• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ শেষ সপ্তাহত মেজিক দেখুৱাব শ শ ৰাজযোগে, এই ৫ৰাশিৰ জীৱনলৈ আহিব অৰ্থসুখ

বছৰৰ শেষ সপ্তাহত মেজিক দেখুৱাব শ শ ৰাজযোগে, এই ৫ৰাশিৰ জীৱনলৈ আহিব অৰ্থসুখ

2 years ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

17 minutes ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

50 minutes ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

1 hour ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

2 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

3 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

4 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

5 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

5 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

6 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

7 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

8 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ শেষ সপ্তাহত মেজিক দেখুৱাব শ শ ৰাজযোগে, এই ৫ৰাশিৰ জীৱনলৈ আহিব অৰ্থসুখ

বছৰৰ শেষ সপ্তাহত মেজিক দেখুৱাব শ শ ৰাজযোগে, এই ৫ৰাশিৰ জীৱনলৈ আহিব অৰ্থসুখ

editor by editor
December 21, 2024
in জীৱনশৈলী
0
বছৰৰ শেষ সপ্তাহত মেজিক দেখুৱাব শ শ ৰাজযোগে, এই ৫ৰাশিৰ জীৱনলৈ আহিব অৰ্থসুখ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ২৩ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ২০২৪ চনৰ শেষ সপ্তাহ৷ এই সময়ত নিজৰ ৰাশি কুম্ভত অৱস্থান কৰিছে শনিয়ে৷ ইয়াৰ ফলত গঠিত হৈছে শ শ ৰাজযোগ৷ জ্যোতিষ গণনাই কৈছে যে বছৰৰ শেষ সপ্তাহত শনিৰ আশীৰ্বাদ লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ কৰ্মফলৰ দেৱতাৰ কৃপাৰ ফলত এওঁলোকে কেৰিয়াৰত উন্নতি কৰিব৷ এই বছৰৰ শেষ সপ্তাহত আৰ্থিকভাৱেও লাভ কৰাৰ সুযোগ পাব৷ জানি থওক জ্যোতিষ গণনা অনুসৰি ২৩ৰ পৰা ২৯ডিচেম্বৰৰ ভিতৰত সকলোতকৈ সৌভাগ্যশালী হ’ব কোন কোন ৰাশিৰ জাতক৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে বছৰৰ শেষ সপ্তাহত সুসময় আৰম্ভ হ’ব৷ বিশেষকৈ কেৰিয়াৰত এই সময়ত প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পাব আপুনি৷ শনিৰ কৃপাত যি কামত হাত দিয়ে তাতেই সাফল্য পাব আপুনি৷ আৰ্থিক অৱস্থাও পূৰ্বতকৈ উন্নত হ’ব৷ বৃষ ৰাশিৰ জাতকৰ কেৰিয়াৰত বেছ কিছু পজিটিভ পৰিবৰ্তন আহিব পাৰে৷

মিথুন ৰাশি

২৩ৰ পৰা ২৯ ডিচেম্বৰৰ ভিতৰত এই সপ্তাহত শুভ সময় আহিব মিথুন ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত শ শ ৰাজযোগৰ প্ৰভাৱত নিজৰ লক্ষ্য অৰ্জন কৰাত সক্ষম হ’ব আপুনি৷ নানান সূত্ৰৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব মিথুন ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত কোনো বিশেষ সন্মান পাব পাৰে৷ এই মাহত কিছু ভাৱিচিন্তি খৰচ কৰক৷

কৰ্কট ৰাশি

বছৰৰ শেষ সপ্তাহৰ প্ৰতিটো দিন লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ শুভ যোগৰ প্ৰভাৱত এই সপ্তাহত কৰ্মক্ষেত্ৰত খুব ভাল পৰিস্থিতি তৈয়াৰ হ’ব৷ অফিচৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক ভাল হ’ব আপোনাৰ৷ অফিচত আপোনাৰ কাম আৰু ব্য্যৱহায়ে সকলোৰে মন জয় কৰিব৷ কেৰিয়াৰত বহু উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদৰ ৰূপ হৈ আহিব ২০২৪ চনৰ শেষ সপ্তাহ৷ শনিৰ কৃপাত এই মাহত অফিচত পদোন্নতি হ’ব পাৰে৷ পছন্দমতে কোনো স্থানত চাকৰিও পাব পাৰে তুলা ৰাশিৰ জাতকে৷ এই সময়ত আৰ্থিক পৰিস্থিতি বহু উন্নত হ’ব৷ মনৰ কোনো ইচ্ছাও পূৰণ হ’ব পাৰে৷

কুম্ভ ৰাশি

বছৰৰ শেষ সপ্তাহত শুভ সময় কটাব কুম্ভ ৰাশিৰ জাতকে৷ শ শ ৰাজযোগৰ প্ৰভাৱত এই সময়ত আপোনাৰ কেৰিয়াৰৰ সকলো সমস্যা দূৰ হ’ব৷ ব্যৱসায়ত লাভ বাঢ়িব কুম্ভ ৰাশিৰ জাতকে৷ বিদেশ যাত্ৰা কৰিব পাৰে৷ এই সময়ত আপোনাৰ সপোনৰ চাকৰি পাব পাৰে৷ আৰ্থিক পৰিস্থিতিত উন্নতিৰ জোৱাৰ আহিব কুম্ভ ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য
জীৱনশৈলী

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

August 10, 2026
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!
জীৱনশৈলী

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

August 10, 2026
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী
জীৱনশৈলী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

August 10, 2026
Next Post
এই ৫ৰাশিৰ জাতক-জাতিকা শনিৰ অতি প্ৰিয়, তেওঁলোকে জীৱনত ধন সম্পত্তিৰ লগতে সন্মানো লাভ কৰে

এই ৫ৰাশিৰ জাতক-জাতিকা শনিৰ অতি প্ৰিয়, তেওঁলোকে জীৱনত ধন সম্পত্তিৰ লগতে সন্মানো লাভ কৰে

২৬ ডিচেম্বৰৰ পৰা ৫টা ৰাশিৰ ভাগ্য উজলি উঠিব, ভগৱান বিষ্ণুৰ আশীৰ্বাদত সাফল্য আৰু ধন আহিব হাতলৈ

২৬ ডিচেম্বৰৰ পৰা ৫টা ৰাশিৰ ভাগ্য উজলি উঠিব, ভগৱান বিষ্ণুৰ আশীৰ্বাদত সাফল্য আৰু ধন আহিব হাতলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.