• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভঙা সংসাৰ জোৰা লাগিছে, আকৌ একলগ ঐশ্বৰ্য্য-অভিষেক!

ভঙা সংসাৰ জোৰা লাগিছে, আকৌ একলগ ঐশ্বৰ্য্য-অভিষেক!

1 year ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

11 minutes ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

41 minutes ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

1 hour ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

2 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

2 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

3 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

4 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

4 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

6 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

6 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

9 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভঙা সংসাৰ জোৰা লাগিছে, আকৌ একলগ ঐশ্বৰ্য্য-অভিষেক!

ভঙা সংসাৰ জোৰা লাগিছে, আকৌ একলগ ঐশ্বৰ্য্য-অভিষেক!

editor by editor
December 20, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
ভঙা সংসাৰ জোৰা লাগিছে, আকৌ একলগ ঐশ্বৰ্য্য-অভিষেক!
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমস্ত জল্পনাৰ ইতি পৰিল বৃহস্পতিবাৰে৷ একেলগে আকৌ দেখা গ’ল ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনক৷ ধীৰুভাই আম্বানী আন্তৰ্জাতিক স্কুলৰ বাৰ্ষিক অনুষ্ঠান আছিল৷ তাতেই ভিৰ দেখা গৈছিল তাৰকাৰ৷ আৰাধ্যা বচ্চনেও এই দিনটোত মঞ্চত অভিনয় কৰিছিল৷ আৰাধ্যা বচ্চনৰ অভিনয়ে নজৰ কাঢ়িছিল সকলোৰে৷ অনুষ্ঠান চাবলৈ ঐশ্বৰ্য আৰু অভিষেকো উপস্থিত হৈছিল সেই স্থানত৷ দুয়ো দৰ্শকাসনত একেলগে বহি থকাও দেখা গৈছিল৷

প্ৰায় এবছৰ ধৰি জল্পনা চলিছিল যে বিচ্ছেদৰ পথত আগবাঢ়িছে অভিষেক আৰু ঐশ্বৰ্য৷ বিশেষকৈ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়ালৈ একেলগে প্ৰৱেশ নকৰাক লৈ এই জল্পনা আৰম্ভ হৈছিল৷ তাৰপাছতেই একেলগে দেখা যোৱা যোৱা নাছিল বচ্চন দম্পত্তিক৷

আৰাধ্যৰ জন্মদিন অৱশ্যে দুয়োৱে একেলগেই উদযাপনো কৰিছিল দুয়োৱে৷ চৰ্চা চলি থকাৰ বহু দিন পাছত আকৌ এবাৰ একেলগে দেখা গৈছে অভিষেক ঐশ্বৰ্যক৷ দুয়োকে একেলগে দেখাৰ পাছতেই নেটনাগৰিকৰ প্ৰশ্ন কিয় ইমান দিন বিচ্ছেদৰ কথাবোৰ চলি আছিল? এয়া অভিষেকৰ ‘আই ৱাণ্ট টু টক’ৰ প্ৰচাৰ বুলিও বহুতে দাবী কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে
বিনোদন

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

April 17, 2026
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!
বাণিজ্য

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

April 17, 2026
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই
বিনোদন

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

April 17, 2026
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?
জীৱনশৈলী

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

April 17, 2026
Next Post
বছৰৰ শেষ সপ্তাহত মেজিক দেখুৱাব শ শ ৰাজযোগে, এই ৫ৰাশিৰ জীৱনলৈ আহিব অৰ্থসুখ

বছৰৰ শেষ সপ্তাহত মেজিক দেখুৱাব শ শ ৰাজযোগে, এই ৫ৰাশিৰ জীৱনলৈ আহিব অৰ্থসুখ

এই ৫ৰাশিৰ জাতক-জাতিকা শনিৰ অতি প্ৰিয়, তেওঁলোকে জীৱনত ধন সম্পত্তিৰ লগতে সন্মানো লাভ কৰে

এই ৫ৰাশিৰ জাতক-জাতিকা শনিৰ অতি প্ৰিয়, তেওঁলোকে জীৱনত ধন সম্পত্তিৰ লগতে সন্মানো লাভ কৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.