটা ৰাশিৰ ভাগ্যোদয় হ’ব?

মেষ ৰাশি

আগন্তুক বৰ্ষত প্ৰচুৰ সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ ২০২৫ ত মেষ ৰাশিৰ সকলো আৰ্থিক সমস্যা দূৰ হ’ব৷ হঠাৎ সম্পত্তি লাভ কৰিব পাৰে৷ সময় আপোনাৰ মুঠিত থাকিব৷ যি কামতেই হাত দিব তাতেই সফল হ’ব আপুনি৷ ২০২৫ত কোটিপতি হোৱাৰো সম্ভাৱনা আছে মেষ ৰাশিৰ জাতকৰ৷

সিংহ ৰাশি

নস্ত্ৰাডামূছৰ গণনা অনুসৰি ২০২৫ ত নিজৰ আৰ্থিক লক্ষ্য অৰ্জন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ নিজৰ ক্ৰিয়েটিভ আইডিয়া কামত লগাই বৃহৎ সাফল্য পাব পাৰে৷ আগন্তুক বছৰত নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে সিংহ ৰাশিৰ জাতকে৷ বিদেশ ভ্ৰমণ কৰাৰ ইচ্ছাও আগন্তুক বছৰত পূৰণ হ’ব আপোনাৰ৷

কন্যা ৰাশি

আপুনি কন্যা ৰাশিৰ জাতক হ’লে আনন্দ কৰক৷ নস্ত্ৰাডামূছৰ গণনা অনুসৰি আগন্তুক বছৰত আপোনাৰ জ্ঞান আৰু সমৃদ্ধি বৃদ্ধি পাব৷ বিভিন্ন সূত্ৰৰ পৰা অৰ্থলাভ হ’ব আপোনাৰ৷ ২০২৫ত আপোনাৰ আয় বৃদ্ধি হ’ব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ নতুন বছৰত নতুন বাহন কিনিব পাৰে৷ যিসকলে চাকৰি পৰিবৰ্তনৰ চেষ্টা কৰিছে তেওঁলোকে ভাল কোনো কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

বৃশ্চিক ৰাশি

২০২৫ত নিজৰ পৰিকল্পনা সকলো কাম কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ নিজৰ পৰিশ্ৰম আৰু কৰ্মদক্ষতাৰে সাফল্যৰ পথত সকলো বাধা দূৰ কৰিব পাৰিব৷ আদালতত কোনো গোচৰ চলিলে আগন্তুক বছৰ তাৰ পৰা মুক্তি পাব৷ নতুন কোনো প্ৰকল্পত কাম কৰিব পাৰে৷ নতুন চাকৰি পোৱাৰ যোগ আছে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক নিয়মানুবৰ্তী আৰু কঠোৰ পৰিশ্ৰমী হওক৷ সন্মুখৰ বছৰ মকৰ ৰাশিৰ জন্মছকত শনিয়ে ভাল অৱস্থানত থাকিব৷ শনিৰ শুভ প্ৰভাৱত সকলো ক্ষেত্ৰতেই বৃহৎ সাফল্য লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত অল ৰাউণ্ড পাৰফৰ্মেন্সৰ বাবে বছ সুখী হ’ব৷ নিজৰ ভাল ব্যৱহাৰেৰে সকলোৰে মন জয় কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
Next Post
Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি

Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি

কেনে যাব আজি ১৯ ডিচেম্বৰৰ দিন, মেষ- কৰ্কট- তুলা ৰাশিৰ লোকে আজি দ্বীগ্ৰহ যোগৰ দ্বাৰা দুগুণ লাভ কৰিব

কেনে যাব আজি ১৯ ডিচেম্বৰৰ দিন, মেষ- কৰ্কট- তুলা ৰাশিৰ লোকে আজি দ্বীগ্ৰহ যোগৰ দ্বাৰা দুগুণ লাভ কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.