• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ১৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ১০১ গৰাকী কোনোমতে উদ্ধাৰ

ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ১৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ১০১ গৰাকী কোনোমতে উদ্ধাৰ

1 year ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

16 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

17 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

17 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

19 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

19 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

20 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

21 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

22 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

23 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

23 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

23 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ১৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ১০১ গৰাকী কোনোমতে উদ্ধাৰ

editor by editor
December 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ১৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ১০১ গৰাকী কোনোমতে উদ্ধাৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ১৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ১০১ গৰাকী কোনোমতে উদ্ধাৰ

মুম্বাইত অতিকে শোকাৱহ দুৰ্ঘটনা। ফেৰী দুৰ্ঘটনা সংঘটিত হৈ বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ১৩গৰাকীকৈ লোকে। ১০১ গৰাকী লোক কোনোমতে উদ্ধাৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াৰ পৰা এলিফেণ্টা দ্বীপলৈ যোৱাৰ পথত এখন স্পীড বোটে খুন্দা মৰাৰ ফলত যাত্ৰী ভৰ্তি ফেৰী বাগৰি পৰাত ১৩ জন লোকৰ মৃত্যু, আনহাতে ১০১ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে অৱগত কৰে।

নীলকমল নামৰ ফেৰীখন, মুম্বাইৰ ওচৰৰ জনপ্ৰিয় পৰ্যটনস্থলী এলিফেণ্টা দ্বীপপুঞ্জলৈ গৈ থকা অৱস্থাত স্পীড ব’টখনে ফেৰীখনৰ সৈতে খুন্দা মৰাৰ পূৰ্বে ইয়াৰ চাৰিওফালে ঘূৰি ফুৰিছিল। সাগৰত পৰীক্ষামূলকভাৱে চলি থকা নৌসেনাৰ এই স্পীড ক্ৰাফ্ট নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ফেৰীখনত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়।

https://x.com/richapintoi/status/1869349425329676394

শেহতীয়াকৈ নৌসেনাৰ স্পীড বোটখনৰ ইঞ্জিন সলনি কৰি নতুন ইঞ্জিনৰ পৰীক্ষা চলি আছিল। ইঞ্জিনটো সম্পূৰ্ণ থ্ৰ’টলত আবদ্ধ হৈ পৰাত নাওখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ফেৰীখনত খুন্দা মাৰে।

জানিব পৰা মতে দুৰ্ঘটনাৰ সময়ত ফেৰী খনত ২০ টি শিশুকে ধৰি ১১০ৰো অধিক যাত্ৰী আছিল। ইয়াৰ উপৰিও নৌসেনাৰ দুজন জোৱান আৰু চাৰিজন কৰ্মচাৰীকে ধৰি ছয়জন ব্যক্তি।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰকাৰী দল নামি পৰে উদ্ধাৰ অভিযানত। এই অভিযানত ১১ খন নাও, ৩ খন সাগৰীয় আৰক্ষীৰ নাও আৰু এখন কোষ্ট গাৰ্ড আৰক্ষীৰ জাহাজে এলেকাটোত তালাচী চলাই আছে। ইয়াৰ উপৰিও বাকী থকা যিকোনো যাত্ৰীক বিচাৰি উলিয়াবলৈ চাৰ্চ এণ্ড ৰেচকিউ (এছ এ আৰ) অভিযানৰ বাবে চাৰিখন হেলিকপ্টাৰ নিয়োগ কৰা হৈছে।

মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে জনোৱা মতে, নৌসেনা তথা ক’ষ্ট গাৰ্ডৰ এখন স্পীড ব’টে নিয়ন্ত্ৰণ হেৰুৱাই সংঘৰ্ষত লিপ্ত হোৱাৰ পিছত ফেৰীখন বাগৰি পৰে। আনহাতে এই অতি দুৰ্ভাগ্যজনক শোকাৱহ দুৰ্ঘটনাৰ বলি হোৱা আত্মীয়ক ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা। প্ৰধানমন্ত্ৰী মোদীয়েও এই শোকাৱহ দুৰ্ঘটনাৰ বলি হোৱা আত্মীয়ৰ বাবে ২ লাখ টকা এক্স গ্ৰেটিয়া ঘোষণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ferry CapsizeGateway of IndiamumbaiMumbai Ferry Capsize
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!
বিনোদন

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

June 5, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
Next Post
গুৱাহাটী মহানগৰীত জাৰি ১৬৩ ধাৰা, সমৱেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিক লোক

গুৱাহাটী মহানগৰীত জাৰি ১৬৩ ধাৰা, সমৱেত হ'ব নোৱাৰিব ৫ জনতকৈ অধিক লোক

নাছাৰ ফালৰ পৰা দুখজনক খবৰ, এতিয়াই উভতি আহিব নোৱাৰিব সুনিতা আৰু বুচ উইলম’ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.