• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ আন এক ইতিহাস, ভংগ কৰিলে ২৪ বছৰীয়া পুৰণি ৰেকৰ্ড

১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ আন এক ইতিহাস, ভংগ কৰিলে ২৪ বছৰীয়া পুৰণি ৰেকৰ্ড

2 years ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

7 minutes ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

40 minutes ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

1 hour ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

2 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

2 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

3 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

11 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

14 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

14 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

15 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

15 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ আন এক ইতিহাস, ভংগ কৰিলে ২৪ বছৰীয়া পুৰণি ৰেকৰ্ড

editor by editor
December 22, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ আন এক ইতিহাস, ভংগ কৰিলে ২৪ বছৰীয়া পুৰণি ৰেকৰ্ড
0
SHARES
375
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ আন এক ইতিহাস, ভংগ কৰিলে ২৪ বছৰীয়া পুৰণি ৰেকৰ্ড

IPLত সবাতোকৈ কম বয়সীয়া খেলুৱৈ হিচাপে স্থান লাভ কৰি ইতিহাস ৰচনা কৰা বৈভৱ সূৰ্যবংশীয়ে এইবাৰ আন এক ইতিহাস ৰচনা কৰিছে। এইবাৰ ২৪ বছৰীয়া এক ইতিহাস ভংগ কৰি ৰচনা কৰিলে আন এক অভিলেখ।

শনিবাৰে মধ্যপ্ৰদেশৰ বিৰুদ্ধে বিহাৰৰ হৈ বিজয় হাজাৰে ট্ৰফীত অভিষেক ঘটাই এই অভিলেখ ভংগ কৰে সূৰ্যবংশীয়ে। ইয়াৰ পূৰ্বে বৈভৱে ৰঞ্জী ট্ৰফী খেলা আৰু ভাৰতৰ ১৯ বছৰ অনুৰ্ধক প্ৰতিনিধিত্ব কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

বাওঁহতীয়া বেটছমেন বৈভৱ নৱেম্বৰ মাহত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ নিলামত বিক্ৰী হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল । ৰাজস্থান ৰয়েলছে ১১ কোটি টকাত ক্ৰয় কৰিছিল বৈভৱক। তেতিয়াৰ পৰাই বৈভৱৰ নাম অবিৰতভাৱে শিৰোনামত আছে।

১৩ বছৰ ২৬৯ দিন বয়সত সূৰ্যবংশীয়ে ১৯৯৯/০০ ছিজনত আলী আকবৰে পূৰ্বৰ অভিলেখ ভংগ কৰিলে। ১৪ বছৰ ৫১ দিন বয়সত বিদৰ্ভৰ হৈ এখন মেচ খেলি অভিলেখ গঢ়িছিল আকবৰে।

অৱশ্যে এই অভিষেক বৈভৱ সূৰ্যবংশীৰ বাবে বৰ ভাল নাছিল, তেওঁ দুটা বলত মাথো ৪ ৰান সংগ্ৰহ কৰিয়ে আউট হয়। প্ৰথমটো বলতে চাৰি কোবাই বৈভৱে। বিহাৰ দলে খেলখনত মাত্ৰ ১৯৬ ৰানহে কৰিব পাৰে। যাৰ বাবে মধ্যপ্ৰদেশে জয়ী হোৱাৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সন্মুখীন নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baibhab SuryabanshicricketCricket Record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক
বাণিজ্য

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
Next Post
বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপত বিজয় সাব্যস্ত ভাৰতীয় দলৰ

বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপত বিজয় সাব্যস্ত ভাৰতীয় দলৰ

বাংলাদেশ মন্দিৰত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী পুৰোহিতৰ নিথৰ দেহ উদ্ধাৰ

বাংলাদেশ মন্দিৰত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী পুৰোহিতৰ নিথৰ দেহ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.