• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেৰিলে পপকৰ্ণকো, সোৱাদ অনুসৰি ৫ৰ পৰা ১৮ শতাংশ লৈকে কৰ দিব লাগিব পপকৰ্ণ খালে

নেৰিলে পপকৰ্ণকো, সোৱাদ অনুসৰি ৫ৰ পৰা ১৮ শতাংশ লৈকে কৰ দিব লাগিব পপকৰ্ণ খালে

2 years ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

7 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

8 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

9 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

9 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

10 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

11 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

12 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

12 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

12 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

12 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

13 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

নেৰিলে পপকৰ্ণকো, সোৱাদ অনুসৰি ৫ৰ পৰা ১৮ শতাংশ লৈকে কৰ দিব লাগিব পপকৰ্ণ খালে

editor by editor
December 22, 2024
in বাণিজ্য, বিবিধ, ভাৰত
0
নেৰিলে পপকৰ্ণকো, সোৱাদ অনুসৰি ৫ৰ পৰা ১৮ শতাংশ লৈকে কৰ দিব লাগিব পপকৰ্ণ খালে
0
SHARES
67
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেৰিলে পপকৰ্ণকো, সোৱাদ অনুসৰি ৫ৰ পৰা ১৮ শতাংশ লৈকে কৰ দিব লাগিব পপকৰ্ণ খালে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত জি এছ টিৰ ৫৫ সংখ্যক বৈঠক অনুষ্ঠিত হয়। ৰাজস্থানৰ জয়ছালমেৰত অনুষ্ঠিত এই বৈঠকত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। এইবাৰৰ এই বৈঠকত পপকৰ্ণৰ ওপৰতো কৰ আৰোপ নিৰ্মলা সীতাৰমনৰ।

পপকৰ্ণৰ ওপৰত বহু ধৰণৰ কৰ আৰোপ কৰা হৈছে যদিও চাউলৰ দাম, বীমা আৰু বৈদ্যুতিক বাহনৰ ওপৰতো কৰৰ পৰিৱৰ্তন হৈছে।

২০২৩ চনত পপকৰ্ণ ব্যৱসায়ৰ মূল্য আছিল ১২০০ কোটি টকা। এনে পৰিস্থিতিত জি এছ টি পৰিষদে পপকৰ্ণৰ ওপৰত ৩ প্ৰকাৰৰ কৰ আৰোপ কৰিবলৈ অনুমোদন জনাইছে। পপকৰ্ণৰ সোৱাদৰ ওপৰত এই কৰ আৰোপ কৰা হ’ব।

জি এছ টি কাউন্সিলৰ তথ্য অনুসৰি নিমখ আৰু মছলাযুক্ত নন-লেবেল পপকৰ্ণৰ ওপৰত ৫% কৰ লাগিব। আনহাতে যিবোৰ পপকৰ্ণত নিমখ আৰু মছলাৰ লেবেল সোৱাদ হয়, সেইবোৰৰ জিএছটি হাৰ হ’ব ১২%। ইয়াৰ উপৰিও চেনিৰ সোৱাদযুক্ত কেৰামেল পপকৰ্ণৰ ওপৰত ১৮% জি এছ টি আৰোপ কৰা হ’ব।

ইয়াৰ বাহিৰেও জি এছ টি কাউন্সিলৰ বৈঠকত ইলেক্ট্ৰনিক বাহনৰ টেক্সৰ ওপৰতো সালসলনি কৰিছে। নতুন বৈদ্যুতিক বাহনৰ জিএছটিৰ হাৰ মাত্ৰ ৫ শতাংশ হ’ব যদিও ব্যৱহৃত ইভিৰ ওপৰত ১৮ শতাংশ পৰ্যন্ত জিএছটি আৰোপ কৰা হ’ব।

দাম হ্ৰাস পোৱাৰ ক্ষেত্ৰত জি এছ টি কাউন্সিলে ফৰ্টিফাইড চাউলৰ ওপৰত কৰ ৫%লৈ হ্ৰাস কৰিছে। আনহাতে জিন থেৰাপীক কৰমুক্ত কৰা হৈছে। ইয়াৰ উপৰিও ছাই থকা এচিচি ব্লকত জিএছটিৰ হাৰ ১৮%ৰ পৰা ১২%লৈ হ্ৰাস কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: gstPopcornPopcorn GSTPopcorn Tactax
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

September 16, 2026
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা
প্ৰযুক্তি

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

September 16, 2026
Next Post
১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ আন এক ইতিহাস, ভংগ কৰিলে ২৪ বছৰীয়া পুৰণি ৰেকৰ্ড

১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ আন এক ইতিহাস, ভংগ কৰিলে ২৪ বছৰীয়া পুৰণি ৰেকৰ্ড

বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপত বিজয় সাব্যস্ত ভাৰতীয় দলৰ

বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপত বিজয় সাব্যস্ত ভাৰতীয় দলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.