• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬ ডিচেম্বৰৰ পৰা ৫টা ৰাশিৰ ভাগ্য উজলি উঠিব, ভগৱান বিষ্ণুৰ আশীৰ্বাদত সাফল্য আৰু ধন আহিব হাতলৈ

২৬ ডিচেম্বৰৰ পৰা ৫টা ৰাশিৰ ভাগ্য উজলি উঠিব, ভগৱান বিষ্ণুৰ আশীৰ্বাদত সাফল্য আৰু ধন আহিব হাতলৈ

1 year ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

10 minutes ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

41 minutes ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

1 hour ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

1 hour ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

3 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

14 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

14 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

15 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৬ ডিচেম্বৰৰ পৰা ৫টা ৰাশিৰ ভাগ্য উজলি উঠিব, ভগৱান বিষ্ণুৰ আশীৰ্বাদত সাফল্য আৰু ধন আহিব হাতলৈ

২৬ ডিচেম্বৰৰ পৰা ৫টা ৰাশিৰ ভাগ্য উজলি উঠিব, ভগৱান বিষ্ণুৰ আশীৰ্বাদত সাফল্য আৰু ধন আহিব হাতলৈ

editor by editor
December 21, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
২৬ ডিচেম্বৰৰ পৰা ৫টা ৰাশিৰ ভাগ্য উজলি উঠিব, ভগৱান বিষ্ণুৰ আশীৰ্বাদত সাফল্য আৰু ধন আহিব হাতলৈ
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সফলা একাদশী হিন্দু ধৰ্মৰ এক অতি গুৰুত্বপূৰ্ণ ব্ৰত৷ এই ব্ৰত পুহ মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথিত পালন কৰা হয়। এই ব্ৰতৰ নামেই কয়, ইয়াক পালন কৰিলে সকলো কামতে সফল হ’বই। এই শুভ একাদশী ২০২৪ চনৰ ২৬ ডিচেম্বৰত পৰিছে। বিশ্বাস কৰা হয় যে এই ব্ৰত পালন কৰিলে ভগৱান বিষ্ণুৰ কৃপাত সকলো কামতে সফলতা লাভ কৰে৷ জ্যোতিষীসকলৰ মতে বৃহস্পতিবাৰৰ দিনটো ২০২৪ চনৰ শেষ একাদশী। এই একাদশী অতি শুভ, কাৰণ এই দিনটো বিশেষভাৱে ভগৱান বিষ্ণুৰ বাবে উৎসৰ্গিত।

জ্যোতিষীসকলৰ মতে সফলা একাদশীৰ সুকৰ্ম আৰু ধৃতি যোগো পৰিছে। এই দুয়োটা অতি শুভ যোগৰ বাবে ৫টা ৰাশিৰ জাতক বিশেষভাৱে লাভাম্বিত হ’ব৷ জ্যোতিষীসকলৰ মতে এই সকলোবোৰ যোগৰ সমন্বয়ে সকলো ৰাশিৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাব, কিন্তু ৫টা ৰাশিৰ ওপৰত ভগৱান বিষ্ণুৰ বিশেষ আশীৰ্বাদ থাকিব আৰু এই ৰাশিৰ লোকসকলে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে৷ জানক এই ৫ টা ভাগ্যবান ৰাশি কি কি?

মেষ ৰাশি

ভগৱান বিষ্ণুৰ কৃপাত আপোনাৰ কেৰিয়াৰত অগ্ৰগতিৰ সম্ভাৱনা আছে। ২০২৫ চনত আপুনি নতুন সুযোগ পাব, যিয়ে আপোনাৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধন কৰিব। এই সময় ব্যৱসায়, প্ৰচাৰ আৰু লাভজনক বিনিয়োগৰ বাবে শুভ হ’ব। ব্যৱসায়ত বিনিয়োগ কৰিলে ভাল লাভ হ’ব। বাকী থকা কাম সম্পূৰ্ণ হ’ব। পৰিয়ালত সুখ আৰু শান্তি থাকিব। স্বাস্থ্যৰ প্ৰতি সজাগ হওক আৰু নিয়মিত ব্যায়াম কৰক।

সিংহ ৰাশি

সফলা একাদশীত গঠিত শুভ যোগৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। সৃষ্টিশীল কামত আপুনি সফলতা লাভ কৰিব। সামাজিক প্ৰতিপত্তি বাঢ়িব। আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল। ব্যৱসায়িক সম্পৰ্কত যোগাযোগ বৃদ্ধি৷ নতুন অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে এই সময় অনুকূল। পৰিয়ালৰ সৈতে সময় কটালে সম্পৰ্ক মজবুত হ’ব। মনটো সুখী হ’ব আৰু স্বাস্থ্যও ভালে থাকিব৷

তুলা ৰাশি

এই সময়ত আপুনি ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। আপোনাৰ বুদ্ধিমত্তা আৰু  দক্ষতা বিকাশ ঘটিব৷ ডাঙৰ ডাঙৰ সিদ্ধান্ত ল’বলৈকো ভয় নকৰিব। আনহাতে, আপুনি যি কামতেই হাত নিদিয়ক সফল হ’বই। পদোন্নতিৰ লগে লগে নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে আৰ্থিক লাভৰ সুযোগ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷  সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্য সচেতন হওক আৰু সুষম খাদ্য গ্ৰহণ কৰক।

ধনু ৰাশি

সফলা একাদশীৰ পৰা আপোনাৰ আত্মবিশ্বাস বাঢ়িব। নতুন দায়িত্ব চম্ভালিবলৈ আপুনি সাজু হ’ব। আপোনাৰ পৰিকল্পনাত সফল হ’ব। ধৰ্মীয় কাম-কাজৰ লগত জড়িত লোকৰ সন্মান বাঢ়িব। শিক্ষা আৰু কেৰিয়াৰত অগ্ৰগতিৰ লক্ষণে দেখা গৈছে। কৰ্মত নিয়োজিত লোকৰ আৰ্থিক অৱস্থা উন্নত হ’ব। পৰিয়ালত সুখ থাকিব। ঘৰৰ বৃদ্ধ ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা সমাধান কৰিব পাৰিব৷ খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ যত্ন লোৱা উচিত।

মীন ৰাশি

ভগৱান বিষ্ণুৱে আপোনাক বিশেষ আশীৰ্বাদ দিব। আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। পেছাদাৰী জীৱনৰ অগ্ৰগতিৰ লগতে ব্যক্তিগত জীৱনতো স্থিতিশীলতা থাকিব। আপোনাৰ উপযুক্ত প্ৰচেষ্টাৰ বাবে ২০২৫ চনত আপোনাৰ বাবে আৰ্থিক লাভ হ’ব পাৰে। ব্যৱসায়, শিক্ষা, কাৰিকৰী খণ্ডত অগ্ৰগতি হ’ব। সম্পৰ্ক উন্নত হ’ব আৰু পৰিয়ালৰ পৰা সহায় লাভ কৰিব। স্বাস্থ্যৰ উন্নতি হ’ব, কিন্তু নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ
জীৱনশৈলী

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

April 17, 2026
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
Next Post
টংলা কাণ্ড… কেনেকৈ ইমান নিদাৰুণ হ’ব পাৰে মানুহ? কোনে, কিয় কৰিলে এনে কাণ্ড?

টংলা কাণ্ড... কেনেকৈ ইমান নিদাৰুণ হ’ব পাৰে মানুহ? কোনে, কিয় কৰিলে এনে কাণ্ড?

লাখ লাখ টকাৰ খেলিমেলি! ভাৰতৰ এই তাৰকা ক্ৰিকেটাৰৰ নামত জাৰি গ্ৰেপ্তাৰি পাৰোৱানা

লাখ লাখ টকাৰ খেলিমেলি! ভাৰতৰ এই তাৰকা ক্ৰিকেটাৰৰ নামত জাৰি গ্ৰেপ্তাৰি পাৰোৱানা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.