• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হিমন্ত চৰকাৰ, ২৪ ঘন্টাৰ ভিতৰত ৪১৬ লোকক গ্ৰেপ্তাৰ

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হিমন্ত চৰকাৰ, ২৪ ঘন্টাৰ ভিতৰত ৪১৬ লোকক গ্ৰেপ্তাৰ

2 years ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

5 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

6 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

6 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

7 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

7 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

7 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

9 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

9 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

10 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

12 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

12 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হিমন্ত চৰকাৰ, ২৪ ঘন্টাৰ ভিতৰত ৪১৬ লোকক গ্ৰেপ্তাৰ

editor by editor
December 22, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হিমন্ত চৰকাৰ, ২৪ ঘন্টাৰ ভিতৰত ৪১৬ লোকক গ্ৰেপ্তাৰ
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হিমন্ত চৰকাৰ, ২৪ ঘন্টাৰ ভিতৰত ৪১৬ লোকক গ্ৰেপ্তাৰ

বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ সৰ্ববৃহৎ অভিযান। নিশাটোৰ ভিতৰতে বাল্য বিবাহত জড়িত ৪১৬ জনক গ্ৰেপ্তাৰ। বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পঞ্জীয়ন হ’ল ৩৩৫টা গোচৰ। অসমৰ জিলাই জিলাই চলিল তৃতীয় পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযান। গ্ৰেপ্তাৰ হোৱা আটাইকে আজি হাজিৰ কৰোৱা হ’ব আদালতত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দেওবাৰে ২২ ডিচেম্বৰ তাৰিখে কয় যে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে তৃতীয় পৰ্যায়ৰ ব্যৱস্থাত ৪১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই কাৰ্য্য ২১-২২ ডিচেম্বৰৰ নিশাৰ পৰা আৰম্ভ কৰা হৈছিল।

খ্যমন্ত্ৰী শৰ্মাই ইনষ্টাগ্ৰামত পোষ্ট কৰি এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে,- আমি এই সামাজিক দুষ্টতাৰ অন্ত পেলাবলৈ সাহসী পদক্ষেপ গ্ৰহণ কৰি যাম। ৰাজ্য চৰকাৰে ২০২৩ চনৰ ফেব্ৰুৱাৰী আৰু অক্টোবৰ মাহত দুটা পৰ্যায়ত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল।
ফেব্ৰুৱাৰী মাহত প্ৰথম পৰ্যায়ত ৪৫১৫টা গোচৰ পঞ্জীয়ন কৰি ৩৪৮৩জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে অক্টোবৰ মাহত দ্বিতীয় পৰ্যায়ত ৭১০টা গোচৰ পঞ্জীয়ন কৰি ৯১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

১৭ জুলাইত বিশ্ব আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱসত প্ৰকাশ পোৱা এক প্ৰতিবেদনত কোৱা হৈছে যে বাল্য বিবাহৰ গোচৰত আইনী হস্তক্ষেপৰ ওপৰত অসম চৰকাৰে গুৰুত্ব দিয়াটো এতিয়া দেশৰ বাকী অংশৰ বাবে আদৰ্শ হৈ পৰিছে। প্ৰতিবেদনত কোৱা হৈছিল যে অসম চৰকাৰৰ এই আইনী কৌশলে ২০২১-২২ৰ পৰা ২০২৩-২৪ বৰ্ষৰ ভিতৰত ৰাজ্যৰ ২০খন জিলাত বাল্যবিবাহ ৮১ শতাংশ হ্ৰাস কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam-Govtchild marriageguwahatihimanta biswa sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
Next Post
দুখন চিনেমা কৰিয়ে বলীউডক বিদায় দি খুলিলে কোম্পানী, এতিয়া ১০ হাজাৰ কোটি টকাৰ মালিক

দুখন চিনেমা কৰিয়ে বলীউডক বিদায় দি খুলিলে কোম্পানী, এতিয়া ১০ হাজাৰ কোটি টকাৰ মালিক

নেৰিলে পপকৰ্ণকো, সোৱাদ অনুসৰি ৫ৰ পৰা ১৮ শতাংশ লৈকে কৰ দিব লাগিব পপকৰ্ণ খালে

নেৰিলে পপকৰ্ণকো, সোৱাদ অনুসৰি ৫ৰ পৰা ১৮ শতাংশ লৈকে কৰ দিব লাগিব পপকৰ্ণ খালে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.