• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি

1 year ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

27 minutes ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

49 minutes ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

1 hour ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

2 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

19 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

20 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

21 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

22 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি

Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি

editor by editor
December 18, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি
0
SHARES
473
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

UPIৰ মাধ্যমেৰে টকা পঠিয়াবলৈ Google Pay প্ৰায়সংখ্যক লোকেই ব্যৱহাৰ কৰে৷ এই Google Payক বাছনি কৰি লোৱাৰ কাৰণ মূলত দুটা৷ এক নম্বৰতে ইয়াৰ মাধ্যমেৰে টকা পঠিওৱা পদ্ধতি খুবেই সহজ৷ দ্বিতীয়তে এয়া অত্যন্ত নিৰাপদো৷ আপোনাৰ সমস্ত ট্ৰানজেকশ্ব্যন হিষ্ট্ৰি নিজৰ হাতত ৰাখে গুগল পেই৷ কিন্তু আপুনি যদি বিচাৰে তেন্তে সেই হিষ্ট্ৰি সহজে ডিলিটো কৰি দিব পাৰে৷ ডিলিট কৰা পদ্ধতি অৱশ্যে বহুতেই নাজানে৷

কেনেকৈ ডিলিট কৰিব হিষ্ট্ৰি?

গুগল পে এপটো খুলি প্ৰফাইল ছেকচনলৈ প্ৰথমে যাওক৷ তাৰপাছতেই স্ক্ৰল কৰি ছেটিংছত যাওক৷ তাতেই প্ৰাইভেচি এণ্ড চিকিউৰিটি অপশ্ব্যন পাব৷ তাৰ পৰা ডাটা এণ্ড পাৰ্ছনেলাইজেশ্ব্যন অপশ্ব্যনত টেপ কৰি গুগল একাউণ্টৰ লিংকত ক্লিক কৰক৷ তেতিয়াই আপুনি গুগল একাউণ্ট পেজ দেখা পাব৷ এইবাৰ পেমেণ্টছ এণ্ড ছাবস্ক্ৰিপশ্ব্যনত গৈ পেমেণ্ট ইনফোত যাওক৷ তাতেই ক্লিক কৰি আকৌ যাওক মেনেজ এক্সপেৰিয়েন্সত৷ ইয়াৰ পাছতেই পেমেণ্টছ ট্ৰান্সেকশ্ব্যনছ এণ্ড এক্টিভিটিত গৈ পাব গুগল পে ট্ৰান্সেকশ্ব্যনৰ তালিকা৷ এইবাৰ চাই চাই উৰাই দিব পাৰিব লেনদেনৰ ইতিহাস৷

আপুনি যদি ডেস্কটপত গুগল পে খোলে তেন্তে তাতো একেদৰেই লেনদেনৰ ইতিহাস মুছি পেলাব পাৰিব৷ ডেস্কটপৰ পৰা ডিলিট কৰিবলৈ  প্ৰথমে https://myaccount.google.com/ এই লিংকত ক্লিক কৰক৷ তাৰপাছতেই পেমেণ্টছ এণ্ড ছাবস্ক্ৰিপছন অপশ্ব্যনত যাওক৷ তাত গৈ পেমেণ্ট ইনফোত ক্লিক কৰি পেমেণ্টছ ট্ৰানজেকশ্ব্যন এণ্ড এক্টিভিটি অপশ্ব্যনত যাওক৷ একেদৰে গুগল পে ট্ৰানজেকশ্ব্যনৰ তালিকা পাব৷ তাৰপৰা বাচি বাচি ডিলিট কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?
জীৱনশৈলী

March 12, 2026
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?
জীৱনশৈলী

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

March 12, 2026
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

March 12, 2026
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

March 12, 2026
Next Post
কেনে যাব আজি ১৯ ডিচেম্বৰৰ দিন, মেষ- কৰ্কট- তুলা ৰাশিৰ লোকে আজি দ্বীগ্ৰহ যোগৰ দ্বাৰা দুগুণ লাভ কৰিব

ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ১৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ১০১ গৰাকী কোনোমতে উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন