• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ শেষত আধাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ! জানক সবিশেষ

বছৰৰ শেষত আধাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ! জানক সবিশেষ

1 year ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

8 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

8 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

9 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

9 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

10 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

11 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

11 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

12 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

12 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

13 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

14 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ শেষত আধাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ! জানক সবিশেষ

বছৰৰ শেষতেই আধাৰক লৈ ডাঙৰ খবৰ! জানক সবিশেষ

editor by editor
December 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বছৰৰ শেষত আধাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ! জানক সবিশেষ
0
SHARES
391
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিনামূলীয়া আধাৰ আপডেটৰ সময়সীমা বঢ়ালে UIDAIয়ে৷ ২০২৫ চনৰ ১৪ জুন পৰ্যন্ত এই সুযোগ পাব৷ পূৰ্বে বিনামূলীয়া আধাৰ আপডেটৰ শেষ তাৰিখ আছিল ২০২৪ৰ ১৪ ডিচেম্বৰ৷ এই সময়সীমা বঢ়োৱা হৈছে৷ উল্লেখ্য যে কেৱল MyAadhaar পৰ্টেলতেই বিনামূলীয়া এই পৰিসেৱা পাব গ্ৰাহকে৷ ২০২৫ চনৰ ১৪ জুনৰ পাছত আধাৰ চেণ্টাৰসমূহত অফলাইন আপডেট কৰাৰ বাবে ফ্ৰি কৰি দিয়া হৈছে৷ UIDAIৰ তৰফৰ পৰাই এয়া জনোৱা হৈছে৷

এই প্ৰসংগত ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট কৰিছে UIDAIয়ে৷ তাতেই জনোৱা হৈছে যে বিনামূলীয়া অনলাইন ডকুমেণ্ট আপলোড কৰাৰ সুবিধা ২০২৫ চনৰ ১৪ জুন পৰ্যন্ত বঢ়োৱা হৈছে সময়সীমা৷ ইয়াৰ ফলত লক্ষ লক্ষ আধাৰ কাৰ্ড হোল্ডাৰ উপকৃত হ’ব৷ বিনামূলীয়া এই পৰিসেৱা কেৱল MyAadhaar পৰ্টেলতেই পাব৷

আধাৰ কাৰ্ড আপডেট কৰাৰ পৰামৰ্শও দিছে UIDAI৷ বিশেষকৈ যিসকলে ১০ বছৰ বা তাতোকৈ আগত আধাৰ কাৰ্ড পাইছে আৰু আপডেট কৰা নাই তেওঁলোকে আপডেট কৰিব লাগিব৷ এই আপডেট অৱশ্যে বাধ্যতামূলক নহয়৷

আধাৰ আপডেটৰ নিয়ম

আধাৰ এনৰ’লমেণ্ট আৰু আপডেট ৰেগুলেছন ২০১৬ অনুসৰি এজন আধাৰ কাৰ্ড হ’ল্ডাৰে তেওঁৰ আধাৰ নম্বৰ জেনাৰেছনৰ তাৰিখৰ পৰা ১০ বছৰ পাছত আবেদনৰ মাধ্যমেৰে তেওঁৰ পৰিচয়পত্ৰ আৰু ঠিকনাৰ নথি বা তথ্য আপডেট কৰাব পাৰিব৷

আধাৰ কাৰ্ডত এড্ৰেছ প্ৰুফ আপলোড কৰাৰ পদ্ধতি

গ্ৰাহকে যি কোনো আধাৰ কেন্দ্ৰত গৈ বা অনলাইনত MyAadhaar পৰ্টেলত ঠিকনাৰ নথি আপলোড কৰিব পাৰিব৷ তাতেই অনলাইন নথি জমা দিয়াৰ সম্পূৰ্ণ পদ্ধতি আপুনি চাব পাৰিব৷

অনলাইনত প্ৰথম ঢাপত আপুনি https://myaadhaar.uidai.gov.in/-ত যাওক৷

দ্বিতীয় ঢাপত লগ ইন কৰিব লাগিব৷ অথবা Name/Gender/Date of Birth & Address Update দি তথ্য বাচিব লাগিব৷

তৃতীয় ঢাপত আপডেট এড্ৰেছত ক্লিক কৰিব লাগিব৷ তাৰপাছতেই ক্লিক কৰিব লাগিব ‘Update Aadhaar Online’ত৷

চতুৰ্থ ঢাপত ঠিকনাৰ প্ৰমাণপত্ৰৰ স্কেন কৰা কপি আপলোড কৰিব লাগিব৷

পঞ্চম ঢাপ- এইবাৰ ৫০টকা পেমেণ্ট কৰিব লাগিব৷ সময়সীমাৰ পূৰ্বে আপডেট কৰিলে পেমেণ্টৰ প্ৰয়োজন নাই৷

ষষ্ঠ ঢাপ- এইবাৰ এছ আৰ এন বা ছাৰ্ভিছ ৰিকুৱেষ্ট নম্বৰ জেনাৰেট হ’ব৷ এয়া ছেভ কৰি ৰাখক৷ ঠিকনা আপডেট হৈছে নে নাই এই নম্বৰ দি চাব পাৰিব গ্ৰাহকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?
জীৱনশৈলী

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
Next Post
আজি ভানু সপ্তমিত গোটেই দিনটো সৌভাগ্যৰ যোগ, কোনো কোন ৰাশিৰ ভাগ্যত কি কি আছে

আজি ভানু সপ্তমিত গোটেই দিনটো সৌভাগ্যৰ যোগ, কোনো কোন ৰাশিৰ ভাগ্যত কি কি আছে

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হিমন্ত চৰকাৰ, ২৪ ঘন্টাৰ ভিতৰত ৪১৬ লোকক গ্ৰেপ্তাৰ

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হিমন্ত চৰকাৰ, ২৪ ঘন্টাৰ ভিতৰত ৪১৬ লোকক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.