• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জি পি সিং হ’ব CRPF পৰবৰ্তী DG! সলনি হ’ব ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান? কোনে ল’ব DGPৰ দায়িত্ব?

জি পি সিং হ’ব CRPF পৰবৰ্তী DG! সলনি হ’ব ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান? কোনে ল’ব DGPৰ দায়িত্ব?

2 years ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

3 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

3 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

4 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

4 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

5 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

5 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

7 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

8 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

8 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

9 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জি পি সিং হ’ব CRPF পৰবৰ্তী DG! সলনি হ’ব ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান? কোনে ল’ব DGPৰ দায়িত্ব?

জি পি সিং হ’ব CRPF পৰবৰ্তী DG! সলনি হ’ব ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান? কোনে ল’ব DGPৰ দায়িত্ব?

editor by editor
December 20, 2024
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
জি পি সিং হ’ব CRPF পৰবৰ্তী DG! সলনি হ’ব ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান? কোনে ল’ব DGPৰ দায়িত্ব?
0
SHARES
563
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাৎ কেন্দ্ৰীয় ডেপুটেশ্যনলৈ সাজু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং৷ জি পি সিং CRPFৰ পৰৱৰ্তী DG হোৱাৰ সম্ভাৱনা৷ ৩১ ডিচেম্বৰত ১৯৮৮ বৰ্ষৰ IPS অনিশ দয়াল সিঙে অৱসৰ গ্ৰহণ কৰিব৷ CRPFৰ DG অনিশ দয়াল সিঙৰ স্থানত DGহ’বলৈ আগবাঢ়িছে ১৯৯১ চনৰ IPS জি পি সিং৷

CRPFৰ পৰৱৰ্তী DG নিযুক্তিৰ ক্ষেত্ৰত ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ প্ৰস্তুতি সম্পন্ন৷ দেশৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীটোৰ মুৰব্বী পদৰ পৰা অনিশ দয়াল সিঙৰ অৱসৰৰ দিনটোতে নতুন মুৰব্বীৰ নিযুক্তি দিব কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে৷এইক্ষেত্ৰত “Appointments Committee of the Cabinet“ এ অনুমোদন জনাব CRPF ৰ পৰৱৰ্তী DGৰ নাম৷

ইয়াৰ বাবে পূৰ্বে NIA, SPGত দক্ষতাৰে কৰ্তব্য সমাপন কৰি বৰ্তমানে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা জি পি সিঙৰ হাততেই কেন্দ্ৰীয় চৰকাৰে CRPFৰ পৰৱৰ্তী DGৰ দায়িত্ব ভাৰ অৰ্পণৰ পূৰ্ণ সম্ভাৱনা৷ সন্ধিক্ষণত জি পি সিঙৰ স্থানত তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পদত নিযুক্তি দিয়াৰ বাবে আনএক পেনেল প্ৰস্তুত ৰাজ্যৰ গৃহ বিভাগৰ৷ প্ৰস্তুত কৰিছে অসম আৰক্ষীৰ DGP নিযুক্তিৰ বাবে ৫ জনীয়া পেনেল৷ অসম-মেঘালয় বেটছৰ শীৰ্ষ পাঁচ IPS বিষয়াক লৈ প্ৰস্তুত এই পেনেল৷

গৃহ বিভাগৰ খবৰ মতে, DGPৰ পেনেলত নাম সন্নিৱিষ্ট হৈছে ১৯৯৩ বৰ্ষৰ IPS তথা Special DGP হৰমীট সিং, ১৯৯৩ বৰ্ষৰ IPS তথা BSFৰ ADG ৰাম প্ৰসাদ মীনা, ১৯৯৪ বৰ্ষৰ IPS তথা CRPFৰ ADG দীপক কুমাৰ, ১৯৯৫ বৰ্ষৰ IPS এ ৱাই ভি কৃষ্ণা আৰু ১৯৯৫ বৰ্ষৰ IPS তথা CIDৰ ADGP মুন্না প্ৰসাদ গুপ্তাৰ নাম৷

এই পাঁচজনীয়া পেনেল ৰাজ্যৰ গৃহ বিভাগে UPSCলৈ প্ৰেৰণ কৰিব আৰু UPSCৰ অনুমোদন ক্ৰমে ৰাজ্য চৰকাৰে নিযুক্তি দিব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধানক৷ দিছপুৰৰ তথ্য মতে পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান পদত জ্যেষ্ঠতাৰ ভিত্তিত হৰমিত সিঙকেই ৰাজ্য চৰকাৰে নিযুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

October 16, 2026
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক
বাণিজ্য

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

October 16, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

October 16, 2026
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
Next Post
প্ৰযুক্তিগত ত্ৰুটি নাছিল! অৱশেষত সন্মুখলৈ আহিল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ

প্ৰযুক্তিগত ত্ৰুটি নাছিল! অৱশেষত সন্মুখলৈ আহিল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ

ভঙা সংসাৰ জোৰা লাগিছে, আকৌ একলগ ঐশ্বৰ্য্য-অভিষেক!

ভঙা সংসাৰ জোৰা লাগিছে, আকৌ একলগ ঐশ্বৰ্য্য-অভিষেক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.